• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জটিল ৰোগত আক্ৰান্ত বাঁহীবাদক দীপক শৰ্মা! মুখ্যমন্ত্ৰীৰ সহায় লাগে দীপক শৰ্মাক…

জটিল ৰোগত আক্ৰান্ত বাঁহীবাদক দীপক শৰ্মা! মুখ্যমন্ত্ৰীৰ সহায় লাগে দীপক শৰ্মাক…

11 months ago
ছানী দেউল

নিশা ৰাজপথত নিচাসক্ত হৈ ঘূৰি ফুৰিছিল ছানী দেউল, অৱশেষত ভাঙিলে ভুল

1 hour ago
এনিমেল ছবিক লৈ সঁচাকৈ অসন্তুষ্ট নেকি অভিনেতা আমিৰ খান? আমিৰৰ ভাইৰেল ভিডিঅ’ৰ আঁৰৰ ৰহস্য কি?

এনিমেল ছবিক লৈ সঁচাকৈ অসন্তুষ্ট নেকি অভিনেতা আমিৰ খান? আমিৰৰ ভাইৰেল ভিডিঅ’ৰ আঁৰৰ ৰহস্য কি?

1 day ago
ভয়ংকৰ ৰূপত আহি আছে ‘মাইচোৱাং’। দক্ষিণ ভাৰতত সাগৰীয় ধুমুহা মাইচোৱাঙৰ তাণ্ডৱ

ভয়ংকৰ ৰূপত আহি আছে ‘মাইচোৱাং’। দক্ষিণ ভাৰতত সাগৰীয় ধুমুহা মাইচোৱাঙৰ তাণ্ডৱ

1 day ago
কণ্টকময় পথ অতিক্ৰম কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী হোৱাৰ পথত প্ৰাক্তন IPS বিষয়া লালডুহোমা

কণ্টকময় পথ অতিক্ৰম কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী হোৱাৰ পথত প্ৰাক্তন IPS বিষয়া লালডুহোমা

2 days ago
এতিয়াৰে পৰা এটা অথবা দুটা নহয়, নুন্যতম ৮ টাকৈ হ’ব লাগিব সন্তান

এতিয়াৰে পৰা এটা অথবা দুটা নহয়, নুন্যতম ৮ টাকৈ হ’ব লাগিব সন্তান

2 days ago
মিজোৰামত অপ্ৰতিৰোধ্য ZPM. পৰাস্ত খোদ মুখ্যমন্ত্ৰী জ’ৰামথংগা। মিজোৰামতো ৰাহুল গান্ধীৰ মুখথেকেচা…

মিজোৰামত অপ্ৰতিৰোধ্য ZPM. পৰাস্ত খোদ মুখ্যমন্ত্ৰী জ’ৰামথংগা। মিজোৰামতো ৰাহুল গান্ধীৰ মুখথেকেচা…

2 days ago
পৰাজয় স্বীকাৰ কৰি ৰাহুল গান্ধীৰ আৱেগিক টুইট-‘বিচাৰধাৰাৰ যুদ্ধ আগন্তুক সময়তো অব্যাহত থাকিব।’

পৰাজয় স্বীকাৰ কৰি ৰাহুল গান্ধীৰ আৱেগিক টুইট-‘বিচাৰধাৰাৰ যুদ্ধ আগন্তুক সময়তো অব্যাহত থাকিব।’

3 days ago
বক্স অফিচত এনিমেলৰ যাদু। ভংগ কৰিলে পাঠানৰ অভিলেখ

বক্স অফিচত এনিমেলৰ যাদু। ভংগ কৰিলে পাঠানৰ অভিলেখ

3 days ago
শোচনীয় পৰাজয়ৰ দিশে কংগ্ৰেছ। মিছা হোৱাৰ পথত এগজিট প’লৰ তথ্য!

শোচনীয় পৰাজয়ৰ দিশে কংগ্ৰেছ। মিছা হোৱাৰ পথত এগজিট প’লৰ তথ্য!

3 days ago
এনিমেল

বক্স অফিচত ‘এনিমেল’ৰ গৰ্জন, চেৰ পেলালে ‘পাঠান’ক

4 days ago
কপিল শৰ্মা

খঙত অগ্নিশৰ্মা কমেডি কিং কপিল শৰ্মা

6 days ago
আৰক্ষী

মহানগৰীৰ আৰক্ষী বিষয়া, সাংবাদিকে কেনেকৈ আত্মসাৎ কৰিছিল লাখ লাখ টকা?

6 days ago
  • About
  • Advertise
  • Careers
Wednesday, December 6, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

জটিল ৰোগত আক্ৰান্ত বাঁহীবাদক দীপক শৰ্মা! মুখ্যমন্ত্ৰীৰ সহায় লাগে দীপক শৰ্মাক…

editor by editor
January 7, 2023
in অসম, জীৱনশৈলী
0
জটিল ৰোগত আক্ৰান্ত বাঁহীবাদক দীপক শৰ্মা! মুখ্যমন্ত্ৰীৰ সহায় লাগে দীপক শৰ্মাক…
0
SHARES
154
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অসমৰ লগতে দেশৰ প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মা বৰ্তমান গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছে।
শিল্পীগৰাকীক ৩ দিন পূৰ্বে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
জানিব পৰা মতে বাঁহীবাদকগৰাকীৰ যকৃত, বৃক্ক আৰু হৃদযন্ত্ৰ সংক্ৰান্তীয় ৰোগত আক্ৰান্ত হৈছে।
বৰ্তমান তেওঁৰ দুগৰাকী বিশেষজ্ঞ চিকিৎসক ক্ৰমে ভৱদেৱ গোস্বামী আৰু চন্দন মোদকৰ তত্বাৱধানত চলি আছে চিকিৎসা।
শিল্পীগৰাকীৰ চিকিৎসা অতি ব্যয়বহুল হোৱাৰ বাবে আৰ্থিক সমস্যাৰো সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে।
ৰাজ্যৰ সাংস্কৃতিক বিভাগৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিছে আৰ্থিক সহায় শিল্পীগৰাকীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰক্ষী
অপৰাধ

মহানগৰীৰ আৰক্ষী বিষয়া, সাংবাদিকে কেনেকৈ আত্মসাৎ কৰিছিল লাখ লাখ টকা?

November 30, 2023
AIUDF
অসম

লোকসভা নিৰ্বাচনত ইণ্ডিয়া মিত্ৰজোঁটক সমৰ্থন কৰিব AIUDF -এ!

November 29, 2023
অনুষ্কা
অসম

মৃত্যুৰ পূৰ্বে ৰাহুললৈ কি মেছেজ দিছিল অনুষ্কাই?

November 29, 2023
নাথুৰাম গডছেৰ অন্তিম ভাষণত তেওঁ কি কৈছিল জানেনে? ৬০ বছৰৰ পাছত পোহৰলৈ আহিল সেই নিষিদ্ধ ভাষণ
জীৱনশৈলী

নাথুৰাম গডছেৰ অন্তিম ভাষণত তেওঁ কি কৈছিল জানেনে? ৬০ বছৰৰ পাছত পোহৰলৈ আহিল সেই নিষিদ্ধ ভাষণ

November 27, 2023
Next Post
প্ৰতিগৰাকী নাবালকক বিনামূলীয়াকৈ দিয়া হ’ব কণ্ডম! মহিলাইয়ো চিকিৎসকৰ পৰামৰ্শ অবিহনেই ল’ব পাৰিব গৰ্ভনিৰোধক বড়ি…

প্ৰতিগৰাকী নাবালকক বিনামূলীয়াকৈ দিয়া হ’ব কণ্ডম! মহিলাইয়ো চিকিৎসকৰ পৰামৰ্শ অবিহনেই ল’ব পাৰিব গৰ্ভনিৰোধক বড়ি...

শেষ! ৬৫ শতাংশ পুৰুষৰেই আৰু নাথাকিব এই ক্ষমতা…

শেষ! ৬৫ শতাংশ পুৰুষৰেই আৰু নাথাকিব এই ক্ষমতা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.