• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উৎসৱৰ মাহ অক্টোবৰ, অক্টোবৰত জন্ম ব্যক্তিসকল অন্যতকৈ কি কি গুণত পৃথক?

উৎসৱৰ মাহ অক্টোবৰ, অক্টোবৰত জন্ম ব্যক্তিসকল অন্যতকৈ কি কি গুণত পৃথক?

4 years ago
মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

2 hours ago
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

2 hours ago
কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

3 hours ago
কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

4 hours ago
কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

5 hours ago
ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

6 hours ago
৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

6 hours ago
TMCত অভ্যন্তৰীণ সংঘাত! ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে মমতা বেনাৰ্জী!

TMCত অভ্যন্তৰীণ সংঘাত! ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে মমতা বেনাৰ্জী!

7 hours ago
বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

8 hours ago
নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

8 hours ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

টকা নাথাকে নেকি ঘৰত? এই ৫ টা কামে সহায় কৰিব ধন আগমণত!

11 hours ago
SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

উৎসৱৰ মাহ অক্টোবৰ, অক্টোবৰত জন্ম ব্যক্তিসকল অন্যতকৈ কি কি গুণত পৃথক?

editor by editor
October 1, 2022
in Uncategorized, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
উৎসৱৰ মাহ অক্টোবৰ, অক্টোবৰত জন্ম ব্যক্তিসকল অন্যতকৈ কি কি গুণত পৃথক?
0
SHARES
13.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আপোনাৰ জন্ম অক্টোবৰতেই নেকি? অক্টোবৰত জন্মলাভ কৰা ব্যক্তিসকলৰ আছে বিশেষ কিছু বিশেষত্ব। অক্টোবৰ, উৎসৱৰো সময়। দুৰ্গাপূজা, লক্ষীপূজা, দীপাৱলী, ভাইফোট, জগদ্ধাত্ৰী পূজা সকলো অক্টোবৰতেই হয়। এই উৎসৱৰ মাহত জন্মলাভ কৰা ব্যক্তিসকল পৃথক বুলি শাস্ত্ৰতো উল্লেখ আছে। অক্টোবৰত জন্মলাভ কৰা ব্যক্তিসকলৰ বিশেষত্ব কি কি?

অক্টোবৰত জন্মলাভ কৰা ব্যক্তিসকল সৎ প্ৰকৃতিৰ। তেওঁলোকে কেতিয়াও মিছাৰ আশ্ৰয় নলয়। তেওঁলোকে সদায় সত্যৰ পক্ষত থিয় দিয়ে। তেওঁলোকৰ সন্মুখত অন্য কোনোৱে মিছা কতা ক’লে তেওঁলোকে সহজেই ধৰা পেলাব পাৰে।

এইসকল লোক শান্তিপ্ৰিয়ও। অক্টোবৰত জন্মলাভ কৰা ব্যক্তিয়ে শান্ত পৰিবেশ পছন্দ কৰে। এই মাহত জন্ম ব্যক্তিয়ে সাধাৰণতে কাজিয়া-পেচালৰ পৰা আঁতৰি থাকে। সৰল প্ৰকৃতিৰ হোৱা বাবে এওঁলোকে যিকোনো বিষয়কে জটিলকৈ ল’ব নিবিছাৰে।

এই মাহত জন্ম হোৱা লোকসকল ৰোমাণ্টিকো হয়। সংগী হিচাপে অত্যন্ত ভাল হয় এই মাহত জন্ম হোৱা লোকসকল। এওলোকে প্ৰেমৰ সম্পৰ্কক সুন্দৰ ৰূপত চলাই ৰখাৰ পক্ষপাতী হয়। এওলোকৰ জীৱনত প্ৰেম আৰু আৱেগে প্ৰত্যেক সময়তে ক্ৰিয়া কৰি থাকে।

অক্টোবৰত জন্ম হোৱা ব্যক্তি সাধাৰণতে বুদ্ধিমান হয়। কেৱল বুদ্ধিয়কেই নহয় এইসকল ব্যক্তিৰ আছে সৃজনশীলতাও। প্ৰচলিত ধ্যান-ধাৰণাৰ বাহিৰেও এওলোকে সকলো কথাকেই নিজা ধৰণেৰে চিন্তা কৰিব পাৰে। সামান্য কোনো বস্তুকো এই মাহত জন্ম হোৱা ব্যক্তিয়ে সুন্দৰৰূপত সজাই তুলিব পাৰে।

এই মাহত জন্ম ব্যক্তিয়ে চেলেঞ্জ গ্ৰহণ কৰিও ভালপায়। সন্মুখত যিয়েই নাহক কিয় সহজে হাৰ নামানে এই মাহত জন্ম ব্যক্তিয়ে। ইয়াৰোপৰি অক্টোবৰত জন্ম ব্যক্তি সদায়ে আশাবাদী হয়। এদিন ভালদিন আহিবই বুলি যিকোনো সমস্যাৰে মোকাবিলা কৰিবলৈ এইসকল লোক সদা প্ৰস্তুত।

উল্লেখ্য যে এইসকল লোক অত্যন্ত খৰচিও। এইসকল লোকে অতিমাত্ৰা ধন খৰছ কৰে লগতে ব্ৰেণ্ডেড সামগ্ৰী ক্ৰয়ৰ বাবে সদায়ে অজস্ৰ ধন খৰচ কৰে। ইয়াৰোপৰি এওঁলোকে কেতিয়াৱা মুখৰ বাবেই বিপদতো পৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?
জীৱনশৈলী

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

June 9, 2026
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI
বিশ্ব

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

June 9, 2026
কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?
বিনোদন

কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

June 9, 2026
কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 
শিক্ষা

কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

June 9, 2026
Next Post
নিজা বাহন সিংহ… অথচ প্ৰত্যেক বছৰেই কিয় দোলা, হাতী, ঘোঁৰা, নৌকাত আহে দেৱী দুৰ্গা?

নিজা বাহন সিংহ... অথচ প্ৰত্যেক বছৰেই কিয় দোলা, হাতী, ঘোঁৰা, নৌকাত আহে দেৱী দুৰ্গা?

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়ৰ মুখত ৰিয়ান পৰাগৰ প্ৰশংসা, অসমৰ খেলুৱৈ সন্দৰ্ভত কি ক’লে প্ৰশিক্ষক দ্ৰাৱিড়ে?

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়ৰ মুখত ৰিয়ান পৰাগৰ প্ৰশংসা, অসমৰ খেলুৱৈ সন্দৰ্ভত কি ক’লে প্ৰশিক্ষক দ্ৰাৱিড়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.