• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৬ গৰাকী ক্ৰিকেটাৰে কেতিয়াও খেলপথাৰত কৰা নাই বিবাদ

এই ৬ গৰাকী ক্ৰিকেটাৰে কেতিয়াও খেলপথাৰত কৰা নাই বিবাদ

4 years ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

4 minutes ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

1 hour ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

2 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

2 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

2 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

3 hours ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

5 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

5 hours ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

5 hours ago
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

6 hours ago
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

6 hours ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

এই ৬ গৰাকী ক্ৰিকেটাৰে কেতিয়াও খেলপথাৰত কৰা নাই বিবাদ

editor by editor
November 18, 2022
in ক্ৰীড়া, বিশ্ব
0
এই ৬ গৰাকী ক্ৰিকেটাৰে কেতিয়াও খেলপথাৰত কৰা নাই বিবাদ
0
SHARES
17.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

খেল মানেই উত্তেজনা৷ খেল মানেই ৰোমান্স৷ খেল মানেই বিবাদ৷ আনকি কেতিয়াবা হতাহতিপৰ্যন্ত সংঘটিত হয় খেলপথাৰত৷ কিন্তু ভদ্ৰলোকৰ খেল ক্ৰিকেটো মাজে মাজে পৰিণত হয় অভদ্ৰ লোকৰ খেললৈ৷ বিশ্বৰ যিসকল মহান খেলুৱৈ তেওঁলোক যিকোনো পৰিস্থিতিতে হৈ ৰয় শান্ত-সমাহিত৷

শেহতীয়াভাৱে প্ৰকাশ কৰা এক তালিকা অনুসৰি ৬ ভদ্ৰ খেলুৱৈত স্থান পাইছে ভাৰতৰ মহান ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ আৰু এম এছ ধোনীয়ে৷ দীঘলীয়া কেৰিয়াৰত বহু অভিলেখ গঢ়িছে ভাৰতীয় ক্ৰিকেটাৰ তেণ্ডুলকাৰে৷ কিন্তু সদায়ে ধৈৰ্য আৰু সহ্যক গুৰুত্ব দিয়া তেণ্ডুলকাৰে কাহানিও হেৰুওৱা নাছিল নিজৰ নিয়ন্ত্ৰণ৷ আনকি আউট নোহোৱাকৈয়ে বহুবাৰ আউট ঘোষণা কৰা হৈছিল তেণ্ডুলকাৰক৷ তেতিয়াও গজানন খোজেৰে খেলপথাৰ ত্যাগ কৰিছিল ভাৰতৰ মহান তাৰকাগৰাকীয়ে৷

একেদৰে ভাৰতক টী-২০ আৰু এদিনীয়াত বিশ্বকাপৰ সোৱাদ দিয়া এম এছ ধোনীও তেওঁৰ ক্ৰিকেট কেৰিয়াৰত কাহানিও খেলপথাৰত বিবাদত জড়িত হোৱা দেখা নাযায়৷

শ্ৰীলংকাৰ আন এগৰাকী মহান ক্ৰিকেটাৰ কুমাৰ ছাংগাকাৰাও আছিল এই ভদ্ৰ খেলুৱৈৰ তালিকাত৷

দক্ষিণ আফ্ৰিকাৰ হাছিম আমলা, এ বি ডি ভিলিয়াৰ্ছো ভদ্ৰতাৰ বাবে ক্ৰিকেট বিশ্বত পৰিচিত৷

নিউজিলেণ্ডৰ কেন উইলিয়ামছনকো ধৰা হয় এই ভদ্ৰলোকৰ তালিকাত৷

কিয়নো এওঁলোক কেতিয়াও বিপক্ষয়েই হওক বা নিজৰ দলৰেই হওক কাৰোৰে লগত কেতিয়াও জড়িত হোৱা নাই বিবাদত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ
বিশ্ব

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

September 29, 2026
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস
ক্ৰীড়া

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

September 29, 2026
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড
বিনোদন

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

September 28, 2026
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!
প্ৰযুক্তি

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

September 28, 2026
Next Post
প্ৰাপ্তিৰ মাহ আঘোণ, মেটামুখী প্ৰজন্মৰ বাবে Busy মাহ আঘোণ…

প্ৰাপ্তিৰ মাহ আঘোণ, মেটামুখী প্ৰজন্মৰ বাবে Busy মাহ আঘোণ...

ঠাণ্ডাৰ দিনত ঠাণ্ডা পানীৰে গা ধোৱে নেকি? ঠাণ্ডা পানীৰে গা ধোৱাৰ আগতে এইটো চাই লওঁক

ঠাণ্ডাৰ দিনত ঠাণ্ডা পানীৰে গা ধোৱে নেকি? ঠাণ্ডা পানীৰে গা ধোৱাৰ আগতে এইটো চাই লওঁক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.