• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় সেনাত চাকৰি ওলাইছে, আবেদন প্ৰক্ৰিয়াৰ শেষ দিন ১০ এপ্ৰিল, আপুনি আবেদন কৰিলেনে?

ভাৰতীয় সেনাত চাকৰি ওলাইছে, আবেদন প্ৰক্ৰিয়াৰ শেষ দিন ১০ এপ্ৰিল, আপুনি আবেদন কৰিলেনে?

2 years ago
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

25 minutes ago
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

1 hour ago
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

2 hours ago
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

2 hours ago
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

3 hours ago
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

4 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

5 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

6 hours ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

19 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

19 hours ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

20 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰতীয় সেনাত চাকৰি ওলাইছে, আবেদন প্ৰক্ৰিয়াৰ শেষ দিন ১০ এপ্ৰিল, আপুনি আবেদন কৰিলেনে?

ভাৰতীয় সেনাত চাকৰি ওলাইছে, আবেদন প্ৰক্ৰিয়াৰ শেষ দিন ১০ এপ্ৰিল, আপুনি আবেদন কৰিলেনে?

editor by editor
March 17, 2025
in জীৱনশৈলী, নিয়োগ, বিবিধ, ভাৰত
0
ভাৰতীয় সেনাত চাকৰি ওলাইছে, আবেদন প্ৰক্ৰিয়াৰ শেষ দিন ১০ এপ্ৰিল, আপুনি আবেদন কৰিলেনে?
0
SHARES
980
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় সেনাবাহিনীত যোগ দিবলৈ উৎসাহী ভাৰতৰ প্ৰায়সংখ্যক যুৱকযুৱতীয়েই৷ আগ্ৰহী যুৱক যুৱতীৰ বাবে আকৌ আহিছে ভাল খবৰ৷ ভাৰতীয় সেনাবাহিনীত অগ্নিবীৰ নিয়োগ আৰম্ভ হৈছে ২০২৫ৰ বাবে৷ ইতিমধ্যেই এই নিয়োগৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে ১২ মাৰ্চৰ পৰা৷ আগ্ৰহী প্ৰাৰ্থীয়ে আগন্তুক ১০ এপ্ৰিলৰ ভিতৰত এই আবেদন কৰিব পাৰিব৷

এই নিয়োগৰ অধীনত বিভিন্ন পদত নিযুক্তি দিয়া হব৷ ইয়াৰ মাজত আছে অগ্নিবীৰ জেনেৰেল ডিউটি, অগ্নিবীৰ ক্লাৰ্ক বা ষ্টোৰকিপাৰ, অগ্নিবীৰ ট্ৰেডছমেন, সৈনিক টেকনিকেল নাৰ্ছিং ইত্যাদি৷ এই নিয়োগৰ বাবে এক লিখিত পৰীক্ষা দিব লাগিব আগ্ৰহী প্ৰাৰ্থীয়ে৷ এই নিয়োগৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হব এই বৰ্ষৰ জুন মাহত৷ অৱশ্যে এতিয়াও তাৰিখ ঘোষণা কৰা হোৱা নাই৷ ইয়াৰ বাবে প্ৰাৰ্থীয়ে নজৰ ৰাখিব লাগিব www.joinindianarmy.nic.in  ৱেবচাইটত৷

কোনে কোনে কৰিব পাৰিব আবেদন?

