• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হঠাতে মূৰ ঘুৰাই, দুৰ্বল লাগে, প্ৰেছাৰেও অসুবিধা দিয়ে? কি ৰাখিব দৈনিক খাদ্য তালিকাত?

হঠাতে মূৰ ঘুৰাই, দুৰ্বল লাগে, প্ৰেছাৰেও অসুবিধা দিয়ে? কি ৰাখিব দৈনিক খাদ্য তালিকাত?

3 years ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

1 hour ago
আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

2 hours ago
হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

পুনৰ বাঢ়িব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? হৰমুজ সংকটে কঢ়িয়াই আনিছে ভাবুকি!

3 hours ago
চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

3 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি ভাগ্যই দেখুৱাব যাদু! কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য জানক

4 hours ago
ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

15 hours ago
হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

16 hours ago
পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

16 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

17 hours ago
শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

17 hours ago
বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

18 hours ago
ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

হঠাতে মূৰ ঘুৰাই, দুৰ্বল লাগে, প্ৰেছাৰেও অসুবিধা দিয়ে? কি ৰাখিব দৈনিক খাদ্য তালিকাত?

editor by editor
February 19, 2023
in বিবিধ, স্বাস্থ্য
0
হঠাতে মূৰ ঘুৰাই, দুৰ্বল লাগে, প্ৰেছাৰেও অসুবিধা দিয়ে? কি ৰাখিব দৈনিক খাদ্য তালিকাত?
0
SHARES
25.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বেছিভাগ সময়তে আমাৰ প্ৰধান সমস্যা হৈ থিয় দিয়ে উচ্চৰক্তচাপে। উচ্চৰক্তচাপৰ পৰা কি কি সমস্যা হ’ব পাৰে সেই বিষয়সমূহ লৈ আলোচনাও হয়। কিন্তু ৰক্তচাপ অত্যাধিক কমি গ’লেও সমস্যাই দেখা দিয়ে। এনে বহুলোক আছে যিসকলে নিয়মিতভাৱে নিম্ন ৰক্তচাপৰ সমস্যাত ভূগে। ক্ৰমাগতভাৱে নিম্ন ৰক্তচাপ থাকিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো অতি জৰুৰী।

নিম্ন ৰক্তচাপত সাধাৰণতে কি কি লক্ষণে দেখা দিয়ে?
নিম্ন ৰক্তচাপত শৰীৰত বহুকেইটা পৰিবৰ্তন আহে। সকলো সময়তে ক্লান্তি ভাৱ, মূৰ ঘূৰণি, বমি বমি ভাৱ, খাবলৈ ইচ্ছা নোহোৱা আদি লক্ষণে দেখা দিয়ে। ইয়াৰোপৰি ৰক্তচাপ কমি থাকিলে কামত অনীহা, চকু টানি ধৰা আদি সমস্যাই দেখা দিয়ে। নিম্ন ৰক্তচাপত শৰীৰত ছডিয়াম, পটাছিয়ামৰ ভাৰসাম্য নোহোৱা হয়।

নিম্ন ৰক্তচাপত ভূগিলে খাদ্যৰ তালিকাত কি ৰাখিব?
নিম্ন ৰক্তচাপত ভূগা একোজন ব্যক্তিয়ে দৈনিক ডাবৰ পানী খাব লাগে। তেতিয়া শৰীৰত পটাছিয়ামৰ ভাৰসাম্য বৰ্তি থাকে। ডাবৰ পানীয়ে শৰীৰৰ ইলেক্ট্ৰলাইটৰ ভাৰসাম্য ৰক্ষা কৰাতো সহায় কৰে। সেয়ে সপ্তাহত অন্তত ৩ টাকৈ ডাবৰ পানী খাব লাগে। নিম্ন ৰক্তচাপত ভূগা একোজন ব্যক্তিয়ে বেগত সদায়ে গ্লুকজ মিহলোৱা পানী ৰাখিব লাগে। এই পানীয়ে শৰীৰক শক্তি দিয়ে। নিম্ন ৰক্তচাপত ভূগা ব্যক্তিয়ে দৈনিক দালি, সিজোৱা কণী, ফল, মাছ, মাংস আদি খাব পাৰে। ফল খোৱাৰ ইচ্ছা নাথাকিলে জুছ বনাই খাব পাৰে। পুৱাই উঠি খেজুৰ আৰু আলমণ্ড আদিও খাব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?
বাণিজ্য

হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

July 13, 2026
আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 
অসম

আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

July 13, 2026
হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি
বিশ্ব

পুনৰ বাঢ়িব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? হৰমুজ সংকটে কঢ়িয়াই আনিছে ভাবুকি!

July 13, 2026
চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!
জীৱনশৈলী

চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

July 13, 2026
Next Post
বাঢ়িয়েই আছে মৃতকৰ সংখ্যা! মৃত্যু ভিৰত এটুকুৰা মাটি বিচাৰি হাহাকাৰ তুৰস্কবাসী জনতাৰ…

বাঢ়িয়েই আছে মৃতকৰ সংখ্যা! মৃত্যু ভিৰত এটুকুৰা মাটি বিচাৰি হাহাকাৰ তুৰস্কবাসী জনতাৰ...

পুৰুষৰ এই ৫ টা লক্ষণতেই পুৰুষজনলৈ মন-প্ৰাণ সঁপি দিয়ে এগৰাকী নাৰীয়ে, কি কি টিপছ দিলে বিশেষজ্ঞই…

পুৰুষৰ এই ৫ টা লক্ষণতেই পুৰুষজনলৈ মন-প্ৰাণ সঁপি দিয়ে এগৰাকী নাৰীয়ে, কি কি টিপছ দিলে বিশেষজ্ঞই...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.