• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়ৰ মুখত ৰিয়ান পৰাগৰ প্ৰশংসা, অসমৰ খেলুৱৈ সন্দৰ্ভত কি ক’লে প্ৰশিক্ষক দ্ৰাৱিড়ে?

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়ৰ মুখত ৰিয়ান পৰাগৰ প্ৰশংসা, অসমৰ খেলুৱৈ সন্দৰ্ভত কি ক’লে প্ৰশিক্ষক দ্ৰাৱিড়ে?

4 years ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

15 minutes ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

1 hour ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

2 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

3 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

3 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

4 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

22 hours ago
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

22 hours ago
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

23 hours ago
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

24 hours ago
কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

1 day ago
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়ৰ মুখত ৰিয়ান পৰাগৰ প্ৰশংসা, অসমৰ খেলুৱৈ সন্দৰ্ভত কি ক’লে প্ৰশিক্ষক দ্ৰাৱিড়ে?

editor by editor
October 1, 2022
in ক্ৰীড়া, গুৱাহাটী, ভাৰত
0
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়ৰ মুখত ৰিয়ান পৰাগৰ প্ৰশংসা, অসমৰ খেলুৱৈ সন্দৰ্ভত কি ক’লে প্ৰশিক্ষক দ্ৰাৱিড়ে?
0
SHARES
11.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কাইলৈ অৰ্থাৎ ২ অক্টোবৰত গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামত হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত আকৰ্ষণীয় যুঁজ৷ খেলৰ পূৰ্বে ভাৰতীয় দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়ে ষ্টেডিয়ামৰ পৰা সম্বোধন কৰিছে এখন সংবাদমেল৷ সংবাদমেলত প্ৰশিক্ষকগৰাকীয়ে বহুকেইটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে৷

আঘাতৰ বাবে দ্ৰুত বলাৰ যশপ্ৰীত বুমৰাহে এই শৃংখলা খেলিব নোৱাৰে বুলি সংবাদমেলৰ আৰম্ভণিতে প্ৰকাশ কৰে প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়ে৷ দ্ৰাবিড়ে সংবাদমেলত ৰিয়ান পৰাগৰ বিষয়টো উত্থাপন কৰিছে৷ ৰিয়ানৰ দৰে বহু প্ৰতিভাৱান খেলুৱৈ অসমত আছে,ইফালে বৰ্ষাপাৰা ষ্টেডিয়ামো বৰ ধুনীয়া৷ ইয়াতেই অনুশীলন কৰিব পাৰি বুলি প্ৰকাশ কৰাৰ লগতে অসমৰ উদীয়মান খেলুৱৈসকলক প্ৰপাৰ গাইডেন্স দিলে অসমৰ খেলুৱৈও ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিব বুলি উল্লেখ কৰে প্ৰশিক্ষক দ্ৰাৱিড়ে৷

ইপিনে, সংবাদমেলৰ মাজতেই কিছু চিন্তিত হৈ দ্ৰাৱিড়ে কয় যে বুমৰাহে আঘাতৰ বাবে এই শৃংখলা খেলিব নোৱাৰে৷ সম্প্রতি বুমৰাহ NCA-ত চিকিৎসাধীন হৈ আছে৷ পৰৱৰ্তী সময়ত আঘাতৰ বুজ লৈহে বিশ্বকাপ খেলিব পাৰিব নে নোৱাৰে সিদ্ধান্ত লোৱা হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’
ভাৰত

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

August 16, 2026
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা
ৰাজনীতি

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

August 16, 2026
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড
বিনোদন

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

August 15, 2026
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই
বিনোদন

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

August 15, 2026
Next Post
সপ্তমী পূজা, এইকেইটা পূজা কৰিলে বছৰটোত সকলো দুৰ্ঘটনাৰ পৰা সাত সাৰিবই…

সপ্তমী পূজা, এইকেইটা পূজা কৰিলে বছৰটোত সকলো দুৰ্ঘটনাৰ পৰা সাত সাৰিবই...

বিয়া পাতিলেই ঘৰ জোঁৱাই হ’ব লাগিব! অদ্ভুত প্ৰথা প্ৰচলিত এই গাঁৱৰ ৩০০ সুন্দৰীক আপুনিও বিয়া কৰাব পাৰে…

বিয়া পাতিলেই ঘৰ জোঁৱাই হ’ব লাগিব! অদ্ভুত প্ৰথা প্ৰচলিত এই গাঁৱৰ ৩০০ সুন্দৰীক আপুনিও বিয়া কৰাব পাৰে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.