• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কংগ্ৰেছ নেত্ৰীৰ অপমান সূচক মন্তব্য ৰোহিত শৰ্মাৰ ওপৰত, ‘কাহিনিও নাছিল ভাৰতৰ এনে আনফিট কেপ্টেইন’

1 year ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

1 hour ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

2 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

3 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

4 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

6 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

7 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

8 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কংগ্ৰেছ নেত্ৰীৰ অপমান সূচক মন্তব্য ৰোহিত শৰ্মাৰ ওপৰত, ‘কাহিনিও নাছিল ভাৰতৰ এনে আনফিট কেপ্টেইন’

editor by editor
March 3, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
কংগ্ৰেছ নেত্ৰীৰ অপমান সূচক মন্তব্য ৰোহিত শৰ্মাৰ ওপৰত, ‘কাহিনিও নাছিল ভাৰতৰ এনে আনফিট কেপ্টেইন’
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কংগ্ৰেছ নেত্ৰীৰ অপমান সূচক মন্তব্য ৰোহিত শৰ্মাৰ ওপৰত, ‘কাহিনিও নাছিল ভাৰতৰ এনে আনফিট কেপ্টেইন’

দেওবাৰে ২ মাৰ্চ চেম্পিয়নছ ট্ৰফীত টিম ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজত গ্ৰুপ পৰ্যায়ৰ শেষৰখন খেল অনুষ্ঠিত হয়। এই খেলখনত টিম ইণ্ডিয়াই ৪৪ ৰাণত জয়লাভ কৰে, এই প্ৰতিযোগিতাত টিম ইণ্ডিয়াৰ একেৰাহে তৃতীয় জয়।

এফালে এই বিজয়ৰ পিছত সমগ্ৰ দেশে ভাৰতীয় দলৰ সকলো খেলুৱৈক প্ৰশংসা কৰি থকাৰ বিপৰীতে কংগ্ৰেছৰ মুখপাত্ৰ ডাঃ শ্বামা মহম্মদে ছ’চিয়েল মিডিয়াত টিম ইণ্ডিয়াৰ অধিনায়কৰ বিৰুদ্ধে পোষ্ট কৰিছিল।

য’ত শ্বামা মহম্মদে ৰোহিতক শকত বুলি অভিহিত কৰিছিল, লগতে ভাৰতৰ ইতিহাসৰ সবাতোকৈ আনফিট কেপ্টেইন বুলি অবিহিত কৰে। শ্বামা মহম্মদৰ এই পোষ্টটোৱে যথেষ্ট হুলস্থুলৰ সৃষ্টি কৰিছিল, পিছত কংগ্ৰেছৰ মুখপাত্ৰই তেওঁৰ পোষ্টটো ডিলিট কৰিবলৈ বাধ্য হয়। কিন্তু তেওঁৰ বিতৰ্কিত পোষ্টটোৰ স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

ডাঃ শ্বামা মহম্মদে নিজৰ টুইটত লিখিছিল, ‘এজন খেলুৱৈ হিচাপে ৰোহিত শৰ্মা বৰ শকত। তেওঁৰ ওজন কমোৱাৰ প্ৰয়োজন আৰু তেওঁ টিম ইণ্ডিয়াৰ আটাইতকৈ আনফিট অধিনায়ক।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketIndian captainindian teamrohit sarma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!
জীৱনশৈলী

April 10, 2026
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?
ক্ৰীড়া

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

April 10, 2026
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!
জীৱনশৈলী

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

April 10, 2026
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?
প্ৰযুক্তি

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

April 10, 2026
Next Post
নতুন সপ্তাহত গজকেশৰী ৰাজযোগ! কেৰিয়াৰত উন্নতি, হঠাৎ অৰ্থলাভ কৰিব এই ৫ৰাশিৰ জাতকে

মাত্ৰ ৪শতাংশ সুদত ৫লাখ ঋণ পাব আপুনিও, জানক কেনেকৈ এই ঋণৰ বাবে আবেদন কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন