• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰতিগৰাকী নাবালকক বিনামূলীয়াকৈ দিয়া হ’ব কণ্ডম! মহিলাইয়ো চিকিৎসকৰ পৰামৰ্শ অবিহনেই ল’ব পাৰিব গৰ্ভনিৰোধক বড়ি…

প্ৰতিগৰাকী নাবালকক বিনামূলীয়াকৈ দিয়া হ’ব কণ্ডম! মহিলাইয়ো চিকিৎসকৰ পৰামৰ্শ অবিহনেই ল’ব পাৰিব গৰ্ভনিৰোধক বড়ি…

4 weeks ago
বাজেটত আজিও মনমোহন সিঙেই Number One! কিন্তু কেনেকৈ?

বাজেটত আজিও মনমোহন সিঙেই Number One! কিন্তু কেনেকৈ?

13 hours ago
যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে…

যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে…

14 hours ago
‘জান ফোন কৰোনে, লাভ ইউ জান…’ শিক্ষকে ছাত্ৰীক উদ্দেশ্যি দিলে অশালীন মেছেজ, তাৰপাছত…

‘জান ফোন কৰোনে, লাভ ইউ জান…’ শিক্ষকে ছাত্ৰীক উদ্দেশ্যি দিলে অশালীন মেছেজ, তাৰপাছত…

14 hours ago
যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…

যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…

15 hours ago
বিসংগতি শেষ নহ’বই নেকি? ওলোটাকৈ উৰিল পতাকা, পতাকা চাবলৈকে ওলোটা হ’ল এজন ব্যক্তি…

বিসংগতি শেষ নহ’বই নেকি? ওলোটাকৈ উৰিল পতাকা, পতাকা চাবলৈকে ওলোটা হ’ল এজন ব্যক্তি…

15 hours ago
জনপ্ৰিয় হোৱাৰ কিটিপ কি? মুখ্যমন্ত্ৰীৰ সংজ্ঞা সলোৱা মুখ্যমন্ত্ৰীজন, মানুহৰ প্ৰিয়ভাজন হোৱাৰ আঁৰত এইকেইটা কথা…

জনপ্ৰিয় হোৱাৰ কিটিপ কি? মুখ্যমন্ত্ৰীৰ সংজ্ঞা সলোৱা মুখ্যমন্ত্ৰীজন, মানুহৰ প্ৰিয়ভাজন হোৱাৰ আঁৰত এইকেইটা কথা…

16 hours ago
মহিলাসকলৰ বাবে বাজেটত কি বৃহৎ ঘোষণা? ৭.৫ শতাংশ সুদ দিব কেন্দ্ৰই…

মহিলাসকলৰ বাবে বাজেটত কি বৃহৎ ঘোষণা? ৭.৫ শতাংশ সুদ দিব কেন্দ্ৰই…

17 hours ago
PM আৱাস যোজনাৰ ঘৰ এইবাৰ পাবই! আৱাস যোজনাক লৈ বৃহৎ ঘোষণা বিত্তমন্ত্ৰী সীতাৰমণৰ…

PM আৱাস যোজনাৰ ঘৰ এইবাৰ পাবই! আৱাস যোজনাক লৈ বৃহৎ ঘোষণা বিত্তমন্ত্ৰী সীতাৰমণৰ…

18 hours ago
বাজেটত সাধাৰণ জনতাকলৈ আছেনে ভাল খবৰ? মধ্যবিত্তলৈ আছে কেইবাটাও ভালখবৰ…

বাজেটত সাধাৰণ জনতাকলৈ আছেনে ভাল খবৰ? মধ্যবিত্তলৈ আছে কেইবাটাও ভালখবৰ…

18 hours ago
বাজেটত ভালখবৰ…৭ লাখ টকালৈ আয়কৰ ৰেহাই!

বাজেটত ভালখবৰ…৭ লাখ টকালৈ আয়কৰ ৰেহাই!

19 hours ago
বাজেটত দাখিলৰ পাছতেই কমিব দাম! কি কি সামগ্ৰীৰ দাম কমিব দেশত?

বাজেটত দাখিলৰ পাছতেই কমিব দাম! কি কি সামগ্ৰীৰ দাম কমিব দেশত?

19 hours ago
পূৰ্ণাংগ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰীয়ে… কি কি সামগ্ৰীৰ দাম পুনৰ বৃদ্ধি পালে? জানি লওক

পূৰ্ণাংগ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰীয়ে… কি কি সামগ্ৰীৰ দাম পুনৰ বৃদ্ধি পালে? জানি লওক

