পৃথিৱীত অহা ১০টা তীব্ৰ প্ৰাবল্যৰ ভূমিকম্প। যিকেইটা ভূমিকম্পই সৃষ্টি কৰিছিল ত্ৰাসৰ। ১৯৫০ চনৰ ১৫ আগষ্টত অসমত হৈছিল বৰভূঁইকঁপ। নিহত হৈছিল ৭৮০ৰো অধিক লোক।