• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুধবাৰৰ দিনটো মনত ৰাখক! ফ্লৰিডা উপকূলত নামিব সুনীতাক কঢ়িয়াই অনা বিশেষ যান, লাইভ সম্প্ৰচাৰ কৰিব নাছাই, কিমান সময়ত হ’ব লেণ্ডিং?

বুধবাৰৰ দিনটো মনত ৰাখক! ফ্লৰিডা উপকূলত নামিব সুনীতাক কঢ়িয়াই অনা বিশেষ যান, লাইভ সম্প্ৰচাৰ কৰিব নাছাই, কিমান সময়ত হ’ব লেণ্ডিং?

2 years ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

43 minutes ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

1 hour ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

2 hours ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

10 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

11 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

11 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

12 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

13 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

13 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

14 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

15 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বুধবাৰৰ দিনটো মনত ৰাখক! ফ্লৰিডা উপকূলত নামিব সুনীতাক কঢ়িয়াই অনা বিশেষ যান, লাইভ সম্প্ৰচাৰ কৰিব নাছাই, কিমান সময়ত হ’ব লেণ্ডিং?

বুধবাৰৰ দিনটো মনত ৰাখক! ফ্লৰিডা উপকূলত নামিব সুনীতাক কঢ়িয়াই অনা বিশেষ যান, লাইভ সম্প্ৰচাৰ কৰিব নাছাই, কিমান সময়ত হ’ব লেণ্ডিং?

editor by editor
March 17, 2025
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, বিশ্ব, লেখা
0
বুধবাৰৰ দিনটো মনত ৰাখক! ফ্লৰিডা উপকূলত নামিব সুনীতাক কঢ়িয়াই অনা বিশেষ যান, লাইভ সম্প্ৰচাৰ কৰিব নাছাই, কিমান সময়ত হ’ব লেণ্ডিং?
0
SHARES
511
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আন্তৰ্জাতিক মহাকাশ ষ্টেচন আই এছ এছত আছে ভাৰতীয় বংশোদ্ভুত আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু সংগী বুচ উইলমোৰ৷ নমাহৰ পাছত তেওঁ পৃথিৱীলৈ উভতি আহিব৷ তেওঁলোকক উভতাই আনিবলৈ আই এছ এছত উপস্থিত হৈছে এলন মাস্কৰ সংস্থা স্পেছ এক্সৰ মহাকাশযান৷ অৱশেষত পৃথিৱীত উপস্থিত হোৱাৰ সময়ো জনাই দিলে নাছাই৷ আমেৰিকাৰ ফ্লৰি়ডাৰ উপকূলত স্থানীয় সময় অনুসৰি মঙলবাৰে বিয়লি ৫বাজি ৫৭ মিনিটত তেওঁলোকে পৃথিৱীত লেণ্ড কৰিব৷ ভাৰতৰ ঘড়ীত সেই সময় বুধবাৰে বিয়লি ৩ বজাত৷

বুধবাৰে ১৯ তাৰিখে পৃথিৱীত উপস্থিত হব বুলি পূৰ্বেই জনাইছিল যদিও সময় সঠিককৈ কোৱা নাছিল নাছাই৷ শেষত সময়ৰ কথাও ঘোষণা কৰিলে নাছাই৷ দেওবাৰে নিশা এক বিবৃতিযোগে সময়ৰ কথা জনাইছে আমেৰিকান মহাকাশ সংস্থাই৷ এই অৱতৰণ প্ৰক্ৰিয়া নাছাই পোনপটীয়াকৈ সম্প্ৰচাৰণ কৰিব৷

