• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আই পি এছ বিষয়া দলজিৎ সিং চৌধাৰীক বি এছ এফৰ অতিৰিক্ত দায়িত্ব

আই পি এছ বিষয়া দলজিৎ সিং চৌধাৰীক বি এছ এফৰ অতিৰিক্ত দায়িত্ব

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

3 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

3 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, February 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

আই পি এছ বিষয়া দলজিৎ সিং চৌধাৰীক বি এছ এফৰ অতিৰিক্ত দায়িত্ব

editor by editor
August 3, 2024
in বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
আই পি এছ বিষয়া দলজিৎ সিং চৌধাৰীক বি এছ এফৰ অতিৰিক্ত দায়িত্ব
0
SHARES
104
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আই পি এছ বিষয়া দলজিৎ সিং চৌধাৰীক বি এছ এফৰ অতিৰিক্ত দায়িত্ব

সীমান্ত সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান নীতিন আগৰৱালক শুকুৰবাৰে ২ আগষ্ট তাৰিখে পদৰ পৰা অপসাৰণ কৰি তেওঁক ৰাজ্যিক কেডাৰলৈ প্ৰেৰণ কৰা হয়। এতিয়া কেন্দ্ৰীয় চৰকাৰে নীতিন আগৰৱালৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ এদিন পিছতে বি এছ এফে নতুন ডি জি লাভ কৰিছে।

সশস্ত্ৰ সীমা বাল (এছ এছ বি)ৰ ডি জি দলজিৎ সিং চৌধাৰীক ডি জি (বি এছ এফ) পদৰ অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে। এই তথ্য কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক স্মাৰক পত্ৰৰ জৰিয়তে জাৰি কৰিছে।

গৃহ মন্ত্ৰালয়ে জাৰি কৰা স্মাৰক পত্ৰত কোৱা হৈছে যে, “বি এছ এফৰ সঞ্চালক প্ৰধান (ডি জি) নীতিন আগৰৱালক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ তেওঁৰ ৰাজ্যিক কেডাৰলৈ প্ৰেৰণ কৰা হৈছে। এতিয়া ডি জি (বি এছ এফ) পদৰ অতিৰিক্ত চাৰ্জ ডি জি (এছ এছ বি) দলজিত সিং চৌধাৰীক দিয়া হ’ব।” নিয়মীয়া বিষয়া নিযুক্তি নোপোৱালৈকে চৌধুৰীক ডিজি বিএছএফৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে।

উল্লেখ্য যে, বিগত কেইসপ্তাহমানৰ ভিতৰত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী ঘটনা বহু পৰিমাণে বৃদ্ধি পাইছে। ইয়াৰ বাবেই বহু জোৱান শ্বহীদো হৈছে। উপত্যকাটোত এতিয়ালৈকে সংঘটিত হোৱা আক্ৰমণ এতিয়া জম্মুতো দেখা গৈছে। অনুপ্ৰৱেশৰ ঘটনাও বৃদ্ধি পাইছে। তথ্য অনুসৰি চলিত বৰ্ষৰ ২১ জুলাইলৈকে ১৪ জন জোৱান শ্বহীদ হৈছে। ইয়াৰ উপৰিও ১৪ জন সাধাৰণ নাগৰিকৰো মৃত্যু হৈছে। এই ঘটনাৰ বাবেই গৃহ মন্ত্ৰালয়ে নীতিন আগৰৱালক বি এছ এফৰ ডি জি পদৰ পৰা অপসাৰণ কৰি কেডাৰ ৰাজ্যলৈ প্ৰেৰণ কৰে।

কিন্তু চৰকাৰৰ এই ব্যৱস্থা কেৱল নীতিন আগৰৱালৰ বিৰুদ্ধে লোৱা নাই, আনহাতে তেওঁৰ উপ-বিশেষ সঞ্চালক প্ৰধান (পশ্চিম) ৱাই.বি. খুৰাণিয়াকো পদৰ পৰা অপসাৰণ কৰি কেডাৰ ৰাজ্যলৈ প্ৰেৰণ কৰা হয়। খুৰানিয়া ১৯৯০ চনত ওড়িশা কেডাৰৰ বেচ অফিচাৰ। বিগত বৰ্ষৰ জুন মাহতহে এই পদ গ্ৰহণ কৰিছিল নীতিন আগৰৱালে। ইয়াৰ পূৰ্বে তেওঁ পাকিস্তানৰ সৈতে সীমান্ত নিৰীক্ষণ কৰা বিশেষ ডিজি (পশ্চিম)ৰ কমাণ্ডত আছিল। ২০২৬ চনত অৱসৰ ল’বলৈ গৈ আছে নীতিন আগৰৱালে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: additional chargeBorder Security ForceDaljit Chaudharyindian armyIndian BSf
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
পদক লাভ কৰিলে কোনোবাই ,শুভেচ্ছা লাভ কৰিলে আদিল হুছেইনে, হাঁহিত ফাটি পৰিছে অভিনেতাগৰাকী

পদক লাভ কৰিলে কোনোবাই ,শুভেচ্ছা লাভ কৰিলে আদিল হুছেইনে, হাঁহিত ফাটি পৰিছে অভিনেতাগৰাকী

নিৰাপদে ঘুৰি আহিব পাৰিবনে সুনীতা, নাছাৰ হাতত মাত্ৰ ১৯ দিন বাকী

নিৰাপদে ঘুৰি আহিব পাৰিবনে সুনীতা, নাছাৰ হাতত মাত্ৰ ১৯ দিন বাকী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.