• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশেষ গাওঁ! পুৰুষৰ প্ৰৱেশ সম্পূৰ্ণ নিষিদ্ধ… কেৱল মহিলাই বাস কৰা এই গাঁৱৰ মহিলা কেনেকৈ হয় অন্তঃসত্ত্বা?

বিশেষ গাওঁ! পুৰুষৰ প্ৰৱেশ সম্পূৰ্ণ নিষিদ্ধ… কেৱল মহিলাই বাস কৰা এই গাঁৱৰ মহিলা কেনেকৈ হয় অন্তঃসত্ত্বা?

3 years ago
থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

52 minutes ago
কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

2 hours ago
খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

তৰমুজ খোৱাৰ সঠিক পদ্ধতি ৯৯% লোকে নাজানে, এটা ভুলে মাতিব বিপদ!

3 hours ago
শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

4 hours ago
World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

4 hours ago
কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

5 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

হনুমানে পূৰণ কৰিব মনৰ ইচ্ছা, মঙলবাৰে মন্দিৰলৈ গৈ কৰক মাত্ৰ এইকেইটা কাম!

6 hours ago
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

6 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

৫ ৰাশিৰ লোকে আজি পাব ভাল খবৰ! পঢ়ক দৈনিক ৰাশিফল

6 hours ago
জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

16 hours ago
জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

16 hours ago
মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিশেষ গাওঁ! পুৰুষৰ প্ৰৱেশ সম্পূৰ্ণ নিষিদ্ধ… কেৱল মহিলাই বাস কৰা এই গাঁৱৰ মহিলা কেনেকৈ হয় অন্তঃসত্ত্বা?

editor by editor
February 19, 2023
in জীৱনশৈলী, বিশ্ব
0
বিশেষ গাওঁ! পুৰুষৰ প্ৰৱেশ সম্পূৰ্ণ নিষিদ্ধ… কেৱল মহিলাই বাস কৰা এই গাঁৱৰ মহিলা কেনেকৈ হয় অন্তঃসত্ত্বা?
0
SHARES
30k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এবছৰ-দুবছৰ নহয়৷ প্ৰায় ৩০ বছৰ ধৰি এই গাঁৱত পুৰুষৰ প্ৰৱেশ নিষেধ৷ ইমানদিন ধৰি কোনো প্ৰাপ্তবয়স্ক পুৰুষেই এই গাৱঁৰ মুখ দেখা নাই৷ এই গাঁৱত কোনো পুৰুষকেই প্ৰৱেশ কৰিবলৈ দিয়া নহয়৷ গাওঁখনত বাস কৰে কেৱল মহিলাইহে৷ অথচ গাওঁখনৰ মহিলাসকল অন্তঃসত্ত্বা হয়৷ বৰ্তমান বিজ্ঞানে অনা জোৱাৰে চিংগল মাদাৰ আৰু চিংগল ফাদাৰ হোৱাৰ পথ খুলি দিছে তাৰমাজতেই কিন্তু এটা কথা ঠিক যে ৩০ বছৰ পূৰ্বে বিজ্ঞান পৃথিৱীৰ গলিয়ে গলিয়ে প্ৰৱেশ কৰিব পৰা নাছিল৷ বৰ্তমানো গ্ৰাম্যঞ্চলত বিজ্ঞানে বৰ বিশেষ প্ৰভাৱ পেলাব পৰা নাই৷

এই গাঁৱখনত কিন্তু জৈৱিকভাৱেই সন্তান জন্ম হয়৷ প্ৰান্তীয় এই গাওঁখন আফ্ৰিকাৰ দক্ষিণ দিশত৷ এই এলেকাতেই বাস কৰে কেইবাটাও উপজাতিৰ মানুহে৷ চহৰৰ প্ৰভাৱৰ পৰা বহু দূৰৈৰ এই গাওঁখনত মহিলাসকলে কিয় পুৰুষৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে? ইয়াৰ আঁৰত আছে এক ধুসৰ অতীত৷

