• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘দৰ্পচূৰ্ণ’, ভূপেন বৰাৰ কবিতাৰ ৰাজনীতিয়ে অসমৰ ৰাজনীতিক দিব নেকি অন্য মাত্ৰা?

‘দৰ্পচূৰ্ণ’, ভূপেন বৰাৰ কবিতাৰ ৰাজনীতিয়ে অসমৰ ৰাজনীতিক দিব নেকি অন্য মাত্ৰা?

3 years ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

37 minutes ago
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

1 hour ago
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

2 hours ago
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

3 hours ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

11 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

12 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

13 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

14 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

15 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

15 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

16 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘দৰ্পচূৰ্ণ’, ভূপেন বৰাৰ কবিতাৰ ৰাজনীতিয়ে অসমৰ ৰাজনীতিক দিব নেকি অন্য মাত্ৰা?

editor by editor
October 7, 2022
in অসম, গুৱাহাটী, ৰাজনীতি, লেখা
0
‘দৰ্পচূৰ্ণ’, ভূপেন বৰাৰ কবিতাৰ ৰাজনীতিয়ে অসমৰ ৰাজনীতিক দিব নেকি অন্য মাত্ৰা?
0
SHARES
181
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘দৰ্পচূৰ্ণ’ ‘জাতি-মাটি-ভেটি ৰক্ষা প্ৰচণ্ড শব্দ। বৰগীত খোল তালে হেৰুৱাইছে ছন্দ।’ ভূপেন বৰাৰ এটৰ পিছত আনটো কবিতাই চৰ্চা লাভ কৰিছে। সামাজিক মাধ্যমত এতিয়া বহুতৰে দাবী, ভূপেন বৰাই ৰাজনীতি কৰাতকৈ সাহিত্য চৰ্চাতহে মনোনিৱেশ কৰা ভাল।

কবিতাৰে মনৰ ভাৱ প্ৰকাশ কৰাটো ভূপেন বৰাৰ নতুন ৰাজনৈতিক ষ্ট্ৰেটেজী নে কংগ্ৰেছ দলৰ এতিয়া কাৰ্যকলাপ শূন্য বাবেই এনেবোৰ কাৰ্যকলাপ কৰিছে বুলিও একাংশই সামাজিক মাধ্যমত প্ৰচাৰ চলাইছে। তেজস্বিতাৰ মৃত্যুক লৈ ভুপেন বৰাই ৰচা নতুন কবিতাত অসমৰ বৰ্তমান প্ৰেক্ষাপটকেই তুলি দিয়া হৈছে বুলিও একাংশ ছচিয়েল মিডিয়া ইউজাৰে উল্লেখ কৰিছে।

উল্লেখ্য যে এই বৰ্ষতেই আৰম্ভ হোৱা কবিতাৰ ৰাজনীতত পোনতে পিয়ুষ হাজৰিকাইয়ো অংশগ্ৰহণ কৰিছিল যদিও শেষলৈ তেওঁ এইসমূহৰ পৰা আঁতৰি থকা পৰিলক্ষিত হৈছে। ইফালে কবিতাৰে এজন ৰাজনীতিবিদে আন এগৰাকী ৰাজনীতিবিদৰ কাম-কাজৰ সমালোচনা কৰাটোক লৈ একাংশ ৰাজনৈতিক বিশেষজ্ঞই, এইয়া ৰাজনীতিৰ পক্ষে শুভ লক্ষণ বুলিও প্ৰকাশ কৰিছিল।

লঘু কথাৰ চুপতা-চুপতিতকৈ কবিতাৰ ৰাজনীতিয়ে অসমৰ ৰাজনীতিত সুস্থিৰ এক পৰিবেশৰ সূচনা কৰিব বুলিও মন্তব্য কৰিছিল ৰাজনৈতিক বিশেষজ্ঞসকলে। ভূপেন বৰাই আৰম্ভ কৰা কবিতাৰ ৰাজনীতিয়ে সঁচাকৈয়ে অসমৰ ৰাজনীতত অন্য মাত্ৰা দিবনে কেৱল অসমবাসীয়ে হাঁহিৰ খোৰাক হিচাপে ল’ব সেয়া থিৰাং কৰিব অসমবাসীয়েই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: APCCasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assambhupen bora
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…
নিয়োগ

Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

March 19, 2026
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!
স্বাস্থ্য

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

March 19, 2026
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!
জীৱনশৈলী

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

March 19, 2026
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক
জীৱনশৈলী

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

March 19, 2026
Next Post
নিয়মিত খোজ কাঢ়িয়েই কমাব পাৰি কৰ্কটৰ আশংকা! কিন্ত এদিনত কিমান সময় খোজ কাঢ়িব?

নিয়মিত খোজ কাঢ়িয়েই কমাব পাৰি কৰ্কটৰ আশংকা! কিন্ত এদিনত কিমান সময় খোজ কাঢ়িব?

কেবিনেট সিদ্ধান্ত! শিক্ষাখণ্ডত আহিব এইকেইটা পৰিবৰ্তন, সবিশেষ জানিবলৈ ক্লিক কৰক…

কেবিনেট সিদ্ধান্ত! শিক্ষাখণ্ডত আহিব এইকেইটা পৰিবৰ্তন, সবিশেষ জানিবলৈ ক্লিক কৰক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.