অগ্নিবীৰ জেনেৰেল ডিউটি পদৰ বাবে প্ৰাৰ্থীয়ে ৪৫শতাংশ নম্বৰ লৈ মাধ্যমিক উত্তীৰ্ণ হব লাগিব৷ যদি কোনো প্ৰাৰ্থীৰ লাইট মোটৰ ভেহিকেলৰ লাইছেন্স থাকে তেন্তে তেওঁলোকে ড্ৰাইভাৰ পদৰ বাবে আবেদন কৰিব পাৰে৷ অগ্নিবীৰ টেকনিকেল পদৰ বাবে দ্বাদশ শ্ৰেণীত নূন্যতম ৫০শতাংশ নম্বৰ লৈ পাছ কৰা হব লাগিব৷ দ্বাদশত অৱশ্যেই প্ৰাৰ্থীৰ পাঠ্যক্ৰমত পদাৰ্থবিদ্যা, ৰসায়ন, গণিত আৰু ইংৰাজী বিষয় থকাটো বাধ্যতামূলক বিষয় হিচাপে গণনা কৰা হ’ব৷

আবেদনৰ ফি কিমান?

এই নিয়োগৰ বাবে সমস্ত কেটাগৰীৰ প্ৰাৰ্থীসকলে ২৫০ টকা দিব লাগিব আবেদনৰ ফি৷ এই ফি জমা কৰিব লাগিব অনলাইন মোডত৷

কি কি নথি লাগিব?

দশম আৰু দ্বাদশৰ মাৰ্কশ্বিট, ছাৰ্টিফিকেট, স্কেন কৰা স্বাক্ষৰ, পাছপোৰ্ট ছাইজৰ ছবি, কাষ্ট ছাৰ্টিফিকেট ইত্যাদি নথিৰ প্ৰয়োজন হব অগ্নিবীৰ নিয়োগৰ আবেদনৰ সময়ত৷

কেনেকৈ কৰিব আবেদন?

ভাৰতীয় সেনাবাহিনীৰ অফিচিয়েল ৱেবচাইটৰ পৰা এই অগ্নিবীৰ নিয়োগৰ বাবে আবেদন কৰিব লাগিব৷ নিৰ্দিষ্ট নথি আপলোড কৰি, ফৰ্ম পূৰণ কৰি আবেদন সম্পূৰ্ণ কৰিব লাগিব৷ ১০ এপ্ৰিলৰ পাছত কোনো আবেদন গ্ৰাহ্য কৰা নহ’ব৷

অন্যান্য নিয়োগ

বৰ্ডাৰ ছিকিউৰিটি ফৰ্ছ অৰ্থাৎ বি এছ এফৰ হেড কনিষ্টবল মিনিষ্টেৰিয়েল আৰু এছিচটেণ্ট ছাব ইন্সপেক্টৰ ষ্টেনো নিয়োগ কৰিব লাগিব৷ এই দুই পদত চাকৰিৰ বাবে আবেদনকাৰীৰ ফিজিকেল এফিচিয়েন্সি টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট দিব লাগিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন
অসম

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

October 13, 2026
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত
জীৱনশৈলী

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

October 13, 2026
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!
জীৱনশৈলী

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

October 13, 2026
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ
জীৱনশৈলী

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

October 13, 2026
Next Post
কুমাৰ ছানু, আলকা য়াগনিকৰ ডাঙৰ ফেন আছিল ওছামা বিন লাডেন, ওছামা বিন লাডেনৰ ঘৰৰ পৰা কি কি তথ্য উদ্ধাৰ কৰিছে আমেৰিকাৰ চোৰাং চোৱা সংস্থাই?

কুমাৰ ছানু, আলকা য়াগনিকৰ ডাঙৰ ফেন আছিল ওছামা বিন লাডেন, ওছামা বিন লাডেনৰ ঘৰৰ পৰা কি কি তথ্য উদ্ধাৰ কৰিছে আমেৰিকাৰ চোৰাং চোৱা সংস্থাই?

শুক্ৰৰ অস্ত দশাত ৪ৰাশিৰ দুৰ্দান্ত সময়! ধনেই ধন আহিব এইকেইটা ৰাশিৰ জীৱনলৈ

শুক্ৰৰ অস্ত দশাত ৪ৰাশিৰ দুৰ্দান্ত সময়! ধনেই ধন আহিব এইকেইটা ৰাশিৰ জীৱনলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.