কৃষ্ণাংগ মানুহৰ দেশ আফ্ৰিকাত অতীতত বহুবাৰ শ্বেতাংগসকলে নিৰ্মমভাৱে অত্যাচাৰ চলাই আহিছে৷ এইসমূহৰ ভিতৰত আছে দাসপ্ৰথাও৷ এই গাওঁখনো এইসমূহৰ পৰা সাৰি যাব পৰা নাছিল৷ ১৯৯০ চনত এই গাওঁখন গঢ়ি তুলিছিল ১৫ গৰাকী মহিলাই৷ ব্ৰিটিছ সেনাৰ হাতত ধৰ্ষিতা, নিৰ্যাতিতা এই ১৫ মহিলাই নতুন এক জীৱনৰ সন্ধান কৰিয়েই নিজাকৈ এই গাওঁ প্ৰতিষ্ঠা কৰিছিল৷ পুৰুষৰ প্ৰতি গঢ়ি উঠা তীব্ৰ ঘৃণাৰ বাবেই কোনো পুৰুষৰেই কাষ চাপিব খোজা নাছিল মহিলা কেইগৰাকী৷ কোনো পুৰুষৰ সৈতেই সংগমৰ কথা ভাৱিবলৈকে বাদ দিছিল এই মহিলাকেইগৰাকীয়ে৷ মহিলােকইগৰাকীয়ে মহিলা সৱলীকৰণৰ বাবে তেতিয়াই আৰম্ভ কৰিছিল বিশেষ কাৰ্যকলাপো৷ নিৰ্যাতিতা মহিলাসকলক এই গাওঁত আশ্ৰয় দিয়াৰ ব্যৱস্থা কৰা হৈছিল৷ বৰ্তমান প্ৰায় ২৫০ গৰাকীতকৈয়ো অধিক মহিলাৰ বাসস্তান এই উমোজা গাওঁ৷

ইয়াৰ মাজতেই আন এক কথা হৈছে যে পুৰুষৰ প্ৰৱেশ নিষিদ্ধ এই গাঁৱত কেনেকৈ মহিলাসকল গৰ্ভৱতী হয়? প্ৰকৃততে এই গাঁৱৰ মহিলাসকলে চুবুৰীয়া গাওঁৰ পৰা পুৰুষ সংগমৰ বাবে বাচি লয়৷ নিজৰ পছন্দৰ সংগীৰ সৈতে সম্পৰ্ক স্থাপন কৰি গৰ্ভধাৰণ কৰে এইসকল মহিলাই৷ অৱশ্যে পিতৃ পৰিচয় কাহানিও প্ৰকাশ নকৰে মহিলাসকলে৷ তাৰ পৰিবৰ্তে সন্তানটোৰ সমস্ত দায়িত্ব মহিলাসকলে নিজেই গ্ৰহণ কৰে৷ সন্তানৰ অধিকাৰো কেৱল মাত্ৰ মাতৃগৰাকীৰেই৷ এনেদৰেই নিঃশব্দেই এই বৃহৎ আন্দোলন জাৰি ৰাখিছে অত্যাধুনিক পৃথিৱীৰ পৰা বহুযোজন দূৰৈৰ এইসকল প্ৰান্তীয় মহিলাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!
জীৱনশৈলী

কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

May 26, 2026
খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক
জীৱনশৈলী

তৰমুজ খোৱাৰ সঠিক পদ্ধতি ৯৯% লোকে নাজানে, এটা ভুলে মাতিব বিপদ!

May 26, 2026
World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক
জীৱনশৈলী

World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

May 26, 2026
কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!
জীৱনশৈলী

কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

May 26, 2026
Next Post
‘পদবী আজি আছে, কালি নাই… নিজকে প্ৰৱল প্ৰতাপী বুলি নাভাৱিব’, কাক ৰাজনীতিৰ জ্ঞান দিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে?

‘পদবী আজি আছে, কালি নাই... নিজকে প্ৰৱল প্ৰতাপী বুলি নাভাৱিব’, কাক ৰাজনীতিৰ জ্ঞান দিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে?

দিল্লীৰ অনুৰূপ ঘটনা ৰাজ্যত! শাহু-স্বামীক হত্যা কৰি টুকুৰা-টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থৈ অৱশেষত শ্বিলঙৰ পাহাৰৰ পৰা দলিয়াই দিলে মৃতদেহৰ টুকুৰা…

দিল্লীৰ অনুৰূপ ঘটনা ৰাজ্যত! শাহু-স্বামীক হত্যা কৰি টুকুৰা-টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থৈ অৱশেষত শ্বিলঙৰ পাহাৰৰ পৰা দলিয়াই দিলে মৃতদেহৰ টুকুৰা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.