• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দলিত যুৱকক অত্যাচাৰ! মধ্যপ্ৰদেশৰ পাছতেই উত্তৰপ্ৰদেশৰ ঘটনাক লৈ দেশজুৰি চৰ্চা

দলিত যুৱকক অত্যাচাৰ! মধ্যপ্ৰদেশৰ পাছতেই উত্তৰপ্ৰদেশৰ ঘটনাক লৈ দেশজুৰি চৰ্চা

3 years ago
লোকসভাত Finance Bill 2026 গৃহীত! কেনেকৈ প্ৰভাৱ পৰিব আপোনাৰ জেপত আৰু কৰত?

লোকসভাত Finance Bill 2026 গৃহীত! কেনেকৈ প্ৰভাৱ পৰিব আপোনাৰ জেপত আৰু কৰত?

22 minutes ago
দূৰত থাকক এই ৪ ৰাশিৰ লোকৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!

দূৰত থাকক এই ৪ ৰাশিৰ লোকৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!

56 minutes ago
উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

2 hours ago
২৫ দিনতে নাপাব চিলিণ্ডাৰ! LPG বুকিঙৰ ক্ষেত্ৰত ডাঙৰ আপডেট

২৫ দিনতে নাপাব চিলিণ্ডাৰ! LPG বুকিঙৰ ক্ষেত্ৰত ডাঙৰ আপডেট

3 hours ago
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

হত্যা হোৱা নাছিল জুবিন গাৰ্গৰ, ছিংগাপুৰৰ কৰ’নাৰ্ছ কৰ্টৰ চূড়ান্ত ৰায়দান

3 hours ago
ইমৰাণ হাছমীৰ সৈতে চুম্বনৰ দৃশ্যত উচপ খাই উঠিল তনুশ্ৰী, তাৰ পিছত…

ইমৰাণ হাছমীৰ সৈতে চুম্বনৰ দৃশ্যত উচপ খাই উঠিল তনুশ্ৰী, তাৰ পিছত…

4 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

5 hours ago
UPI পিন পাহৰিলেও চিন্তা নাই, আহিছে নতুন ফিচাৰ!

UPI পিন পাহৰিলেও চিন্তা নাই, আহিছে নতুন ফিচাৰ!

5 hours ago
আপোনাৰ ৰাশিয়ে দিব স্বাস্থ্যৰ ইংগিত, জানক কোনবোৰ ক্ষেত্ৰত সাৱধানে থাকিব!

আপোনাৰ ৰাশিয়ে দিব স্বাস্থ্যৰ ইংগিত, জানক কোনবোৰ ক্ষেত্ৰত সাৱধানে থাকিব!

6 hours ago
ODI World Cup 2027 খেলিব নোৱাৰে ৫ জন খেলুৱৈয়ে, টিম ইণ্ডিয়াত দেখিব নতুন মুখ!

ODI World Cup 2027 খেলিব নোৱাৰে ৫ জন খেলুৱৈয়ে, টিম ইণ্ডিয়াত দেখিব নতুন মুখ!

7 hours ago
ভাগ্য হ’ব সলনি, পাকঘৰৰ এটা ভুলে পেলাব বিপদত!

ভাগ্য হ’ব সলনি, পাকঘৰৰ এটা ভুলে পেলাব বিপদত!

7 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

প্ৰেমত বাধা, সম্পত্তি নাশ! জানক কোন ৰাশিৰ জাতক-জাতিকাৰ কেনে যাব দিনটো?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দলিত যুৱকক অত্যাচাৰ! মধ্যপ্ৰদেশৰ পাছতেই উত্তৰপ্ৰদেশৰ ঘটনাক লৈ দেশজুৰি চৰ্চা

editor by editor
July 9, 2023
in জীৱনশৈলী, ভাৰত
0
দলিত যুৱকক অত্যাচাৰ! মধ্যপ্ৰদেশৰ পাছতেই উত্তৰপ্ৰদেশৰ ঘটনাক লৈ দেশজুৰি চৰ্চা
0
SHARES
257
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দলিত যুৱকক মাৰপিট কৰি, কাণত ধৰাই উঠা বহা কৰোৱাই নহয় আৰক্ষীৰ জোঁতা চেলেকিবলৈকো বাধ্য কৰোৱাইছিল। এই ঘটনা উত্তৰ প্ৰদেশৰ। বিগত বৃহস্পতিবাৰে যোগী আদিত্যনাথৰ ৰাজ্য সোনভদ্ৰ জিলাত এই ঘটনা। ইতিমধ্যে সেই বিশেষ ভিডিঅ’ক লৈ দেশজুৰি আৰম্ভ হৈছে চৰ্চা। সমাজবাদী পাৰ্টিৰ প্ৰধান অখিলেখ যাদৱে বিশেষ ভিডিঅ’টো টুইট কৰি যোগী চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

