• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৈনিক ৰাশিফল- কিদৰে যাব আজিৰ দিনটো, শুক্ৰ গ্ৰহই আপোনাৰ ভাগ্যইলৈ আনিব ধন আৰু সুখৰ জোৱাৰ

দৈনিক ৰাশিফল- কিদৰে যাব আজিৰ দিনটো, শুক্ৰ গ্ৰহই আপোনাৰ ভাগ্যইলৈ আনিব ধন আৰু সুখৰ জোৱাৰ

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দৈনিক ৰাশিফল- কিদৰে যাব আজিৰ দিনটো, শুক্ৰ গ্ৰহই আপোনাৰ ভাগ্যইলৈ আনিব ধন আৰু সুখৰ জোৱাৰ

editor by editor
May 3, 2024
in জীৱনশৈলী, বিবিধ
0
দৈনিক ৰাশিফল- কিদৰে যাব আজিৰ দিনটো, শুক্ৰ গ্ৰহই আপোনাৰ ভাগ্যইলৈ আনিব ধন আৰু সুখৰ জোৱাৰ
0
SHARES
310
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দৈনিক ৰাশিফল- কিদৰে যাব আজিৰ দিনটো, শুক্ৰ গ্ৰহই আপোনাৰ ভাগ্যইলৈ আনিব ধন আৰু সুখৰ জোৱাৰ

মেষ ৰাশি
এই ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ। বিপুল লক্ষ্মীলাভৰ সম্ভাৱনা। ব্যৱসায়ীসকলৰ উন্নতি হ’ব। বাঢ়িব আয়। যিসকলে শ্বেয়াৰত বিনিয়োগ কৰিছে তেওঁলোকৰ বাবে অত্যন্ত শুভ হ’ব । দীৰ্ঘদিনৰ সম্পৰ্কই পূৰ্ণতা লাভ কৰিব।

বৃষ ৰাশি
এই ৰশিৰ জাতকৰ শৰীৰ, স্বাস্থ্য বৰ এটা ভালেৰে নাযাব। কেৰিয়াৰত অৱশ্যে উন্নতি হ’ব। বেচৰকাৰী সংস্থাত কৰ্মৰতসকলৰ পদোন্নতিৰ সম্ভাৱনা। স্বাভাৱিকভাৱেই বেতন বাঢ়িব। ব্যৱসায়ীসকলৰ শ্ৰী বৃদ্ধিৰ সম্ভাৱনা। যিসকল পঢ়াশুনাৰ সৈতে যুক্ত তেওঁলোকৰ সমস্যা বাঢ়িব। পাৰিবাৰিক জীৱনত কিছু বাধাবিঘিনি আহিব পাৰে।

মিথুন ৰাশি
আগন্তুক বছৰত কৰ্মক্ষেত্ৰত সাফল্যৰ চূড়াত উঠিব এই ৰাশিৰ জাতক-জাতিকা। বেচৰকাৰী সংস্থাত কৰ্মৰতসকলৰ পদোন্নতিৰ যোগ। বদলিৰ সম্ভাৱনাও আছে। ব্যৱসায়ীসকলৰ লক্ষ্মীলাভ। দাম্পত্য জীৱনত সম্পৰ্কত ফাঁট মেলিব পাৰে। প্ৰেমৰ সম্পৰ্কো ভুল বুজাবুজি।

কৰ্কট ৰাশি
এই ৰাশিৰ লোকৰ শাৰীৰিক অসুস্থতাৰ বাবে বিপুল অৰ্থ ব্যয় হ’ব পাৰে। দাম্পত্য জীৱনত সম্পৰ্ক মধুৰ হ’ব। চিংগলসকলে নতুন সম্পৰ্কত বান্ধ খাব পাৰে। পৰিয়ালৰ লোকসকলৰ সৈতে ভাল সময় কটাব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও শুভ। প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফলাফল লাভৰ সম্ভাৱনা।

সিংহ ৰাশি
এই ৰাশিৰ জাতক-জাতিকাসকলে ব্যৱসায়ত বিপুলভাৱে লাভৱান হ’ব। কৰ্মক্ষেত্ৰত উন্নতি হ’ব।  দীৰ্ঘদিন ধৰি থকা পাৰিবাৰিক সমস্যাৰ সমাধান হ’ব পাৰে। পিতৃৰ সৈতে দূৰত্ব বাঢ়িব। প্ৰেমত উন্নত। বিবাহৰ বান্ধোনতো বান্ধ খাব পাৰে। আৱেগৰ বশবৰ্তী হৈ কোনো কাম নকৰিব।

কন্যা ৰাশি
কন্যা ৰাশিৰ জাতক-জাতিকাসকলে চলিত বছৰত ধৈৰ্য্যৰ পৰীক্ষা দিব পাৰে। কাৰণ কৰ্মক্ষেত্ৰত এটাৰ পাছত আনটো বাধা আহিব। ব্যৱসায়ীসকলৰ বাবে বদিনটো বৰ এটা শুভ নহ’ব। প্ৰেম আৰু পাৰিবাৰিক সম্পৰ্কত শুভ। শৰীৰ-স্বাস্থ্য খুব ভালেৰে নাযাব। পঢ়ুৱৈসকলে পৰীক্ষাত আশানুৰূপ ফল লাভ কৰিব।

