• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এয়াৰ ইণ্ডিয়াৰ আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্থ বিমানৰ ব্লেক বক্সৰ তথ্য উদ্ধাৰ প্ৰক্ৰিয়া সম্পন্ন! কি কৈছে কেন্দ্ৰীয় অসামৰিক বিমান মন্ত্ৰণালয়ে?

এয়াৰ ইণ্ডিয়াৰ আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্থ বিমানৰ ব্লেক বক্সৰ তথ্য উদ্ধাৰ প্ৰক্ৰিয়া সম্পন্ন! কি কৈছে কেন্দ্ৰীয় অসামৰিক বিমান মন্ত্ৰণালয়ে?

1 year ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

17 minutes ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

2 hours ago
ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

2 hours ago
এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

2 hours ago
আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

3 hours ago
ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

3 hours ago
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

4 hours ago
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

5 hours ago
বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

6 hours ago
আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

7 hours ago
এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

8 hours ago
আজিৰ দিনটো আপোনাৰ কেনে যাব?

আজিৰ দিনটো আপোনাৰ কেনে যাব?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এয়াৰ ইণ্ডিয়াৰ আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্থ বিমানৰ ব্লেক বক্সৰ তথ্য উদ্ধাৰ প্ৰক্ৰিয়া সম্পন্ন! কি কৈছে কেন্দ্ৰীয় অসামৰিক বিমান মন্ত্ৰণালয়ে?

এয়াৰ ইণ্ডিয়াৰ আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্থ বিমানৰ ব্লেক বক্সৰ তথ্য উদ্ধাৰ প্ৰক্ৰিয়া সম্পন্ন! কি কৈছে কেন্দ্ৰীয় অসামৰিক বিমান মন্ত্ৰণালয়ে?

editor by editor
June 26, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
এয়াৰ ইণ্ডিয়াৰ আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্থ বিমানৰ ব্লেক বক্সৰ তথ্য উদ্ধাৰ প্ৰক্ৰিয়া সম্পন্ন! কি কৈছে কেন্দ্ৰীয় অসামৰিক বিমান মন্ত্ৰণালয়ে?
0
SHARES
4.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুৰ্ঘটনাগ্ৰস্থ বিমানৰ ব্লেকবক্সৰ পৰা তথ্য উদ্ধাৰ কৰা হৈছে৷ সেই তথ্য ডাউনলোডো কৰা হৈছে৷ এইবাৰ সেই তথ্য পৰীক্ষা কৰি আছে বিমান দুৰ্ঘটনা তদন্তকাৰী সংস্থাই৷ বৃহস্পতিবাৰে এই কথা জনাইছে কেন্দ্ৰীয় চৰকাৰে৷ কেইবাদিন পূৰ্বে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰীয়ে জনাইছে যে এয়াৰ ইণ্ডিয়া বিমানৰ ব্লেক বক্স বিদেশলৈ পঠিওৱা হোৱা নাই৷ দেশতেই পৰীক্ষানিৰীক্ষা চলি আছে৷

বিগত ১২ জুনত আহমেদাবাদৰ মেঘানিনগৰৰ লোকালয়ত ভাঙি পৰিছিল এয়াৰ ইণ্ডিয়াৰ বিমান৷ বিমানখনৰ গন্তব্য স্থান আছিল গেটউইক৷ উৰানৰ পাঁচ মিনিট পাছতেই ভাঙি পৰে বিমানখন৷ বৃহস্পতিবাৰে এক বিবৃত্তি দি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰনাল.এ জনাইছে যে ১৩ জুনত বিমানৰ ককপিট ভয়েছ ৰেকৰ্ডছ উদ্ধাৰ কৰিছে৷ যি ঘৰত বিমানখন ভাঙি পৰিছিল সেই ছাদৰ পৰা উদ্ধাৰ হৈছে ছি ভি আৰ৷ ১৬ জুন ধ্বংসস্তূপৰ পৰা উদ্ধাৰ হৈছিল ফ্লাইট ডাটা ৰেকৰ্ডাৰ৷ বিমানৰ ব্লেকবক্সৰ দুটা অংশ থাকে৷ এইসমূহৰ পৰা উদ্ধাৰ হৈছে উৰাণৰ তথ্য৷ কোন পথত, কিমান উচ্চতাত উৰিছিল বিমানখন, কিমান গতি আছিল, ইঞ্জিনৰ অৱস্থা কেনেকুৱা আছিল, এফ ডি আৰৰ তথ্য বিশ্লেষণ কৰি জনা যায়৷ ছি ভি আৰৰ তথ্য বিশ্লেষণ কৰি জনা যায়, উৰাণৰ সময়ত ককপিটত পাইলটৰ মাজত কি কথোপকথন চলিছিল, এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ সৈতে কি কথা হৈছিল, কৰ্মীসকল বা যাত্ৰীয়ে কি কৈছিল সকলোবোৰ তথ্যই পোৱা যাব৷

