• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সপ্তমী পূজা, এইকেইটা পূজা কৰিলে বছৰটোত সকলো দুৰ্ঘটনাৰ পৰা সাত সাৰিবই…

সপ্তমী পূজা, এইকেইটা পূজা কৰিলে বছৰটোত সকলো দুৰ্ঘটনাৰ পৰা সাত সাৰিবই…

4 years ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

13 minutes ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

33 minutes ago
‘হত শৈশৱ’

‘হত শৈশৱ’

2 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

4 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

4 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

6 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

7 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

7 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

8 hours ago
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সপ্তমী পূজা, এইকেইটা পূজা কৰিলে বছৰটোত সকলো দুৰ্ঘটনাৰ পৰা সাত সাৰিবই…

editor by editor
October 2, 2022
in অসম, উত্তৰ-পূব, গুৱাহাটী, জীৱনশৈলী, ভাৰত
0
সপ্তমী পূজা, এইকেইটা পূজা কৰিলে বছৰটোত সকলো দুৰ্ঘটনাৰ পৰা সাত সাৰিবই…
0
SHARES
989
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২ অক্টোবৰ, আজি মহাসপ্তমী। মা দুৰ্গাৰ কৃপাত বছৰটো ভালকৈ যাবৰ বাবে সকলোৱে তেওঁৰ শ্ৰী চৰণত আশীৰ্বাদ লৈছে। জ্যোতিষ শাস্ত্ৰমতে দুৰ্গা পূজাৰ প্ৰত্যেকটো দিনেই শুভ হয়। পূজাৰ এইকেইটা দিনত কিছু নিয়ম মানি চলিলে বছৰটোৱেই ভালকৈ যায় বুলি লোকবিশ্বাস যুগে যুগে চলি আহিছে। সপ্তমীৰ দিনটোত পূজাৰ এইকেইটা নিয়ম মানিলে জীৱনৰ সকলো দুখ কষ্ট আৰু সমস্যাৰ পৰা হাত সাৰিব পাৰি বুলি জ্যোতিষশাস্ত্ৰত উল্লেখ আছে।

সপ্তমীৰ দিনা পুৱাতেই গা ধুই মা দুৰ্গাৰ আশিষ ল’ব লাগে। সপ্তমীত নৱপত্ৰিকা পূজা কৰা হয়। আনহাতে সপ্তমীতেই মহাবীৰৰ পূজা কৰাটোও অত্যন্ত শুভ বুলি শাস্ত্ৰত উল্লেখ আছে। আনহাতে সপ্তমীত পুৱাতেই সাতটা লাড্ডুত ৭টাকৈ লং দিব লাগে। সেই লাড্ডুকেইটা দুৰ্গাৰ শ্ৰী চৰণত অৰ্পণ কৰিব লাগে। এই লাড্ডু আগবঢ়াওতে তামৰ পাত্ৰত আগবঢ়াব লাগে। সপ্তমী পূজাত শঙ্খ আৰু ঘিউৰ প্ৰদীপ ধুপ ধু্ণা দিয়াটো বাঞ্চনীয়।

সপ্তমীত ১০৮ টা চাউল. ১০৮ টা বাৰ্লি, ১০৮টা আলতা , নতুন শাড়ী দুৰ্গা দেৱীৰ শ্ৰী চৰণত অৰ্পণ কৰিব লাগে। এনেকৈ আগবঢ়ালে বৈবাহিক জীৱনত কোনো সমস্যা থাকিলে সেই সমস্যা দূৰ হয়। স্বামী-স্ত্ৰী দুয়োৱে একেলগে এই পূজাত ভাগ লোৱাটো ভাল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…
জীৱনশৈলী

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

September 27, 2026
‘হত শৈশৱ’
সমীক্ষণ (আলোচনী)

‘হত শৈশৱ’

September 27, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

September 27, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

September 27, 2026
Next Post
বিয়া পাতিলেই ঘৰ জোঁৱাই হ’ব লাগিব! অদ্ভুত প্ৰথা প্ৰচলিত এই গাঁৱৰ ৩০০ সুন্দৰীক আপুনিও বিয়া কৰাব পাৰে…

বিয়া পাতিলেই ঘৰ জোঁৱাই হ’ব লাগিব! অদ্ভুত প্ৰথা প্ৰচলিত এই গাঁৱৰ ৩০০ সুন্দৰীক আপুনিও বিয়া কৰাব পাৰে...

ঘড়ীৰ দোকান নে স্কাৰ্ট! সাহস থাকিলেহে উৰ্ফীলৈ মন কৰিব…

ঘড়ীৰ দোকান নে স্কাৰ্ট! সাহস থাকিলেহে উৰ্ফীলৈ মন কৰিব...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.