তুলা ৰাশি
এই ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে নতুন বছৰটো শুভ। আয়তকৈ ব্যয় বেছি হোৱাৰ সম্ভাৱনা। ইয়াৰ ফলত মানসিক চাপ বাঢ়িব। প্ৰেমৰ সম্পৰ্কত উন্নতি হ’ব। সংগী নতুবা সংগীনিৰ সৈতে আপোনাৰ প্ৰেমৰ সম্পৰ্ক মধুৰ হ’ব। অবিবাহিতসকলৰো বিবাহৰ যোগ আছে।

বৃশ্চিক ৰাশি
আগন্তুক বছৰত এই ৰাশিৰ জাতক-জাতিকাসকলে আৰ্থিক উন্নতিৰ বাবে সুযোগ পাব। নিজৰ সপোন পূৰণৰ যোগ আছে। পৰিশ্ৰমৰ ফলত  বেছি নম্বৰ লাভ কৰি ছাত্ৰ-ছাত্ৰীসকলে। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু নজৰ দিব। বাহিৰৰ খাদ্য পৰিহাৰ কৰি চলিব আজিৰ দিনটোত।

ধনু ৰাশি
ধনু ৰাশিৰ জাতক-জাতিকাসকলে উচ্চশিক্ষাৰ সপোন দেখিলে সেয়া পূৰণ হ’ব। অৱশ্যে ইয়াৰ বাবে সু পৰিকল্পনাৰ প্ৰয়োজন আছে। নতুন বন্ধু গঢ়ি উঠিব। প্ৰেমৰ সম্পৰ্কত বান্ধ খোৱাৰ সম্ভাৱনা আছে। আয়ত ভাল। শৰীৰে আমনি দিব পাৰে।

মকৰ ৰাশি
ভৱাচিন্তা কৰি সিদ্ধান্ত লওক। বিনিয়োগত ভাবি-চিন্তি সিদ্ধান্ত লওক। সম্পৰ্কত উন্নতি। অবিবাহিতসকলৰ বিবাহৰ যোগ আছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বছৰটো শুভ। পৰীক্ষাৰ ফল শুভ হ’ব। উচ্চশিক্ষাৰ ইচ্ছাপূৰণ হ’ব। মানসিক দুচিন্তাৰ কাৰণে শাৰীৰিক স্বাস্থ্যতো প্রভাৱ পৰিব পাৰে। নিজৰ শৰীৰৰ দিশত নজৰ দিয়ক। অন্যথা বিপদ অৱশ্যম্ভাৱী।

কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজিৰ দিনটো বৰ এটা ভাল নহয়। বিভিন্ন চেলেঞ্জৰ মুখামুখি হ’ব পাৰে। কেৰিয়াৰত কিছু বাধা আহিব। অৱশ্যে কোনো কামত সম্পূৰ্ণ ব্যৰ্থও নহ’ব। সাফল্য আহিবলৈ কিছু পলম হব পাৰে।

মীন ৰাশি
এই ৰাশিৰ জাতক-জাতিকাসকলে কামত ব্যস্ত হৈ থাকি ভালপায়। সেয়ে কৰ্মক্ষেত্ৰত আপোনাৰ উন্নতিক কোনোৱে বাধা দিব নোৱাৰিব। কৰ্মসূত্ৰত ভ্ৰমণৰ সম্ভাৱনা। কিন্তু কামৰ চাপত বহুক্ষেত্ৰত প্ৰিয়জনক সময় দিব নোৱাৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত উন্নতি। দাম্পত্য জীৱন সুখকৰ হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 3 may3 may 2024astrologyDailñ Horoscopehoroscoperashifal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
জল্পনা কল্পনাৰ অন্ত! কংগ্ৰেছৰ দুৰ্গ ৰায়বৰেলী আৰু আমেঠীৰ প্ৰাৰ্থীৰ নাম সদৰি, এখনত ৰাহুল গান্ধী- আনখনত কোন?

জল্পনা কল্পনাৰ অন্ত! কংগ্ৰেছৰ দুৰ্গ ৰায়বৰেলী আৰু আমেঠীৰ প্ৰাৰ্থীৰ নাম সদৰি, এখনত ৰাহুল গান্ধী- আনখনত কোন?

যৌ* নিৰ্যাতনৰ গুৰুতৰ অভিযোগ ৰাজ্যপালৰ বিৰুদ্ধে, তোলপাৰ ৰাজ্য

যৌ* নিৰ্যাতনৰ গুৰুতৰ অভিযোগ ৰাজ্যপালৰ বিৰুদ্ধে, তোলপাৰ ৰাজ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.