• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

6 months ago
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

5 minutes ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

44 minutes ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

1 hour ago
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

9 hours ago
বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

10 hours ago
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

10 hours ago
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

11 hours ago
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

11 hours ago
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

12 hours ago
বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

13 hours ago
CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

14 hours ago
অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

editor by editor
January 29, 2026
in জীৱনশৈলী, প্ৰযুক্তি, বিবিধ, ভাৰত, লেখা
0
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য
0
SHARES
117
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃহস্পতিবাৰে সংসদত পেছ কৰা হৈছে অৰ্থনৈতিক সমীক্ষা ২০২৫-২০২৬৷ তাতেই কোৱা হৈছে ভাৰতত ডিজিটেল আসক্তি আৰু স্ক্ৰিণ সংক্ৰান্তিয় মানসিক স্বাস্থ্যৰ সমস্যাৰ দ্ৰুত বৃদ্ধিক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰা হৈছে৷ বিশেষকৈ শিশু আৰু কিশোৰসকলৰ মাজত এই প্ৰৱণতাক উদ্বেগজনক বুলিয়েই উল্লেখ কৰা হৈছে৷

সমীক্ষাত কোৱা হৈছে স্মাৰ্টফোন, ছচিয়েল মিডিয়া, অনলাইন গেমিং আৰু বিভিন্ন ডিজিটেল প্লেটফৰ্মত অতিৰিক্ত সময় কটোৱাৰ ফলত সুস্থতা, শিক্ষাৰ ফলাফল আৰু দীৰ্ঘম্যাদি অৰ্থনৈতিক উৎপাদনশীলতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিছে৷ ৰিপৰ্টত ডিজিটেল আসক্তিক এনে এক আচৰণগত প্ৰৱণতা হিচাপে সংজ্ঞায়িত কৰা হৈছে৷ য’ত ডিজিটেল ডিভাইছ আৰু অনলাইন কাৰ্যকলাপৰ প্ৰতি অতিৰিক্ত, স্থায়ী বা বাধ্যতামূলক নিৰ্ভৰতা মানসিক চাপ আৰু দৈনন্দিন কাৰ্যক্ষমতা বিঘ্নিত হয়৷

সমীক্ষা অনুসৰি এই ধৰণৰ আচৰণৰ ফলত মনোযোগৰ ঘাটি, টোপনিৰ অভাৱ, উদ্বেগ আৰু পঢ়াশুনা বা কৰ্মক্ষেত্ৰত কৰ্মদক্ষতাৰ অৱনতি দেখা গৈছে৷ দীৰ্ঘম্যাদি এই পৰিস্থিতিৰ কাৰণে বন্ধু আৰু সহপাঠীসকলৰ সৈতে সম্পৰ্ক ক্ষয় হয়, সামাজিক অংশগ্ৰহণ কমি যায় আৰু সামাজিক দক্ষতা কমিব পাৰে৷

ব্যক্তিগত আৰু সামাজিক প্ৰভাৱত ওপৰিও ৰিপৰ্টত ডিজিটেল আসক্তিৰ বিস্তৃত অৰ্থনৈতিক ক্ষতিৰ কথাও তুলি ধৰা হৈছে৷ ইয়াৰ মাজত আছে হঠাৎ অনলাইন খৰচ, গেমিং আৰু ছাইবাৰ জালিয়াতিৰ কাৰণে আৰ্থিক ক্ষতি, ইয়াৰোপৰি কৰ্মসংস্থানৰ যোগ্যতা হ্ৰাস উৎপাদনশীলতা কমি যোৱা আৰু আজীৱন আয়ৰ সম্ভাৱনা কমি যোৱাৰ দৰে পৰোক্ষ ক্ষতি৷

সমীক্ষাত লগতে কোৱা হৈছে বাধ্যতামূলক ডিজিটেল ব্যৱহাৰৰ সৈতে উদ্বেগ, মানসিক চাপ, বিষন্নতা আৰু টোপনিৰ সমস্যাৰ ঘনিষ্ঠ সম্পৰ্ক আছে৷ বিশেষখৈ পঢ়াশুনাৰ চাপৰ মাজত থকা শিক্ষাৰ্থী আৰু ছাইবাৰ বুলিং আৰু উত্তেজক ডিজিটেল কনটেণ্ট ব্যৱহাৰ কৰাৰ সমস্যা তৰুণসকলৰ মাজত বেছিকৈ দেখা গৈছে৷

