• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাখে হৰি মাৰে কোনে? এটা দুটা নহয় এম্বুলেঞ্চতেই প্ৰসৱ কৰিলে তিনিটা সন্তান

ৰাখে হৰি মাৰে কোনে? এটা দুটা নহয় এম্বুলেঞ্চতেই প্ৰসৱ কৰিলে তিনিটা সন্তান

4 years ago
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

43 minutes ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

1 hour ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

1 hour ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

2 hours ago
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

3 hours ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

5 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

6 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

6 hours ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

14 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

15 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

15 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাখে হৰি মাৰে কোনে? এটা দুটা নহয় এম্বুলেঞ্চতেই প্ৰসৱ কৰিলে তিনিটা সন্তান

editor by editor
February 19, 2023
in জীৱনশৈলী, স্বাস্থ্য
0
ৰাখে হৰি মাৰে কোনে? এটা দুটা নহয় এম্বুলেঞ্চতেই প্ৰসৱ কৰিলে তিনিটা সন্তান
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাখে হৰি মাৰে কোনে? এই অপ্তবাক্যশাৰী যেন খাপ খাই পৰে এই ঘটনাটোৰ সৈতে। এম্বুলেঞ্চৰ ভিতৰতেই তিনিটাকৈ সন্তান জন্ম দিলে এগৰাকী মহিলাই। ঘটনাটো মধ্যপ্ৰদেশৰ বায়সেন জিলাৰ।

পিপালিয়া গলি গাওঁৰ জ্যোতি নামৰ মহিলাগৰাকীৰ শুকুৰবাৰে সন্ধিয়া আৰম্ভ হৈছিল প্ৰসৱ বেদনা। মহিলাগৰাকীক পৰিয়ালৰ লোকে গোহৰগঞ্জ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত পোনতে লৈ যোৱা হয়। কিন্তু মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত লগে লগেই উন্নত চিকিৎসাৰ বাবে ভোপালৰ ছুলতানীয়া হাস্পতাললৈ পঠিয়াই দিয়া হয়।

কিন্তু হাস্পতাল পোৱাৰ পূৰ্বেই এম্বুলেঞ্চতেই মহিলাগৰাকীয়ে তিনিটা সন্তান প্ৰসৱ কৰে। তাৰপাছতেই হাস্পতালত ভৰ্তি কৰোৱা হয় সন্তান সহ মহিলাগৰাকীক। তিনিওটা সন্তান আৰু মহিলাগৰাকী সম্পূৰ্ণ সুস্থ বুলি জনাইছে চিকিৎসকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!
জীৱনশৈলী

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

September 29, 2026
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

September 29, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

September 29, 2026
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো
জীৱনশৈলী

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

September 28, 2026
Next Post
হঠাতে মূৰ ঘুৰাই, দুৰ্বল লাগে, প্ৰেছাৰেও অসুবিধা দিয়ে? কি ৰাখিব দৈনিক খাদ্য তালিকাত?

হঠাতে মূৰ ঘুৰাই, দুৰ্বল লাগে, প্ৰেছাৰেও অসুবিধা দিয়ে? কি ৰাখিব দৈনিক খাদ্য তালিকাত?

বাঢ়িয়েই আছে মৃতকৰ সংখ্যা! মৃত্যু ভিৰত এটুকুৰা মাটি বিচাৰি হাহাকাৰ তুৰস্কবাসী জনতাৰ…

বাঢ়িয়েই আছে মৃতকৰ সংখ্যা! মৃত্যু ভিৰত এটুকুৰা মাটি বিচাৰি হাহাকাৰ তুৰস্কবাসী জনতাৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.