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰণালয়ে জনাইছে যে ২৪ জুন মঙ্গলবাৰে বায়ুসেনাৰ বিমানত কাঢ়া নিৰাপত্তাত ব্লেক বক্স দুটা আহমেদাবাদৰ পৰা দিল্লীলৈ অনা হৈছে৷ সেই দিনাই দুপৰীয়া ২ বজাত দিল্লীত এ এ আই বিৰ দপ্তৰে প্ৰথম ব্লেক বক্সটো লৈ যায় তদন্তকাৰী সংস্থাৰ ডিজিয়ে৷ বিয়লি পাঁচ বজাত এ এ আইবিৰ দপ্তৰলৈ গৈছিল দ্বিতীয় ব্লেক বক্স৷ মঙ্গলবাৰে নিশা ব্লেক বক্সৰ পৰা উদ্ধাৰৰ কাম আৰম্ভ কৰে এ এ আই বিৰ প্ৰযুক্তিবিদৰ দলে৷ নেতৃত্বত আছে ডি জি৷ বিবৃত্তিত জনোৱা হৈছে যে বিমানৰ সন্মুখত ব্লেক বক্সৰ ক্ৰাছ প্ৰটেকছন মডিউল উদ্ধাৰ কৰা হৈছে৷
বুধবাৰে মেমৰি মডিউল উদ্ধাৰ কৰা হৈছে ব্লেক বক্সৰ পৰা৷ সেই তথ্য এ এ আই বিৰ গৱেষণাগাৰত ডাউনলোডো কৰা হৈছে৷ ছিভিআৰ আৰু এফ ডি আৰৰ তথ্য এতিয়া পৰীক্ষা নিৰীক্ষা চলিছে৷ ধাৰণা কৰা হৈছে যে সেই পৰীক্ষা শেষ হলে জনা যাব দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ৷ বিমানখন ভাঙি পৰাৰ পূৰ্বৰ মুহূৰ্তত কি ঘটিছিল সেয়াও জনা যাব৷ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰণালয়ে জনাইছে যে আইন মানিয়েই তথ্য উদ্ধাৰ কৰি পৰীক্ষা চলিছে৷ এয়াৰ ইণ্ডিয়াৰ বিমানত আছিল ২৪২জন৷ তেওঁলোকৰ মাজত ২৪১ জনৰ মৃত্যু হৈছে৷ বিমানখন য’ত ভাঙি পৰিছিল সেই স্থানতো ৩৪ জনৰ মৃত্যু হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?
বাণিজ্য

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

July 10, 2026
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী
বিবিধ

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

July 10, 2026
ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ
বিজ্ঞান

ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

July 10, 2026
এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব
জীৱনশৈলী

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

July 10, 2026
Next Post
ডকিং প্ৰক্ৰিয়া শেষ! ২৮ ঘণ্টাৰ পাছত গন্তব্যস্থানত উপস্থিত শুভাংশুসহ চাৰি নভোশ্চৰ, মহাকাশ ষ্টেচনত প্ৰথমবাৰ ভৰি থলে এগৰাকী ভাৰতীয়ই

ডকিং প্ৰক্ৰিয়া শেষ! ২৮ ঘণ্টাৰ পাছত গন্তব্যস্থানত উপস্থিত শুভাংশুসহ চাৰি নভোশ্চৰ, মহাকাশ ষ্টেচনত প্ৰথমবাৰ ভৰি থলে এগৰাকী ভাৰতীয়ই

বিবাহৰ ৩ বছৰৰ পাছত সুখবৰ দিছে অংকিতা লোখাণ্ডেই! অভিনেত্ৰীৰ কোলালৈ আহি আছে নেকি সন্তান?

বিবাহৰ ৩ বছৰৰ পাছত সুখবৰ দিছে অংকিতা লোখাণ্ডেই! অভিনেত্ৰীৰ কোলালৈ আহি আছে নেকি সন্তান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.