‘ঔৰংগজেৱৰ সমাধি আঁতৰ কৰক অনথ্যা বাবৰি মছজিদৰ দৰেই ধ্বংস কৰা হ’ব’
‘ঔৰংগজেৱৰ সমাধিয়ে দাসত্ব, পৰাধীনতা আৰু নৃশংসতাৰ স্মাৰক হিচাপে কাম কৰিছে’
‘যি শাসকে জনগণৰ ওপৰত অত্যাচাৰ চলাইছিল তেনে স্মৃতি সংৰক্ষণ কৰা অনুচিত’
‘মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজিনগৰ এলেকাত থাকিবলৈ দিয়া নহ’ব ঔৰংগজেৱৰ সমাধিস্থল’
ঔৰংগজেৱৰ সমাধিস্থল অচিৰেই আঁতৰোৱাৰ দাবী বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ
সমাজবাদী পাৰ্টীৰ বিধায়ক আবু আছিম আজমিৰ মন্তব্যৰ বাবেই এই দাবী হিন্দু সংগঠনকেইটাৰ
সমাধিস্থল অপসাৰণৰ দাবী তুলিছে শিৱাজীৰ বংশধৰ উদয়নৰাজ ভোছলেয়ো
হিন্দু সংগঠনকেইটাৰ এই দাবীত ছিলমোহৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফড়নবিশৰো
ঔৰংগজেৱৰ সমধিস্থল থকা স্থান ASIৰ দ্বাৰা তদাৰক হৈ থকা বুলি প্ৰকাশ মুখ্যমন্ত্ৰী ফড়নবিশৰ
অচিৰেই এই সমাধিস্থল আঁতৰ নকৰিলে আইনী পথেৰে আগবঢ়াৰো হুংকাৰ মুখ্যমন্ত্ৰী ফড়নবিশৰ
১৯৯২ চনৰ ৬ ডিচেম্বৰৰ বাবৰি মছজিদৰ হোৱাৰ দৰে গতি হ’ব বুলি স্পষ্টকৈ প্ৰকাশ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