• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৰ্থ কষ্টত ভূগিছে নেকি ৰণবীৰ-দীপিকা? ভাড়ালৈ দিলে নিজৰ বিলাসী ফ্লেট, ভাড়া কিমান জানেনে?

অৰ্থ কষ্টত ভূগিছে নেকি ৰণবীৰ-দীপিকা? ভাড়ালৈ দিলে নিজৰ বিলাসী ফ্লেট, ভাড়া কিমান জানেনে?

2 years ago
‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

8 minutes ago
কালিকা লাগিছে নেকি বিলাস INNত?

কালিকা লাগিছে নেকি বিলাস INNত?

52 minutes ago
অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড

অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড

1 hour ago
একেৰাহে বন্ধ থাকিব বেংক! শীঘ্ৰে কৰক প্ৰয়োজনীয় কাম

একেৰাহে বন্ধ থাকিব বেংক! শীঘ্ৰে কৰক প্ৰয়োজনীয় কাম

3 hours ago
বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ

বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ

3 hours ago
শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

4 hours ago
গাড়ীত ‘PRESS’ লিখি VIP ষ্টাইলত ঘূৰিছিল ঘনকান্তই! ৫ গৰাকী লোকক *ত্যা কৰা ঘা*তকৰ প্ৰকৃত পৰিচয় এতিয়াও ৰহস্য আৱৰ্তত

গাড়ীত ‘PRESS’ লিখি VIP ষ্টাইলত ঘূৰিছিল ঘনকান্তই! ৫ গৰাকী লোকক *ত্যা কৰা ঘা*তকৰ প্ৰকৃত পৰিচয় এতিয়াও ৰহস্য আৱৰ্তত

5 hours ago
মাষ্টাৰমাইণ্ড ঘনকান্ত গগৈ কোন? কি শত্ৰুতা আছিল হেলেনা ভৰালীৰ পৰিয়ালৰ সৈতে, জানক ন ন তথ্য

মাষ্টাৰমাইণ্ড ঘনকান্ত গগৈ কোন? কি শত্ৰুতা আছিল হেলেনা ভৰালীৰ পৰিয়ালৰ সৈতে, জানক ন ন তথ্য

6 hours ago
হোটেল বিলাস ইনৰ গু*লী*চা*লনাত জড়িত মাষ্টাৰমাইণ্ড ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

হোটেল বিলাস ইনৰ গু*লী*চা*লনাত জড়িত মাষ্টাৰমাইণ্ড ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

7 hours ago
‘২৪ ঘন্টাৰ ভিতৰত দোষীক এন**ণ্টাৰ কৰক’, হাতযোৰ কৰি অনুৰোধ দেৱৰ্ষি ভৰালীৰ বন্ধুৰ

‘২৪ ঘন্টাৰ ভিতৰত দোষীক এন**ণ্টাৰ কৰক’, হাতযোৰ কৰি অনুৰোধ দেৱৰ্ষি ভৰালীৰ বন্ধুৰ

8 hours ago
হেলেনা ভৰালী কোন? কেনেকৈ হৈছিল সফল অসমীয়া উদ্যোগী মহিলা জানক

হেলেনা ভৰালী কোন? কেনেকৈ হৈছিল সফল অসমীয়া উদ্যোগী মহিলা জানক

9 hours ago
গুৱাহাটীৰ গু*লীচালনাক লৈ ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য, তদন্তত নতুন মোৰ!

গুৱাহাটীৰ গু*লীচালনাক লৈ ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য, তদন্তত নতুন মোৰ!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অৰ্থ কষ্টত ভূগিছে নেকি ৰণবীৰ-দীপিকা? ভাড়ালৈ দিলে নিজৰ বিলাসী ফ্লেট, ভাড়া কিমান জানেনে?