সমীক্ষাত ছচিয়েল মিডিয়া আসক্তিক লৈ বিশেষ উদ্বেগ প্ৰকাশ কৰা হৈছে৷ ইয়াত কোৱা হৈছে ছচিয়েল মিডিয়াত অতিৰিক্ত আসক্তিৰ সৈতে উদ্বেগ, বিষন্নতা, আত্মসন্মানবোধৰ অভাৱ, ছাইবাৰ বুলিঙজনিত চাপ আৰু আত্মহত্যাৰ ঘনিষ্ট সম্পৰ্ক আছে৷ ভাৰত আৰু বিশ্বৰ বিভিন্ন গৱেষণাৰ উল্লেখ কৰি ৰিপৰ্টত কোৱা হৈছে যে ১৫ৰ পৰা ২৪ বছৰ বয়সীয়া তৰুণৰ মাজত এই সমস্যাসমূহৰ প্ৰাদুৰ্ভাৱ অত্যন্ত বেছি৷

ডিজিটেল ব্যৱহাৰৰ মাত্ৰা ক্ৰমে বাঢ়িছে৷ ২০২৪ চনত ভাৰতৰ প্ৰায় অৰ্ধেক ইণ্টাৰনেট ব্যৱহাৰকাৰী অনলাইন ভিডিঅ’ চাইছে৷ ৪৩ শতাংশ ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিছে, ৪০শতাংশ ইমেইল ব্যৱহাৰ বা মিউজিক ষ্ট্ৰিম কৰিছে আৰু ২৬ শতাংশ ডিজিটেল পেমেণ্ট কৰিছে৷ সংখ্যাৰ হিচাপত প্ৰায় ৪০ কোটি মানুহে অটিটি ভিডিঅ’ আৰু ফুড ডেলিভাৰি প্লেটফৰ্ম ব্যৱহাৰ কৰিছে আৰু প্ৰায় ৩৫ কোটি মানুহে ছচিয়েল মিডিয়াতো সক্ৰিয়৷

ইয়াৰ ফলত সমীক্ষাৰ মতে, ভাৰতৰ তৰুণ প্ৰজন্মৰ মাজত এক অত্যন্ত ডিজিটেল পৰিবেশ বাঢ়িছে৷ যদিও ডিজিটেল প্ৰযুক্তিৰ প্ৰসাৰ, শিক্ষালাভ, কৰ্মসংস্থান আৰু নাগৰিক অংশগ্ৰহণৰ নতুন সুযোগ সৃষ্টি কৰিছে৷ কিন্তু সমীক্ষাই কৈছে- ১৫ৰ পৰা ২৯ বছৰ বয়সীয়াসকলৰ ক্ষেত্ৰত আৰু এক ডিজিটেল এক্সেছ ডাঙৰ সমস্যা নহয়, কাৰণ এই গোষ্ঠীৰ মাজত মোবাইল আৰু ইণ্টাৰনেট ব্যৱহাৰ প্ৰায় সাৰ্বজনীন৷

এই চেলেঞ্জ মোকাবিলাত সমীক্ষাৰ একাধিক কাঠামোগত কথাও আহিছে৷ ইয়াৰ মাজত আছে ছাইবাৰ সুৰক্ষা শিক্ষা, পিয়েৰ মেণ্টৰ কৰ্মসূচী, স্কুলত বাধ্যতামূলক শাৰীৰিক শিক্ষা, স্ক্ৰিণ টাইম নিয়ন্ত্ৰণত অভিভাৱকসকলৰ প্ৰশিক্ষণ, বয়স অনুসৰি ডিজিটেল এক্সেছ নীতি আৰু ক্ষতিকৰ কনটেণ্ট হোষ্ট কৰা অনলাইন প্লেটফৰ্মসমূহ জবাবদিহি বঢ়োৱা৷

সমীক্ষাত আন্তৰ্জাতিক অভিজ্ঞতাৰ কথাও উল্লেখ কৰা হৈছে৷ অষ্ট্ৰেলিয়াত শিশুসকলৰ ডিজিটেল আসক্তিৰোধত বিশ্বৰ অন্যতম কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ যাৰ মাজত নিৰ্দিষ্ট বয়সৰ তলৰ শিশুসকলৰ বাবে ছচিয়েল মিডিয়া একাউণ্ট নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ
বিনোদন

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

July 28, 2026
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…
জীৱনশৈলী

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

July 28, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

July 28, 2026
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?
জীৱনশৈলী

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

July 27, 2026
Next Post
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.