নাছাই জনাইছে যে ভাৰতীয় সময় পুৱা ৮ বাজি ১৫ মিনিটৰ পৰাই সুনীতাৰ অৱতৰণ প্ৰক্ৰিয়াৰ লাইভ সম্প্ৰচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব৷ নাছাৰ ৱেবচাইট আৰু সামাজিক মাধ্যমৰ পৃষ্ঠাত এই লাইভ দেখা যাব৷ সেই সময়ত তেওঁলোকৰ মহাকাশযানখনৰ দুৱাৰ বন্ধ হব৷ আৰম্ভ হব মহাকাশ ষ্টেচনৰ পৰা উভতি অহাৰ প্ৰক্ৰিয়া৷ এই প্ৰক্ৰিয়া সম্পন্ন হলেই আৰম্ভ হব পৃথিৱীমুখী যাত্ৰা৷

দেওবাৰে পুৱা সুনীতাহঁতক উভতাই আনিবলৈ মহাকাশ ষ্টেচনত উপস্থিত হৈছে স্পেছ এক্সৰ ড্ৰেগন যান৷ তাত আছিল আৰু ৪নভোশ্চৰ৷ সুনীতাহঁতে তেওঁলোকক দায়িত্ব চমজাই পৃথিৱীলৈ উভতিব৷ আগন্তুক কিছু দিনৰ বাবে মহাকাশ ষ্টেচন পৰিচালনাৰ দায়িত্বত থাকিব সেই চাৰি নভোশ্চৰ৷ তেওঁলোক হৈছে নাছাৰ এন মাক্লেন, নিকোল আইয়াৰ্ছ, জাপানৰ মহাকাশ গৱেষণা সংস্থা জাক্সাৰ প্ৰতিনিধি টাকুৱা ওনিছি আৰু ৰাছিয়ান মহাকাশ গৱেষণা সংস্থা ৰছকমছৰ প্ৰতিনিধি কিৰিল পেছকভ৷ ইয়াৰোপৰি সুনীতা আৰু বুচৰ সৈতে পৃথিৱীলৈ উভতিব নাছাক নিক হগ আৰু ৰুচ নভোশ্চৰ আলেকজেণ্ডাৰ গবৰ্নভ৷

দেওবাৰৰ পৰা সোমবাৰে পুৱা প্ৰায় ৭বজালৈকে সহকৰ্মীসকলক দায়িত্ব বুজাই দিছে সুনীতা আৰু বুচ উইলমোৰে৷ মহাকাশত পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তি নথকাৰ বাবে সকলো কামতেই তুলনামূলকভাৱে বেছি সময় লাগে৷ বিগত বছৰৰ জুন মাহৰ পৰা মহাকাশত থাকি ৯মহীয়া অভিজ্ঞতাৰে পুষ্ট হৈছে সুনীতা আৰু বুচ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে
জীৱনশৈলী

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

October 6, 2026
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক
অসম

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

October 6, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

October 6, 2026
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
Next Post
নিজ বিদ্যালয়ৰ ছাত্ৰীৰ সৈতে কৰিলে কুকৰ্ম! শিক্ষকতাৰ নামত কলংক দুই শিক্ষক ভৃগুজিৎ শৰ্মা আৰু মনজিৎ দাসক আপুনি কি ক’ব?

নিজ বিদ্যালয়ৰ ছাত্ৰীৰ সৈতে কৰিলে কুকৰ্ম! শিক্ষকতাৰ নামত কলংক দুই শিক্ষক ভৃগুজিৎ শৰ্মা আৰু মনজিৎ দাসক আপুনি কি ক’ব?

ঔৰংগজেৱৰ সমাধিয়ে দাসত্ব, পৰাধীনতা আৰু নৃশংসতাৰ স্মাৰক হিচাপে কাম কৰিছে, এই সমাধি আঁতৰ নকৰিলে বাবৰি মছজিদৰেই গতি হ’বঃ বিশ্ব হিন্দু পৰিষদ

ঔৰংগজেৱৰ সমাধিয়ে দাসত্ব, পৰাধীনতা আৰু নৃশংসতাৰ স্মাৰক হিচাপে কাম কৰিছে, এই সমাধি আঁতৰ নকৰিলে বাবৰি মছজিদৰেই গতি হ’বঃ বিশ্ব হিন্দু পৰিষদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.