• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৫ খাদ্য নিয়মিত খালেই বাঢ়ে হাৰ্টৰ ৰোগ! এই সমস্যাৰ পৰা আঁতৰত থাকিবলৈ কি কৰিব?

এই ৫ খাদ্য নিয়মিত খালেই বাঢ়ে হাৰ্টৰ ৰোগ! এই সমস্যাৰ পৰা আঁতৰত থাকিবলৈ কি কৰিব?

3 years ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

5 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

5 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

6 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

7 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

8 hours ago
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

8 hours ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

9 hours ago
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

9 hours ago
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

10 hours ago
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

11 hours ago
জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

11 hours ago
জুবিনবিহীন অসম, জুবিনময় অসম

জুবিনবিহীন অসম, জুবিনময় অসম

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

এই ৫ খাদ্য নিয়মিত খালেই বাঢ়ে হাৰ্টৰ ৰোগ! এই সমস্যাৰ পৰা আঁতৰত থাকিবলৈ কি কৰিব?

editor by editor
July 9, 2023
in খাদ্য, স্বাস্থ্য
0
এই ৫ খাদ্য নিয়মিত খালেই বাঢ়ে হাৰ্টৰ ৰোগ! এই সমস্যাৰ পৰা আঁতৰত থাকিবলৈ কি কৰিব?
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দেশত দৈনিক বৃদ্ধি পাইছে হৃদৰোগীৰ সংখ্যা। এই অংগটোৱে বিশুদ্ধ তেজ পাম্প কৰি শৰীৰৰ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰাত সহায় কৰে। এই কাম জন্মৰ পৰা মৃত্যুলৈ নিৰন্তৰে কাম কৰি থাকে হৃদপিণ্ডই। এই অংগৰ বিশেষ অংগৰ যত্ন লোৱাটো প্ৰত্যেকৰেই কৰ্তব্য। আমাৰ কিছু ভুলেই মৃত্যুৰ দুৱাৰদলি লৈকে লৈ যাব পাৰে। বয়সে ৫০ৰ সীমা অতিক্ৰম কৰিলেই হাৰ্টৰ ৰোগৰ আশংকা বাঢ়ি যায়। বয়সে ৩০ অতিক্ৰম কৰিলেই কেইবিধমান খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থকাটোৱেই মংগলজনক। কোনবোৰ খাদ্য খালে হাৰ্টৰ ৰোগৰ আশংকা বাঢ়ে?

প্ৰিজাৰভেটিৱ খাদ্য
খাদ্যত নিমখৰ পৰিমাণ অত্যাধিক হ’লে ই শৰীৰৰ ক্ষতি কৰে। হাৰ্টৰ ৰোগীৰ বাবে ই মাৰাত্মক।

আইছক্ৰিম
গৰমত বহুতেই আইছক্ৰিম খায়। এই বদভ্যাসেই শৰীৰত ব্যাপক ক্ষতি কৰে। গৱেষণাত দেখা গৈছে যে নিয়মিত আইছক্ৰিম খালে হাৰ্টৰ ক্ষতি হয়। কিছু আইছক্ৰিমত বহুপৰিমানে ফেট, কলষ্টেৰল থাকে ই হাৰ্টৰ বাবে মাৰাত্মক। দৈনিক আইছক্ৰিম খোৱাৰ অভ্যাস এৰাই চলাটোৱেই শৰীৰৰ বাবে মংগলজনক।

পাউৰুটি
পুৱাৰ ব্ৰেকফাষ্টত বহুতৰে পাউৰুটি খোৱাৰ অভ্যাস থাকে। পাউৰুটিত বহু পৰিমানে ফেট থাকে। এই ফেটে শৰীৰৰ ক্ষতি কৰে। হাৰ্টৰ অসুখ থাকিলে পাউৰুটি খোৱাৰ অভ্যাস ত্যাগ কৰক। ইয়াৰ সলনি আপুনি ব্ৰাউন ব্ৰেড খাব পাৰে।

ফাষ্টফুড খোৱাৰ অভ্যাস
ফাষ্টফুডৰ নিচা যুৱসমাজৰ প্ৰায়সংখ্যকৰ মাজতেই আছে। বিৰিয়ানি, পিজ্জা, ৰোল আদি সকলোৰে প্ৰিয় খাদ্য। এই খাদ্যই শৰীৰৰ ক্ষতি কৰে। হাৰ্টৰ সমস্যা থাকিলে ৰিফাইনেৰে বনোৱা খাদ্য, অত্যাধিক মিঠা, নিমখ আদি ফেটৰ ভাণ্ডাৰ। এই সমস্ত উপাদান হাৰ্টৰ বাবে ক্ষতিকাৰক।

কল্ড ড্ৰিংকছ খোৱাৰ অভ্যাস এৰক
গৰমত কল্ড ড্ৰিংকছ খোৱাৰ অভ্যাস থাকিলে হাওঁফাওৰ ক্ষতি হয়। কল্ড ড্ৰিংকছত অত্যাধিক পৰিমানে চেনী থাকে। এই মিঠাই শৰীৰ ক্ষতি কৰে। হাৰ্ট ভালে ৰাখিবলৈ কল্ড ড্ৰিংকছ খোৱাৰ অভ্যাস ত্যাগ কৰাটোৱেই মংগলজনক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কণীয়ে বঢ়াব শক্তি, প্ৰতিদিনে কেইটা কণী খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী?
জীৱনশৈলী

কণীয়ে বঢ়াব শক্তি, প্ৰতিদিনে কেইটা কণী খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী?

September 28, 2026
মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত
জীৱনশৈলী

মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত

September 28, 2026
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…
জীৱনশৈলী

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

September 27, 2026
বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!
জীৱনশৈলী

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

September 26, 2026
Next Post
পাঠানৰ পাছতেই ইতিহাস ৰচিছে শ্বাহৰুখৰ ডাংকীয়ে! মুক্তিৰ পূৰ্বেই ‘ডাংকী’য়ে আয় কৰিলে ১৫৫ কোটি

পাঠানৰ পাছতেই ইতিহাস ৰচিছে শ্বাহৰুখৰ ডাংকীয়ে! মুক্তিৰ পূৰ্বেই 'ডাংকী’য়ে আয় কৰিলে ১৫৫ কোটি

হঠাতেই ছাৰখাৰ এমবাপেৰ দেশ! প্ৰেমৰ চহৰত এতিয়া কেৱল হিংসা, কিয় হিংসা কমা নাই ফ্ৰান্সত?

হঠাতেই ছাৰখাৰ এমবাপেৰ দেশ! প্ৰেমৰ চহৰত এতিয়া কেৱল হিংসা, কিয় হিংসা কমা নাই ফ্ৰান্সত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.