• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৰুষৰ এই ৫ টা লক্ষণতেই পুৰুষজনলৈ মন-প্ৰাণ সঁপি দিয়ে এগৰাকী নাৰীয়ে, কি কি টিপছ দিলে বিশেষজ্ঞই…

পুৰুষৰ এই ৫ টা লক্ষণতেই পুৰুষজনলৈ মন-প্ৰাণ সঁপি দিয়ে এগৰাকী নাৰীয়ে, কি কি টিপছ দিলে বিশেষজ্ঞই…

3 years ago
মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি

মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি

4 hours ago
১৫ জুলাইত কৰ্কট ৰাশিত বৃহস্পতি হ’ব অস্ত, বাঢ়িব বিপদ আৰু সলনি হ’ব ভাগ্য!

১৫ জুলাইত কৰ্কট ৰাশিত বৃহস্পতি হ’ব অস্ত, বাঢ়িব বিপদ আৰু সলনি হ’ব ভাগ্য!

5 hours ago
NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প

NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প

5 hours ago
কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

6 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়াই সোণ ক্ৰয়ৰ উচিত সময় নেকি?

6 hours ago
বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

7 hours ago
Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

8 hours ago
১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

10 hours ago
অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

10 hours ago
ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

11 hours ago
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

13 hours ago
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পুৰুষৰ এই ৫ টা লক্ষণতেই পুৰুষজনলৈ মন-প্ৰাণ সঁপি দিয়ে এগৰাকী নাৰীয়ে, কি কি টিপছ দিলে বিশেষজ্ঞই…

editor by editor
February 19, 2023
in অসম, জীৱনশৈলী, বিশ্ব, ভাৰত
0
পুৰুষৰ এই ৫ টা লক্ষণতেই পুৰুষজনলৈ মন-প্ৰাণ সঁপি দিয়ে এগৰাকী নাৰীয়ে, কি কি টিপছ দিলে বিশেষজ্ঞই…
0
SHARES
55.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভালপোৱাৰ কোনো স্বৰ্ত নাথাকে৷ আপুনি যাৰেই প্ৰেমত নপৰক কিয় তেওঁৰ বাবে সকলোখিনি কৰিবলৈকে প্ৰস্তুত৷ কিন্তু তাৰ মাজতো এনে কিছু কথা থাকে যিসমূহে একোটো সুখী প্ৰেমৰ সম্পৰ্কতো দূৰত্ব আনে৷ পুৰুষসকলৰ ক্ষেত্ৰত প্ৰায়েই এই সমস্যাই দেখা দিয়ে৷ প্ৰেয়সীক সন্তুষ্ট কৰোৱাটো বহুসময়ত পুৰুষৰ মুখ্য সমস্যা হৈ ধৰা দিয়ে৷ বহু সময়ত পুৰুষে নাৰীৰ মন পাবলৈ সক্ষম নহয়৷ ইয়াৰ কাৰণ অৱশ্যে পুৰুষসকলৰ নিজৰেই কিছু দূৰ্বলতা৷ মহিলাৰ মন কেনেকৈ পাব পুৰুষে জানি লওক কেইটামান টিপছ৷

দায়িত্ব ল’বলৈ শিকক
প্ৰায়সংখ্যক মহিলাই দায়িত্বশীল পুৰুষ বিচাৰে৷ পূৰ্ব যূগৰে পৰাই এই প্ৰথা এনেকৈয়ে চলি আহিছে৷ প্ৰায়সংখ্যক নাৰীৰ দৃষ্টিত তেওঁলোকৰ পিতৃয়েই এজন শ্ৰেষ্ঠ পুৰুষ৷ যিয়ে আজীৱন দায়িত্ব লৈ তুলি-তালি ডাঙৰ দীঘল কৰিছে৷ সেয়ে তেনে এজন দায়িত্বশীল পুৰুষকেই প্ৰেমিক অথৱা স্বামীৰ ঠাইত আশা কৰে প্ৰায়সংখ্যক মহিলাই৷ সেয়ে একোগৰাকী পুৰুষে নিজকে সেই দায়িত্বশীল পুৰুষ হিচাপে গঢ় দিব পাৰিলে এই সমস্যাৰ অন্ত পৰিব৷

বুদ্ধিমান পুৰুষ
বুদ্ধি থাকিলে পৃথিৱীখন জয় কৰা কোনো কঠিন কাম নহয়৷ এই কথা প্ৰায়সংখ্যক বিদ্বান পুৰুষেই তাহানিতে কৈ গৈছে৷ দেখা যায় যে বুদ্ধিমান মানুহক কাষত পোৱাৰ ইচ্ছা প্ৰায়সংখ্যক মানুহৰেই থাকে৷ সেয়ে পুৰুষসকলে নাৰীৰ কাষত এনে কিছু কাম কৰিব যি সমূহ কামে নাৰীগৰাকীৰ দৃষ্টিত পুৰুজন বুদ্ধিমান বুলি প্ৰমাণ কৰে৷

