দেশত ব্যাপক ক’ৰোনা সংক্ৰমণ। মহামাৰীৰ কালৰূপ। বিশ্বৰ দ্বিতীয় সংক্ৰমিত দেশ ভাৰতবৰ্ষ। দেশত চিনাক্ত ২,১৭,৩৫৩ গৰাকী নতুন ৰোগী।