অৰ্থ কষ্টত ভূগিছে নেকি ৰণবীৰ-দীপিকা? ভাড়ালৈ দিলে নিজৰ বিলাসী ফ্লেট, ভাড়া কিমান জানেনে?

editor by editor
November 20, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
অৰ্থ কষ্টত ভূগিছে নেকি ৰণবীৰ-দীপিকা? ভাড়ালৈ দিলে নিজৰ বিলাসী ফ্লেট, ভাড়া কিমান জানেনে?
0
SHARES
280
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ অন্যতম পাৱাৰ কাপল দীপিকা পাডুকন আৰু ৰণবীৰ সিং৷ সংবাদমাধ্যমত সকলো সময়তে নিজৰ সাংসৰিক জীৱনক লৈ বহু চৰ্চা পাই আহিছে৷ এইবাৰ আকৌ সংবাদ শিৰোনামলৈ আহিছে দীপবীৰ৷ বলীউডৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি নিজৰ এটা বিলাসী ফ্লেট ভাড়ালৈ দিছে দুয়োৱে৷ ৭লাখ প্ৰতিমাহে ভাড়া দিব লাগিব এই ফ্লেটৰ৷ এই ফ্লেটৰ লোকেশ্বন মুম্বাইৰ এক প্ৰাইম লোকেশ্ব্যনত৷ ফ্লেটটোত আছে ষ্টানিং ইণ্টেৰিয়ৰছ, অত্যাধুনিক সা সুবিধা আৰু বাহিৰৰ পৰাও অসম্ভৱ সুন্দৰ এই ফ্লেট৷ ফ্লেটৰ পৰা মুম্বাইৰ নান্দনিক দৃশ্য আপুনি উপভোগ কৰিব পাৰে৷

স্কোৱাৰ ফুটৰ নিৰিখত এপাৰ্টমেণ্টতো ৩ হাজাৰ ২৪৫ স্কোৱাৰ ফুট আৰু কাৰ্পেট এৰিয়া ২ হাজাৰ ৩১৯.৫০ স্কোৱাৰ ফুট৷ ইতিমধ্যেই তিনি বছৰৰ বাবে ৰেজিষ্ট্ৰেচন কৰি এই ফ্লেট ভাড়ালৈ দিছে ৰণবীৰ দীপিকাই৷ প্ৰাথমিকভাৱে ২১ লাখ টকা ছিকিউৰিটি হিচাপে ডিপজিট কৰা হৈছে৷ এটা বিলাসবহুল আবাসিক কমপ্লেক্সৰ অংশ এই ফ্লেট৷ তাতেই আছে উচ্চমানৰ জিম, পুল আৰু অনবৰতেই থাকে ছিকিউৰিটি৷

২০১৮ চনত দীপিকা ৰণবীৰৰ বিয়া হৈছিল৷ এই মুহূৰ্তত তেওঁলোক আছে মুম্বাইৰ এটা মেনছনত৷ তেওঁলোকে সেয়ে পূৰ্বে থকা ফ্লেটটো ভাড়ালৈ দিছে৷ কিছুদিন পূৰ্বে এগৰাকী কন্যা সন্তানৰো পিতৃ মাতৃ হৈছে দীপিকা ৰণবীৰ৷ নাম দিছে দুৱা পাডুকন সিং৷ ৰিপৰ্ট অনুসৰি দীপবীল সোনকালেই মন্নতৰ কাষলৈ ছিফট হ’ব৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’
বিশ্ব

‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

October 27, 2026
কালিকা লাগিছে নেকি বিলাস INNত?
অসম

কালিকা লাগিছে নেকি বিলাস INNত?

October 27, 2026
অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড
বিনোদন

অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড

October 27, 2026
একেৰাহে বন্ধ থাকিব বেংক! শীঘ্ৰে কৰক প্ৰয়োজনীয় কাম
বাণিজ্য

একেৰাহে বন্ধ থাকিব বেংক! শীঘ্ৰে কৰক প্ৰয়োজনীয় কাম

October 27, 2026
Next Post
অৰ্থভাগ্য উন্নত কৰিব খোজে? আঘোণ মাহত কৰক এই কাম, সুফল পাবই

অৰ্থভাগ্য উন্নত কৰিব খোজে? আঘোণ মাহত কৰক এই কাম, সুফল পাবই

৭বছৰে সৰু ছায়ৰা প্ৰকৃততে কোন? বিয়াৰ পূৰ্বে ছায়ৰাক কি চৰ্ত দিছিল ৰহমানে?

৭বছৰে সৰু ছায়ৰা প্ৰকৃততে কোন? বিয়াৰ পূৰ্বে ছায়ৰাক কি চৰ্ত দিছিল ৰহমানে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.