ৰাজ্যত বাঢ়িছে ক’ৰোনা সংক্ৰমণৰ ঘটনা। সাংসদ তপন গগৈ, অজন্তা নেওগ ক’ৰোনাত আক্ৰান্ত। নাই মাস্ক, নাই সামাজিক দূৰত্ব। উদ্বিগ্ন হৈ কেন্দ্ৰীয় চৰকাৰে চিঠি প্ৰেৰণ কৰিছে ৰাজ্য চৰকাৰলৈ। লকডাউনৰ দিশে ৰাজ্য!
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