• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুৰীয়া জীৱনৰ আশাবোৰ থিতাতেই ভাঙিল! বৰমালা পিন্ধায়েই চিৰনিদ্ৰাত শুই পৰিল কইনা শিৱাংগী…

যুৰীয়া জীৱনৰ আশাবোৰ থিতাতেই ভাঙিল! বৰমালা পিন্ধায়েই চিৰনিদ্ৰাত শুই পৰিল কইনা শিৱাংগী…

3 years ago
২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

2 minutes ago
মাদক দ্ৰব্য সেৱন কৰা যুৱকহে পছন্দ কৰে মডাৰ্ণ যুৱতীয়ে! গৱেষণাত আহিছে পোহৰলৈ

মাদক দ্ৰব্য সেৱন কৰা যুৱকহে পছন্দ কৰে মডাৰ্ণ যুৱতীয়ে! গৱেষণাত আহিছে পোহৰলৈ

52 minutes ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

2 hours ago
হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

2 hours ago
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

3 hours ago
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

1 day ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

1 day ago
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

1 day ago
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

1 day ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

1 day ago
মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

1 day ago
কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যুৰীয়া জীৱনৰ আশাবোৰ থিতাতেই ভাঙিল! বৰমালা পিন্ধায়েই চিৰনিদ্ৰাত শুই পৰিল কইনা শিৱাংগী…

editor by editor
December 4, 2022
in জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
যুৰীয়া জীৱনৰ আশাবোৰ থিতাতেই ভাঙিল! বৰমালা পিন্ধায়েই চিৰনিদ্ৰাত শুই পৰিল কইনা শিৱাংগী…
0
SHARES
11.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰভাথলীত দৰাৰ ডিঙিত বৰমালা পিন্ধায়েই হঠাৎ ঢলি পৰে কইনা। সেই যে ঢলি পৰিল লগে লগেই মৃত্যু ঘটিল কইনাগৰাকীৰ। এই শোকাৱহ ঘটনাটো উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত। জীৱনৰ বিশেষ দিনটোত হঠাৎ এনেদৰে কইনাই মৃত্যুক আঁকোৱালী লোৱাত আচৰিত হৈ পৰিছে সকলো। কেনেকৈ মৃত্যু ঘটিল কইনাৰ? জানিব পৰা মতে, শুকুৰবাৰে নিশা লক্ষ্ণৌৰ ভাদৱানা নিৱাসী ৰাজপালৰ কন্যা শিৱাংগীৰ বিবাহ অনুষ্ঠান আছিল। নিশা ৰভাঘৰত দৰা উপস্থিত হোৱাৰ পাছত আৰম্ভ হৈছিল বিবাহৰ সামাজিক ৰীতি-নীতি।

সেই সময়তে দৰাৰ ডিঙিত বৰমালা পিন্ধোৱাৰ পিছতে হঠাৎ ঢলি পৰে কইনা শিৱাংগী। লগে লগে সৃষ্টি হয় হুলস্থূলীয়া পৰিৱেশৰ। শিৱাংগীক ভাদৱানা স্বাস্থ্য কেন্দ্ৰলৈ ততাতৈয়াকৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। চিকিৎসকে সদৰী কৰা মতে, হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে শিৱাংগীৰ। বিয়াৰ ১৫-২০ দিনৰ আগৰে পৰাই অসুস্থ হৈ আছিল শিৱাংগী।

এই সন্দৰ্ভত চিকিৎসকক দেখুওৱাইছিল যদিও শিৱাংগী নিম্ন ৰক্তচাপত ভুগি থকা বুলিহে জনাইছিল চিকিৎসকে। চিকিৎসকে দিয়া যাৱতীয় ঔষধ খাই শিৱাংগী সুস্থ হৈ উঠিছিল যদিও বিয়াৰ দিনটোত পুনৰ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে। বিয়াৰ দিনটোতো দিনৰ ভাগত শিৱাংগীক মালিহাবাদ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱাত চিকিৎসকে পুনৰ নিম্ন ৰক্তচাপৰেই ঔষধ দিছিল।সেইদিনাও চিকিৎসকে দিয়া ঔষধ খাই সুস্থ হৈ উঠা শিৱাংগীয়ে নিশা দৰাৰ ডিঙিত বৰমালা পিন্ধোৱাৰ পিছতে ঢলি পৰি সাৱটি লয় মৃত্যুক। ইফালে শিৱাংগীৰ মৃত্যুত শোকত ভাগি পৰা পৰিয়ালটোৱে শনিবাৰে কন্যাৰ শেষকৃত সম্পন্ন কৰে। জানিব পৰা মতে, আৰক্ষীক অৱগত নকৰাকৈয়ে শিৱাংগীৰ শেষকৃত্য সম্পন্ন কৰে পৰিয়ালটোৱে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাদক দ্ৰব্য সেৱন কৰা যুৱকহে পছন্দ কৰে মডাৰ্ণ যুৱতীয়ে! গৱেষণাত আহিছে পোহৰলৈ
জীৱনশৈলী

মাদক দ্ৰব্য সেৱন কৰা যুৱকহে পছন্দ কৰে মডাৰ্ণ যুৱতীয়ে! গৱেষণাত আহিছে পোহৰলৈ

April 27, 2026
শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!
জীৱনশৈলী

শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

April 27, 2026
হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি
বাণিজ্য

হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

April 27, 2026
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব
জীৱনশৈলী

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

April 26, 2026
Next Post
মানুহ মাত্ৰে ভুল হয়েই, আজমলক শ্বেৰমানে দিছে ৰক্ষাকৱচ…

মানুহ মাত্ৰে ভুল হয়েই, আজমলক শ্বেৰমানে দিছে ৰক্ষাকৱচ...

ভৰষা সংবাদমাধ্যমেই! সংবাদ মাধ্যমলৈ পত্ৰত কি কি লিখিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত নাম সাঙোৰ খোৱা ৰাহুল ছেত্ৰীয়ে…

ভৰষা সংবাদমাধ্যমেই! সংবাদ মাধ্যমলৈ পত্ৰত কি কি লিখিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত নাম সাঙোৰ খোৱা ৰাহুল ছেত্ৰীয়ে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.