সততাই মূলধন
সততা কোনো পৰিস্থিতিতেই ত্যাগ কৰা উচিত নহয়৷ সততাই এগৰাকী মহিলাৰ মন জয় কৰাত সদায়ে সহায় কৰে৷ বৰ্তমানৰ যুগত সততাই বিপদতো পেলাই বুলি বহুসময়ত বহুতেই উল্লেখ কৰে৷ কিন্তু তাৰমাজতো সততা ৰক্ষা কৰি চলিবলৈ চেষ্টা কৰিব লাগে৷ অন্যৰ আনন্দত সুখী হ’বলৈ শিকিব লাগে৷ আনৰ উন্নতিক কেতিয়াও হিংসা কৰিব নালাগে৷ নিজৰ জীৱনৰ উন্নতিও ভালধৰণে কৰিবলৈকে চেষ্টা কৰিব লাগে৷ এনে ব্যক্তি সদায়ে নাৰীৰ প্ৰিয় হয়৷ মহিলাসকলে দুৰ্লভ মানুহৰ সন্ধান প্ৰায় সময়তে কৰে৷

নাৰীক সন্মান কৰক
নাৰীক সন্মান কৰাৰ অভ্যাস গঢ়ি তোলক৷ বৰ্তমান নাৰীসকল স্বাধীনচেতীয়া হৈছে৷ আৰ্থিকভাৱেও নাৰী স্বাৱলম্বী হ’ব ধৰিছে৷ সেয়ে কোনো কাৰণতে নাৰীক দূৰ্বল বুলি ভাৱিব নালাগে৷ প্ৰত্যেকসময়তে একোগৰাকী নাৰীক সন্মান কৰিবলৈ শিকক৷ এনে পুৰুষৰ প্ৰতি নাৰী সদায়ে আকৰ্ষিত হয়েই৷

স্মাৰ্ট হ’বলৈ যত্ন কৰক
বাহ্যিক আৱৰণ কেনে হ’ব সেয়া এজন মানুহৰ হাতত নাথাকে৷ আপোনাৰ হাতত আছে ব্যক্তিত্ব গঠনৰ ক্ষমতা৷ সেয়ে নিজৰ ব্যক্তিত্বক সেয়ে ভালকৈ গঢ় দিয়ক৷ যাতে আপোনাৰ দেখা মাত্ৰকেই আপোনাৰ সন্মুখৰ ব্যক্তিজনে আপোনাৰ ব্যক্তিত্বত মোহিত হয়৷ নিজকে স্মাৰ্ট কৰি তুলিবলৈ যত্ন কৰক৷ আকৰ্ষণীয় ব্যক্তিত্বৰ পুৰুষৰ প্ৰতি নাৰী সদায়ে আকৃষ্ট হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৫ জুলাইত কৰ্কট ৰাশিত বৃহস্পতি হ’ব অস্ত, বাঢ়িব বিপদ আৰু সলনি হ’ব ভাগ্য!
জীৱনশৈলী

১৫ জুলাইত কৰ্কট ৰাশিত বৃহস্পতি হ’ব অস্ত, বাঢ়িব বিপদ আৰু সলনি হ’ব ভাগ্য!

July 7, 2026
বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!
জীৱনশৈলী

বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

July 7, 2026
Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

July 7, 2026
১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?
অসম

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

July 7, 2026
Next Post
বিশেষ গাওঁ! পুৰুষৰ প্ৰৱেশ সম্পূৰ্ণ নিষিদ্ধ… কেৱল মহিলাই বাস কৰা এই গাঁৱৰ মহিলা কেনেকৈ হয় অন্তঃসত্ত্বা?

বিশেষ গাওঁ! পুৰুষৰ প্ৰৱেশ সম্পূৰ্ণ নিষিদ্ধ... কেৱল মহিলাই বাস কৰা এই গাঁৱৰ মহিলা কেনেকৈ হয় অন্তঃসত্ত্বা?

‘পদবী আজি আছে, কালি নাই… নিজকে প্ৰৱল প্ৰতাপী বুলি নাভাৱিব’, কাক ৰাজনীতিৰ জ্ঞান দিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে?

‘পদবী আজি আছে, কালি নাই... নিজকে প্ৰৱল প্ৰতাপী বুলি নাভাৱিব’, কাক ৰাজনীতিৰ জ্ঞান দিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.