19 hours ago
  • About
  • Advertise
  • Careers
Thursday, February 2, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰতিগৰাকী নাবালকক বিনামূলীয়াকৈ দিয়া হ’ব কণ্ডম! মহিলাইয়ো চিকিৎসকৰ পৰামৰ্শ অবিহনেই ল’ব পাৰিব গৰ্ভনিৰোধক বড়ি…

editor by editor
January 7, 2023
in জীৱনশৈলী, বিশ্ব, স্বাস্থ্য
0
প্ৰতিগৰাকী নাবালকক বিনামূলীয়াকৈ দিয়া হ’ব কণ্ডম! মহিলাইয়ো চিকিৎসকৰ পৰামৰ্শ অবিহনেই ল’ব পাৰিব গৰ্ভনিৰোধক বড়ি…
0
SHARES
25.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২৬ বছৰৰ তলৰ প্ৰতিজন যুৱকৰ বাবে বিনামূলীয়াকৈ উপলব্ধ হ’ব কণ্ডম৷ নতুন বছৰৰ প্ৰথমটো পদক্ষেপ হিচাৰে দেশখনৰ ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিছে বিশেষ আঁচনিৰ৷ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নে ঘোষণা কৰা অনুসৰি ফ্ৰান্সত ভয়াৱহ হাৰত বৃদ্ধি পাইছে এইছআইভি সংক্ৰমণৰ ঘটনা৷ ১৮ৰ পৰা ২৫ বছৰৰ ভিতৰৰ প্ৰতিগৰাকী যুৱককেই ফ্ৰান্স চৰকাৰে বিনামূলীয়াকৈ যোগান ধৰিব কণ্ডম৷

যুৱতী মহিলাকলৈও বিশেষ ঘোষণা কৰিছে ফ্ৰান্সৰ চৰকাৰে৷ ১ জানুৱাৰীৰ পৰা ফ্ৰান্সৰ সকলো মহিলাই চিকিৎসকৰ পৰামৰ্শ অবিহনেই ল’ব পাৰিব গৰ্ভনিৰোধক বড়ি৷ ২৬ বছৰৰ তলৰ ফ্ৰান্সৰ প্ৰত্যেকগৰাকী নাৰীয়েই পূৰ্বেও চিকিৎসকৰ পৰামৰ্শ অবিহনেই ক্ৰয় কৰিব পাৰিছিল গৰ্ভনিৰোধক বড়ি৷ এতিয়াৰে পৰা সকলো বয়সৰ মহিলাই চিকিৎসকৰ পৰামৰ্শ অবিহনেই ক্ৰয় কৰিব পাৰিব গৰ্ভনিৰোধক বড়ি৷

কিয় এনে সিদ্ধান্ত লৈছে ফ্ৰান্স চৰকাৰে বুলি বহুতেই প্রশ্ন উত্থাপন কৰাৰ মাজতেই ফ্ৰান্সৰ এক মিডিয়া ৰিপৰ্ট অনুসৰি ২০২০-২০২১ বৰ্ষত ফ্ৰান্সত যৌনৰোগ বৃদ্ধি পাইছে৷ এবছৰতেই ৩০% লৈ বৃদ্ধি হৈছে এনেধৰণত ৰোগত আক্ৰান্ত ব্যক্তিৰ সংখ্যা৷ ৰাষ্ট্ৰপতি মেক্ৰ’নে এই সন্দৰ্ভত দিয়া মন্তব্যত কয় যে দেশৰ যুৱপ্ৰজন্ম পংগু হৈছে ইয়াৰ পৰা ৰক্ষা পাবলৈকে ফ্ৰান্সৰ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…
অপৰাধ

যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…

February 1, 2023
জনপ্ৰিয় হোৱাৰ কিটিপ কি? মুখ্যমন্ত্ৰীৰ সংজ্ঞা সলোৱা মুখ্যমন্ত্ৰীজন, মানুহৰ প্ৰিয়ভাজন হোৱাৰ আঁৰত এইকেইটা কথা…
অসম

জনপ্ৰিয় হোৱাৰ কিটিপ কি? মুখ্যমন্ত্ৰীৰ সংজ্ঞা সলোৱা মুখ্যমন্ত্ৰীজন, মানুহৰ প্ৰিয়ভাজন হোৱাৰ আঁৰত এইকেইটা কথা…

February 1, 2023
ওপজা দিনত মুখ্যমন্ত্ৰীৰ অজানা কথা! শিক্ষাৰ দিশেৰে ভাৰতৰ কোনো মুখ্যমন্ত্ৰীয়েই ফেৰ মাৰিব নোৱাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক…
অসম

ওপজা দিনত মুখ্যমন্ত্ৰীৰ অজানা কথা! শিক্ষাৰ দিশেৰে ভাৰতৰ কোনো মুখ্যমন্ত্ৰীয়েই ফেৰ মাৰিব নোৱাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক…

February 1, 2023
হাতে-কামে লাগিছে অসম আৰক্ষী! বৰমালা পিন্ধায়েই দৰা হ’ল ৰঙাঘৰৰ আলহী
অপৰাধ

হাতে-কামে লাগিছে অসম আৰক্ষী! বৰমালা পিন্ধায়েই দৰা হ’ল ৰঙাঘৰৰ আলহী

January 30, 2023
Next Post
শেষ! ৬৫ শতাংশ পুৰুষৰেই আৰু নাথাকিব এই ক্ষমতা…

শেষ! ৬৫ শতাংশ পুৰুষৰেই আৰু নাথাকিব এই ক্ষমতা...

ছমহীয়া অন্তঃসত্বা কেটৰীণা! ছবি ভাইৰেল হোৱা মাত্ৰকেই অনুৰাগীৰ চৰ্চা…

ছমহীয়া অন্তঃসত্বা কেটৰীণা! ছবি ভাইৰেল হোৱা মাত্ৰকেই অনুৰাগীৰ চৰ্চা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.