• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লীয়ে কেতিয়াকৈ পাব নতুন মুখ্যমন্ত্ৰী, কাৰ নাম তালিকাৰ শীৰ্ষত, শপত গ্ৰহণৰ তাৰিখ সদৰি

1 year ago
মাদক দ্ৰব্য সেৱন কৰা যুৱকহে পছন্দ কৰে মডাৰ্ণ যুৱতীয়ে! গৱেষণাত আহিছে পোহৰলৈ

11 minutes ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

1 hour ago
হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

2 hours ago
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

1 day ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দিল্লীয়ে কেতিয়াকৈ পাব নতুন মুখ্যমন্ত্ৰী, কাৰ নাম তালিকাৰ শীৰ্ষত, শপত গ্ৰহণৰ তাৰিখ সদৰি

editor by editor
February 17, 2025
in ভাৰত, ৰাজনীতি
0
দিল্লীয়ে কেতিয়াকৈ পাব নতুন মুখ্যমন্ত্ৰী, কাৰ নাম তালিকাৰ শীৰ্ষত, শপত গ্ৰহণৰ তাৰিখ সদৰি
0
SHARES
321
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিল্লীয়ে কেতিয়াকৈ পাব নতুন মুখ্যমন্ত্ৰী, কাৰ নাম তালিকাৰ শীৰ্ষত, শপত গ্ৰহণৰ তাৰিখ সদৰি

ৰাজধানী দিল্লীৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে আম আদমি পাৰ্টিক পৰাস্ত কৰি শাসনৰ বাঘজৰী নিজৰ হাতলৈ নিয়ে। অৰবিন্দ কেজৰিৱালক পৰাজিত কৰি বৃহৎ বিজয় সাব্যস্ত কৰে বিজেপিয়ে।

পাছে বৰ্তমানলৈ বিজেপিয়ে সদৰি কৰা নাই কোন হব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীৰ দৌৰত কেইবাগৰাকী নেতাৰ নাম। মুখ্যমন্ত্ৰীৰ নাম ঠাৱৰ নহলেও ৰাজধানী দিল্লীত চৰকাৰ গঠন সন্দৰ্ভত ডাঙৰ খবৰ ওলাইছে।

যদিহে সূত্ৰক সঁচা হয়, তেন্তে ২০ ফেব্ৰুৱাৰীত দিল্লীৰ ৰামলীলা মৈদানত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব। সন্ধিয়া ৪.৩০ বজাত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব। শপতগ্ৰহণৰ বাবে ৰামলীলা ময়দানত ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে।

শপতগ্ৰহণৰ বাবে ৩খন মঞ্চ নিৰ্মাণ কৰা হ’ব। এখন মঞ্চত শপত গ্ৰহণ কৰিবলগীয়া নেতা সকল আৰু প্ৰধানমন্ত্ৰী মোডী আৰু নতুন মুখ্যমন্ত্ৰী। আনহাতে দ্বিতীয় মঞ্চত থাকিব বিজেপি আৰু এন ডি এৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলৰ বাবে। আনহাতে তৃতীয় মঞ্চত সন্ত আৰু ঋষি সকলৰ বহিবলৈ ঠাই থাকিব। মঞ্চত ১৫০খন চকী স্থাপন কৰা হ’ব। একে সময়তে সাধাৰণ জনতাই বহিব পৰাকৈ ৩০ হাজাৰ চকী ৰখা হ’ব।

কিন্তু বিশেষ কথাটো হল, কেতিয়ালৈ ঘোষণা হব নতুন মুখ্যমন্ত্ৰীৰ নাম। নিৰ্বাচনত জয়ী হোৱাৰ ১০-১৫ দিনৰ পিছতহে মুখ্যমন্ত্ৰী পদৰ সিদ্ধান্ত লোৱাটো এতিয়া বিজেপিত এটা ধাৰা হৈ পৰিছে। যি ধাৰা ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু মহাৰাষ্ট্ৰত দেখা পোৱা গৈছিল। এতিয়া দিল্লীতো নির্বাচনৰ ফলাফলৰ ১২ দিনৰ পাছত ঘোষণা হ’ব নতুন মুখ্যমন্ত্রী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BJP new delhi CMdelhiDelhi CMDelhi New CMoath taking
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব
জীৱনশৈলী

April 26, 2026
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 
জীৱনশৈলী

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

April 26, 2026
কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?
জীৱনশৈলী

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

April 26, 2026
মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

Next Post
নিকৃষ্ট, ভাৰতৰ পতাকা বাদ দি কেৱল ৭ দলৰ পতাকা উৰিল পাকিস্তানৰ ষ্টেডিয়ামত

মেট্ৰিক পৰীক্ষা দি ঘৰ নাপালেগৈ তিনি পৰীক্ষাৰ্থী, ভয়ংকৰ পথ দুৰ্ঘটনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন