• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কনডম ব্যৱহাৰ কৰিলে যৌন তৃপ্তি কমকৈ পায় ভাৰতীয় পুৰুষ-মহিলাই

কনডম ব্যৱহাৰ কৰিলে যৌন তৃপ্তি কমকৈ পায় ভাৰতীয় পুৰুষ-মহিলাই

5 years ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

10 hours ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

10 hours ago
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

11 hours ago
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

11 hours ago
মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

12 hours ago
ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

14 hours ago
পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

15 hours ago
১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

16 hours ago
এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

17 hours ago
৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

19 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

প্ৰস্ৰাৱৰ দুৰ্গন্ধ, বমি আৰু অস্থিৰতা, এয়া বৃক্কৰ সমস্যা নেকি?

19 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

পুৰুষৰ কি বস্তু ভাল পায় নাৰীয়ে? ৯৯% লোকে নাজানে এই কথা!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

কনডম ব্যৱহাৰ কৰিলে যৌন তৃপ্তি কমকৈ পায় ভাৰতীয় পুৰুষ-মহিলাই

editor by editor
June 4, 2021
in জীৱনশৈলী, বিশ্ব, ভাৰত, স্বাস্থ্য
0
কনডম ব্যৱহাৰ কৰিলে যৌন তৃপ্তি কমকৈ পায় ভাৰতীয় পুৰুষ-মহিলাই
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কনডমৰ বজাৰৰ বৃহৎ কোম্পানীসমূহে গঠন কৰিছে কনডম এলায়েন্স নামেৰে এটা গোট। কনডমৰ ব্যৱহাৰক লৈ তেওঁলোকৰ সমীক্ষা কনডমোল’জী সমীক্ষা। ভাৰতত এই সমীক্ষা প্ৰথমবাৰলৈ চলোৱা হৈছে। কনজিউমাৰ, কনডম আৰু চাইক’লজী। এই ৩টা শব্দক লৈ প্ৰস্তুত কৰা হৈছে কনডমোল’জী সমীক্ষা। জনসংখ্যা নিয়ন্ত্ৰণ, অবাঞ্ছিত গর্ভধাৰণ ৰোধ, সুস্থ যৌন স্বাস্থ্য বজাই ৰখাৰ স্বার্থত কনডমৰ ব্যৱহাৰ অত্যন্ত গুৰুত্বপূর্ণ। ২০১৪ আৰু ২০১৫ বর্ষত ‘নেছনেল ফেমিলী হেলথ ছার্ভে ৪’ৰ তথ্যৰ ভিত্তিত সমীক্ষা চলাইছিল কনডম এলায়েন্স। সমীক্ষাৰ ৰিপ’র্টত কোৱা হৈছে ২০ৰ পৰা ২৪ বছৰৰ ভিতৰৰ পুৰুষে যৌন সম্পর্কত লিপ্ত হ’লে ৮০ শতাংশই শেষবাৰৰ বাবে কনডম ব্যৱহাৰ নকৰে। ভাৰতত কনডম ব্যৱহাৰৰ হাৰ মাত্ৰ ৫.৬ শতাংশ। সামাজিক ভাবধাৰা আৰু বিভিন্ন কাৰণত কনডম ব্যৱহাৰৰ হাৰ যথেষ্ট কম। বিয়াৰ পূর্বে কৰা সহবাসৰ সময়ত ২৭ শতাংশ পুৰুষ আৰু মাত্ৰ ৭ শতাংশ মহিলাই কনডম ব্যৱহাৰ কৰে। দেশৰ ৮৭ শতাংশ পুৰুষ আৰু ৯৭ শতাংশ মহিলাই শাৰীৰিক সম্পর্কৰ সময়ত পছন্দ নকৰে কনডম ব্যৱহাৰ কৰিবলৈ। ৰিপ’র্টটোত দাবী কৰা হৈছে যে চৰকাৰীভাৱে যৌন স্বাস্থ্য আৰু কনডম সম্পর্কে সচেতনতা বৃদ্ধিৰ প্ৰচাৰ চলোৱাৰ পাছতো দেশত কনডম ব্যৱহাৰৰ হাৰ বৃদ্ধি পাইছে ২ শতাংশ। AIDS সংক্ৰমণৰ ক্ষেত্ৰত ভাৰত পৃথিৱীৰ ভিতৰতে তৃতীয় স্থানত। বিপুল পৰিমাণে দেশত HIV সংক্ৰমণৰ বাবে দায়ী সহবাসৰ সময়ত কনডম ব্যৱহাৰ কৰিবলৈ অনিহা প্ৰকাশ কৰাটো। কনডমোল’জীৰ ৰিপ’র্টত দাবী কৰা হৈছে যৌনতাৰ ক্ষেত্ৰত পশ্চিমীয়া দেশৰ যুৱক-যুৱতীৰ তুলনাত ভাৰতৰ যুৱক-যুৱতীৰ বৃহৎ সাংস্কৃতিক আৰু সামাজিক পার্থক্য দেখিবলৈ পোৱা যায়। কনডমোল’জীৰ সমীক্ষাটোত কোৱা হৈছে, কনডম কেতিয়া ব্যৱহাৰ কৰা উচিত, কেনেকৈ ব্যৱহাৰ কৰা উচিত আৰু সংকোচ নকৰাকৈ দোকানলৈ গৈ কনডম ক্ৰয় কৰাৰ ক্ষেত্ৰত বর্তমানেও ভাৰতত বহুতৰে মাজত একো স্পষ্ট ধাৰণা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AIDSasom live 24assam live 24axom live 24condomHIV
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ
বিশ্ব

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

June 10, 2026
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন
ক্ৰীড়া

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

June 10, 2026
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে
ভাৰত

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

June 10, 2026
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা
ভাৰত

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

June 10, 2026 - Updated on June 11, 2026
Next Post
প্ৰথমবাৰৰ বাবে লেবত উৎপাদন মাতৃদুগ্ধ

প্ৰথমবাৰৰ বাবে লেবত উৎপাদন মাতৃদুগ্ধ

কাজিৰঙাত জাৰি ১৪৪ ধাৰা

কাজিৰঙাত জাৰি ১৪৪ ধাৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.