• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিতৃৰ বাবে ঔষধ আনিবলৈ গৈ কেনেকৈ বাক্সা জিলা কাৰাগাৰৰ সন্মুখত গুলিবিদ্ধ হ’ল দীপক মেধি? কি কৈছে দীপকৰ অসুখীয়া পিতৃয়ে?

পিতৃৰ বাবে ঔষধ আনিবলৈ গৈ কেনেকৈ বাক্সা জিলা কাৰাগাৰৰ সন্মুখত গুলিবিদ্ধ হ’ল দীপক মেধি? কি কৈছে দীপকৰ অসুখীয়া পিতৃয়ে?

12 months ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

53 minutes ago
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

2 hours ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

3 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

4 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

5 hours ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

13 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

13 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

13 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

14 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

16 hours ago
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

16 hours ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পিতৃৰ বাবে ঔষধ আনিবলৈ গৈ কেনেকৈ বাক্সা জিলা কাৰাগাৰৰ সন্মুখত গুলিবিদ্ধ হ’ল দীপক মেধি? কি কৈছে দীপকৰ অসুখীয়া পিতৃয়ে?

পিতৃৰ বাবে ঔষধ আনিবলৈ গৈ কেনেকৈ বাক্সা জিলা কাৰাগাৰৰ সন্মুখত গুলিবিদ্ধ হ’ল দীপক মেধি? কি কৈছে দীপকৰ অসুখীয়া পিতৃয়ে?

editor by editor
October 16, 2025
in অসম
0
পিতৃৰ বাবে ঔষধ আনিবলৈ গৈ কেনেকৈ বাক্সা জিলা কাৰাগাৰৰ সন্মুখত গুলিবিদ্ধ হ’ল দীপক মেধি? কি কৈছে দীপকৰ অসুখীয়া পিতৃয়ে?
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাক্সাৰ জিলা কাৰাগাৰৰ সন্মুখত সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতিত গুলিবিদ্ধ হৈছিল দীপক মেধি নামৰ এজন যুৱক৷ পিঠিত গুলি লাগিছিল দীপকৰ৷ জুবিন গাৰ্গৰ হত্যাকাৰীৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ নহয় পিতৃৰ বাবে ঔষধ আনিবলৈ গৈছিল মুছলপুৰৰ দীপক৷ দীপকে ঔষধ আনিবলৈ গৈ কেনেকৈ নিকাচি পালেগৈ সেয়া পৰিয়ালো জ্ঞাত নাছিল৷ তাতেই গুলিবিদ্ধ হৈ ছাংসাৰিৰ AIMS ত চিকিৎসাধীন হৈ আছে দীপক মেধি৷

দীপকৰ পিতৃয়ে কয়, হিংসাত্মক কাৰ্য নোহোৱাকৈ ন্যায় বিচাৰক৷ দোষীয়ে শাস্তি পাবই লাগে৷ যদি দোষী প্ৰমাণিত হয় তেন্তে ফাঁচি দিব লাগে৷ ইপিনে পুত্ৰ সম্পৰ্কে পিতৃয়ে কয়, ‘দীপকে হাইছেকেণ্ডাৰী পাছ কৰি ITIয়ো পাছ কৰিলে৷ বিগত ৪ বছৰে হাজিৰা কৰি সি মোৰ চিকিৎসা কৰাই আছে৷ মই খোজ কাঢ়িব নোৱাৰো৷ আজিও সি মোৰ বাবে ঔষধ আনিবলৈকে ওলাই গৈছিল৷ কেনেকৈ কি হ’ল একো গম নাপাও৷ সি এইমছত ভৰ্তি হোৱাৰ পাছতহে খবৰ লাভ কৰিছো৷ আমি এতিয়া ধাৰ ঋণ কৰি তাৰ চিকিৎসা কৰাই আছো৷ ইতিমধ্যে তাৰ অস্ত্ৰোপছাৰ সম্পন্ন হৈছে৷ এতিয়া স্বাস্থ্য পূৰ্বতকৈ ভাল বুলি গম পাইছো৷’

উল্লেখ্য যে শেহতীয়াকৈ দীপকৰ চিকিৎসাৰ খৰচ বহন কৰাৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰঞ্জিত দাস উপস্থিত হৈছে চাংসাৰিস্থিত AIMSত চিকিৎসাধীন হৈ থকা দীপকৰ কাষত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ
অসম

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

September 29, 2026
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?
অসম

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

September 28, 2026
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড
অপৰাধ

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

September 28, 2026
জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি
অপৰাধ

জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

September 28, 2026
Next Post
সনাতন ধৰ্মতহে কন্যা তথা মহিলাৰ সন্মান আছে… ইছলাম এৰি হিন্দুধৰ্ম গ্ৰহণ কৰিছে এই দম্পতিয়ে

সনাতন ধৰ্মতহে কন্যা তথা মহিলাৰ সন্মান আছে... ইছলাম এৰি হিন্দুধৰ্ম গ্ৰহণ কৰিছে এই দম্পতিয়ে

২৪ ঘণ্টাৰ ভিতৰত সলনি হ’ব সূৰ্যৰ গতি, সৌভাগ্যৰ জোৱাৰত ভাহিব এই ৫ৰাশি

২৪ ঘণ্টাৰ ভিতৰত সলনি হ’ব সূৰ্যৰ গতি, সৌভাগ্যৰ জোৱাৰত ভাহিব এই ৫ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.