• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

6 months ago
ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

55 minutes ago
অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

1 hour ago
৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

2 hours ago
কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

19 hours ago
জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

20 hours ago
কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

20 hours ago
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

21 hours ago
‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

22 hours ago
বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

23 hours ago
অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

24 hours ago
নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

1 day ago
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

editor by editor
April 18, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন
0
SHARES
731
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত চৰকাৰে শনিবাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ উল্লেখযোগ্য ভাল খবৰ প্ৰদান কৰিছে। সূত্ৰৰ খবৰ অনুসৰি কেন্দ্ৰীয় মন্ত্ৰীসভাই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী, পেঞ্চনাৰ, আৰু কৰ্মচাৰীৰ বাবে ২ শতাংশ মূল্যৰ ভাট্টা বৃদ্ধিত অনুমোদন জনাইছে। এই সিদ্ধান্তৰ ফলত তেওঁলোকৰ ডি এ উল্লেখনীয়ভাৱে বৃদ্ধি পাব।

মুঠ ডিয়াৰনেছ ভাট্টা ৬০ শতাংশলৈ বৃদ্ধি

এই সিদ্ধান্তৰ পিছত এতিয়া কৰ্মচাৰীৰ মুঠ  ডিয়াৰনেছ ভাট্টা ৫৮%ৰ পৰা ৬০%লৈ বৃদ্ধি পাইছে। এই বৃদ্ধিয়ে প্ৰায় ৫০ লাখ চৰকাৰী কৰ্মচাৰী আৰু ৬৫ লাখতকৈ অধিক পেঞ্চনাৰক প্ৰত্যক্ষভাৱে লাভৱান কৰিব, যাৰ ফলত তেওঁলোকৰ মাহিলী দৰমহা আৰু পেঞ্চন বৃদ্ধি পাব।

কিমান বৃদ্ধি পাব দৰমহা?

মন কৰিবলগীয়া যে যদি কোনো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ পূৰ্বে দৰমহা ৩৬,৫০০ টা আছিল তেন্তে এতিয়া ৬০% ডি এ বৃদ্ধিয়ে তেওঁলোকৰ দৰমহা ২১,৯০০ টকাহৈ বৃদ্ধি কৰিব। জানুৱাৰী মাহৰ পৰা সকলো কৰ্মচাৰীয়ে লাভ কৰিব বকেয়া ধন। ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিয়ম। ইয়াৰ অৰ্থ হ’ল কৰ্মচাৰীসকলে কেৱল অহা মাহৰ বৃদ্ধি পোৱা দৰমহাই নহয়, পূৰ্বৰ তিনিমাহৰ বকেয়া ধনো- জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চৰ ধন এককালীনভাৱে লাভ কৰিব৷

কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপৰ বাবেই অপেক্ষা কৰি আছিল কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে৷ বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ মাজত আয় বৃদ্ধিৰ দাবীত থকা কৰ্মচাৰীসকলৰ বাবে যথেষ্ট সকাহ দিছে এই সিদ্ধান্তই। অষ্টম দৰমহা আয়োগৰ অধীনত দৰমহা গাঁথনিত বৃহৎ পৰিৱৰ্তনৰ দাবী জনোৱাৰ সময়তে এই বৃদ্ধি হৈছে।

ডিয়াৰনেছ ভাট্টা কিয় বৃদ্ধি কৰা হয়?

মুদ্ৰাস্ফীতিৰ বাবে চৰকাৰী কৰ্মচাৰীৰ খৰচৰ বাবে চৰকাৰে বছৰত দুবাৰকৈ জানুৱাৰী আৰু জুলাই মাহত ডিয়াৰনেছ ভাট্টা বৃদ্ধি কৰে। শ্ৰম মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্যৰ ভিত্তিত ইয়াৰ গণনা কৰা হয়৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ কথা দেখুৱাই শ্ৰম মন্ত্ৰণালয়ৰ তথ্যই। সহজ ভাষাত ক’বলৈ হ’লে বজাৰত সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ লগে লগে দৰমহাৰ মূল্য বজাই ৰাখিবলৈ চৰকাৰে এই ভাট্টা বৃদ্ধি কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক
অসম

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

October 30, 2026
অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু
ভাৰত

অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

October 30, 2026
৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?
বিবিধ

৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

October 30, 2026
কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি
ৰাজনীতি

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

October 29, 2026
Next Post
সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ'ব আচৰিত

‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

'মই লেচবিয়ান', সকলোৰে সন্মুখত কিয় এইদৰে ক'লে ক্ৰিকেটাৰ ছাৰাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.