• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহ বিচ্ছেদ ঘটিব ৰণবীৰ-দীপিকাৰ! নেটিজনক প্ৰত্যুত্তৰ কি দিলে দীপিকা-ৰণবীৰে?

বিবাহ বিচ্ছেদ ঘটিব ৰণবীৰ-দীপিকাৰ! নেটিজনক প্ৰত্যুত্তৰ কি দিলে দীপিকা-ৰণবীৰে?

4 years ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

10 minutes ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

1 hour ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

2 hours ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

2 hours ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

2 hours ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

3 hours ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

5 hours ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

5 hours ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

13 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

14 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

14 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

বিবাহ বিচ্ছেদ ঘটিব ৰণবীৰ-দীপিকাৰ! নেটিজনক প্ৰত্যুত্তৰ কি দিলে দীপিকা-ৰণবীৰে?

editor by editor
October 1, 2022
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
বিবাহ বিচ্ছেদ ঘটিব ৰণবীৰ-দীপিকাৰ! নেটিজনক প্ৰত্যুত্তৰ কি দিলে দীপিকা-ৰণবীৰে?
0
SHARES
13.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিবাহ বিচ্ছেদ হ’ব ৰণবীৰ-দীপিকাৰ। দুয়োৰে সম্পৰ্কত আহিছে তিক্ততা যাৰ বাবে বিচ্ছেদলৈ আগবাঢ়িছে দুয়োৰে সম্পৰ্ক। সামাজিক মাধ্যমত ৰণবীৰ-দীপিকাৰ বিচ্ছেদৰ খবৰ বিয়পাইছে একাংশ নেটিজেনে। নেটিজেনে প্ৰকাশ কৰা অনুসৰি অচিৰেই বিবাহ বিচ্ছেদ হ’ব ৰণবীৰ-দীপিকাৰ।

নেটিজেনৰ এই চৰ্চাৰ মাজতেই ৰণবীৰ-দীপিকাৰ অনুৰাগীৰ মত বিচ্ছেদেই সমাধাননে? বিচ্ছেদতকৈ বুজাবুজিহে প্ৰধান কথা। কিন্তু নেটিজেনৰ চৰ্চাক মিছা প্ৰমাণিত কৰি ইনষ্টাগ্ৰামত ৰণবীৰে শ্বেয়াৰ কৰিছে এখন বিশেষ ফটো। য’ত দুয়োকে অন্তৰংগ সময় কটোৱা দেখা গৈছে। গুলপীয়া পোছাক পৰিধান কৰি এখন ছবি আপলোড কৰিছে ৰণবীৰ সিঙে। কেৱল পোছাকেই গুলপীয়া এনে নহয়। ৰণবীৰে পৰিধান কৰা জোতাৰ ৰঙো গুলপীয়া। ৰণবীৰে শ্বেয়াৰ কৰা এই বিশেষ ফটোখনত কমেণ্ট কৰিছে দীপিকাইয়ো। কমেণ্টত দীপিকাই লিখিছে, ‘এডৰেৱল’ দীপিকাৰ এই কমণ্টৰ ৰিপ্লাইত ৰণবীৰেও দীপিকালৈ প্ৰেৰণ কৰিছে কেইটামান ফ্লায়িং কিছ ৰ চিম্বল।

উল্লেখ্য যে দুয়োৰে মাজত বিবাহ বিচ্ছেদ ঘটিব বুলি যি খবৰ ভাইৰেল হৈছিল সেই খবৰ সম্পূৰ্ণ ভুৱা বুলি প্ৰমাণ দিবলৈ এই কমণ্ট কেইটাই যথেষ্ট বুলি মন্তব্য কৰিছে দীপিকা আৰু ৰণবীৰৰ অনুৰাগীমহলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamDeepika PadukoneRanbir Singh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু
বিশ্ব

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

October 18, 2026
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ
জীৱনশৈলী

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

October 18, 2026
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!
প্ৰযুক্তি

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

October 18, 2026
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
Next Post
উৎসৱৰ মাহ অক্টোবৰ, অক্টোবৰত জন্ম ব্যক্তিসকল অন্যতকৈ কি কি গুণত পৃথক?

উৎসৱৰ মাহ অক্টোবৰ, অক্টোবৰত জন্ম ব্যক্তিসকল অন্যতকৈ কি কি গুণত পৃথক?

নিজা বাহন সিংহ… অথচ প্ৰত্যেক বছৰেই কিয় দোলা, হাতী, ঘোঁৰা, নৌকাত আহে দেৱী দুৰ্গা?

নিজা বাহন সিংহ... অথচ প্ৰত্যেক বছৰেই কিয় দোলা, হাতী, ঘোঁৰা, নৌকাত আহে দেৱী দুৰ্গা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.