মধ্যপ্ৰদেশৰ পাছতেই এইবাৰ উত্তৰপ্ৰদেশ। দলিত যুৱকক মাৰধৰ কৰি জোতা চেলেকিবলৈকো বাধ্য কৰাইছিল। আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি ৰাজেন্দ্ৰ নামৰ দলিত সম্প্ৰদায়ৰ যুৱকজনে তেওঁৰ আত্মীয়ৰ ঘৰলৈ আহোতেই এই ঘটনা। ৰাজেন্দ্ৰ পেছাত এগৰাকী ইলেক্ট্ৰিক মিস্ত্ৰি। তেওঁ যাৰ ঘৰলৈ ফুৰিবলৈ আহিছিল তেওঁলোকৰ বাসগৃহত বিদ্যুতৰ খুঁটাত এক সমস্যাই দেখা দিয়ে। ৰাজেন্দ্ৰই বিশেষ কামটো কৰি পেলালে। ৰাজেন্দ্ৰৰ এই প্ৰতিভা দেখিয়েই চুবুৰীয়া বহুজনে ৰাজেন্দ্ৰক ঘৰৰ পৰা কামৰ বাবে মতা আৰম্ভ কৰে।

ৰাজেন্দ্ৰই এনেদৰে কাম কৰিবলৈ আৰম্ভ কৰাত চুবুৰীয়া বহু মিস্ত্ৰিয়ে আপত্তি দৰ্শাই। স্থানীয় ইলেক্ট্ৰিক মিস্ত্ৰি তেজবালি সিংহ পেটেলে কাম হেৰুৱাৰ বাবেই ৰাজেন্দ্ৰক মাতি মাৰপিট কৰে। তৰপাছতেই কাণত ধৰাই উঠা বহা কৰোৱাই ৰাজেন্দ্ৰক। মাৰপিট কৰোৱাতেই শান্ত নাথাকি ৰাজেন্দ্ৰক জোতা চেলেকিবলৈ দিয়া হয়। সমগ্ৰ ঘটনাক লৈ অখিলেখ যাদৱৰ টুইট, ‘উত্তৰপ্ৰদেশৰ সোনভদ্ৰৰ ঘটনা মধ্যপ্ৰদেশৰ ঘটনাতকৈ কোনো গুণে কম নহয়। এতিয়া যোগী চৰকাৰে দোষীৰ ঘৰত বুলডোজাৰ চলাবনে? বিজেপিৰ লোকসকলে দলিতক উৎপীড়নৰ ইতিহাস ৰচনা কৰিছে।’ অৱশ্যে আৰক্ষীয়ে অভিযুক্ত ইলেক্ট্ৰিক মিস্ত্ৰি তেজবালিক গ্ৰেপ্তাৰ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24Best news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দূৰত থাকক এই ৪ ৰাশিৰ লোকৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!
জীৱনশৈলী

দূৰত থাকক এই ৪ ৰাশিৰ লোকৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!

March 25, 2026
২৫ দিনতে নাপাব চিলিণ্ডাৰ! LPG বুকিঙৰ ক্ষেত্ৰত ডাঙৰ আপডেট
বাণিজ্য

২৫ দিনতে নাপাব চিলিণ্ডাৰ! LPG বুকিঙৰ ক্ষেত্ৰত ডাঙৰ আপডেট

March 25, 2026
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !
জীৱনশৈলী

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

March 25, 2026
আপোনাৰ ৰাশিয়ে দিব স্বাস্থ্যৰ ইংগিত, জানক কোনবোৰ ক্ষেত্ৰত সাৱধানে থাকিব!
জীৱনশৈলী

আপোনাৰ ৰাশিয়ে দিব স্বাস্থ্যৰ ইংগিত, জানক কোনবোৰ ক্ষেত্ৰত সাৱধানে থাকিব!

March 25, 2026
Next Post
এই ৫ খাদ্য নিয়মিত খালেই বাঢ়ে হাৰ্টৰ ৰোগ! এই সমস্যাৰ পৰা আঁতৰত থাকিবলৈ কি কৰিব?

এই ৫ খাদ্য নিয়মিত খালেই বাঢ়ে হাৰ্টৰ ৰোগ! এই সমস্যাৰ পৰা আঁতৰত থাকিবলৈ কি কৰিব?

পাঠানৰ পাছতেই ইতিহাস ৰচিছে শ্বাহৰুখৰ ডাংকীয়ে! মুক্তিৰ পূৰ্বেই ‘ডাংকী’য়ে আয় কৰিলে ১৫৫ কোটি

পাঠানৰ পাছতেই ইতিহাস ৰচিছে শ্বাহৰুখৰ ডাংকীয়ে! মুক্তিৰ পূৰ্বেই 'ডাংকী’য়ে আয় কৰিলে ১৫৫ কোটি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.