অসম চৰকাৰৰ কৰ্মচাৰীলৈ ৰাজ্য চৰকাৰৰ বিশেষ উপহাৰ৷
দীপাৱলিৰ প্ৰাকক্ষণতেই বৃদ্ধি হ’ল অসম চৰকাৰৰ কৰ্মচাৰীৰ DA
ৰাজ্যিক কৰ্মচাৰীসকলৰ DA ৩শতাংশলৈ বৃদ্ধিৰ ঘোষণা৷
কেবিনেট বৈঠকৰ পাছতেই এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷
এতিয়াৰে পৰা ৫৩ শতাংশ DA লাভ কৰিব ৰাজ্যিক কৰ্মচাৰীয়ে৷
ডিচেম্বৰৰ দৰমহাৰ লগত বৰ্ধিত DA লাব কৰিব ৰাজ্যিক কৰ্মচাৰীয়ে৷
২০২৪ চনৰ জুলাই মাহৰ পৰা কাৰ্যকৰী হৈছে এই DA বৃদ্ধি৷
৪মাহৰ এই DAৰ বকেয়া ধন পৰ্যায়ক্ৰমে ডিচেম্বৰৰ পৰা ২৫শতাংশকৈ দিয়া হ’ব কৰ্মচাৰীক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