• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আই পি এলৰ ১৮ বছৰীয়া ইতিহাসত লজ্জাজনক ৰেকৰ্ড দিল্লীৰ নামত

10 months ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

23 minutes ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

53 minutes ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

1 hour ago
PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

2 hours ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

3 hours ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

4 hours ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

5 hours ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

6 hours ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আই পি এলৰ ১৮ বছৰীয়া ইতিহাসত লজ্জাজনক ৰেকৰ্ড দিল্লীৰ নামত

editor by editor
May 22, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
আই পি এলৰ ১৮ বছৰীয়া ইতিহাসত লজ্জাজনক ৰেকৰ্ড দিল্লীৰ নামত
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আই পি এলৰ ১৮ বছৰীয়া ইতিহাসত লজ্জাজনক ৰেকৰ্ড দিল্লীৰ নামত

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৮ সংখ্যক ছিজনত প্লে অফত প্ৰৱেশ কৰা চতুৰ্থটো দল ২১ মে’ত মুম্বাই আৰু দিল্লীৰ মাজত অনুষ্ঠিত হোৱা মেচখনেৰে সিদ্ধান্ত লোৱা হয়।

এই মেচখনত মুম্বাই দলৰ আধিপত্য সম্পূৰ্ণৰূপে দেখা যায়, য’ত প্ৰথমে বেটিং কৰি মুম্বাইয়ে ১৮০ ৰান সংগ্ৰহ কৰে। পিছত দিল্লী দলক ১২১ ৰানত বান্ধি ৰাখি ৫৯ ৰানত জয়লাভ কৰে। ইয়াৰ লগে লগে মুম্বাই দলটোৱে প্লে অফৰ বাবে নিজৰ স্থান নিশ্চিত কৰিলে।

আনহাতে ছিজনৰ আৰম্ভণিতে পইণ্ট টেবুলত এক নম্বৰ স্থানত থকা দিল্লী কেপিটেলে প্লে অফৰ স্থান হেৰুৱাইছ৷ ইয়াৰ লগে লগে আই পি এলৰ ১৮ বছৰীয়া ইতিহাসত দিল্লীৰ নামত এক লজ্জাজনক অভিলেখো পঞ্জীয়ন হয়।

আই পি এলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোনো দলে প্ৰথম চাৰিখন মেচতে জয়লাভ কৰি ছিজনটো সৰ্বাধিক পইণ্টেৰে চিজন আৰম্ভ কৰে যদিও পিছলৈ প্লে অফত নিজৰ স্থান নিশ্চিত কৰিব নোৱাৰিলে। এই অতি দুৰ্বল অভিলেখ এতিয়া দিল্লী কেপিটেলছৰ নামত পঞ্জীয়ন কৰা হৈছে।

অক্ষৰ পেটেলৰ অধিনায়কত্বত দিল্লী কেপিটেলছে ছিজনৰ আৰম্ভণি সুন্দৰভাৱে কৰিছিল, প্ৰথম চাৰিখন মেচত লক্ষ্ণৌ, হায়দৰাবাদ, চেন্নাই আৰু আৰ চি বিক পৰাস্ত কৰাৰ পিছত ১৩ এপ্ৰিলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ছিজনৰ প্ৰথমটো পৰাজয়ৰ সন্মুখীন হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Delhi teamiplIPL 2025IPL 2025 Session
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন
ভাৰত

March 17, 2026
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ
জীৱনশৈলী

শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

March 17, 2026
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?
জীৱনশৈলী

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

March 17, 2026
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?
বিবিধ

Next Post
৬.১ ৰিখটাৰ স্কেলৰ তীব্ৰ ভূঁইকঁপ, এতিয়া ছুনামীৰ আশংকা

বিগ বিৰ বিদায়! ছলমান খান হ’ব নেকি KBCৰ পৰৱৰ্তী ঘোষক

বিগ বিৰ বিদায়! ছলমান খান হ'ব নেকি KBCৰ পৰৱৰ্তী ঘোষক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন