• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেট্ৰিক পৰীক্ষা দি ঘৰ নাপালেগৈ তিনি পৰীক্ষাৰ্থী, ভয়ংকৰ পথ দুৰ্ঘটনা

মেট্ৰিক পৰীক্ষা দি ঘৰ নাপালেগৈ তিনি পৰীক্ষাৰ্থী, ভয়ংকৰ পথ দুৰ্ঘটনা

2 years ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

7 minutes ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

53 minutes ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

1 hour ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

2 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

3 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

3 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

4 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

4 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

5 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

7 hours ago
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

7 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মেট্ৰিক পৰীক্ষা দি ঘৰ নাপালেগৈ তিনি পৰীক্ষাৰ্থী, ভয়ংকৰ পথ দুৰ্ঘটনা

editor by editor
February 17, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
মেট্ৰিক পৰীক্ষা দি ঘৰ নাপালেগৈ তিনি পৰীক্ষাৰ্থী, ভয়ংকৰ পথ দুৰ্ঘটনা
0
SHARES
5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেট্ৰিক পৰীক্ষা দি ঘৰ নাপালেগৈ তিনি পৰীক্ষাৰ্থী, ভয়ংকৰ পথ দুৰ্ঘটনা

মেট্ৰিক পৰীক্ষা দি ঘৰলৈ উভতাৰ পথত তিনি ছাত্ৰৰ সৈতে ভয়ংকৰ পথ ঘটনা। এখন পালছাৰ বাইকেৰে পৰীক্ষা কেন্দ্ৰৰ পৰা ঘৰলৈ বুলি উভতি অহাৰ পথত দুৰ্ঘটনাত পতিত তিনি বন্ধু।

বাটতে ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে তিনি বন্ধুৰ এজন ছাত্ৰই। আন দুজন ছাত্ৰক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি । ঘটনাৰ পাছতেই হাহাকাৰ পৰিস্থিতি।

চাৰিদুৱাৰৰ অসম অৰুণাচল সীমান্তৱৰ্তী শালবাৰীত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। আজি মেট্ৰিকৰ অসমীয়া বিষয়ৰ পৰীক্ষা দিবলৈ বুলি ঘৰৰ পৰা একেলগে ওলাই গৈছিল ৩ বন্ধু। কিন্তু পৰীক্ষা দি উভতি অহাৰ পথতে ৰৈ আছিল মৃত্যু।

চাৰিদুৱাৰৰ চেঙেলীমাৰীত পৰীক্ষা কেন্দ্ৰৰ পৰা পৰীক্ষা দি ওভতিছিল আটাইকেইজন। ভালুকপুঙৰ নিজ ঘৰলৈ বাইকেৰে গৈ আছিল ছাত্ৰকেইজন।

কিন্তু অচিনাক্ত বাহনৰ খুন্দাত ঘটনাস্থলীতে তেনজিং গয়াৰী নামৰ ছাত্ৰজনৰ মৃত্যু। আনহাতে সংকটজনক অৱস্থাত ৰিন্দা বসুমতাৰী আৰু ৰিংচা নাৰ্জাৰী।

জানিব পৰা মতে, ভালুকপুঙৰ লালবাহাদুৰ শাস্ত্ৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল তিনিওবন্ধু। AS-12-AF-4023 নম্বৰৰ বাইকেৰে গৈ আছিল ছাত্ৰকেইজন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 10th Examarunachal borderChariduwarroad accidentSalbari
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন
অসম

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

October 13, 2026
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

October 13, 2026
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?
অসম

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

October 12, 2026
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ
অসম

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

October 12, 2026
Next Post
অপেক্ষাৰ অন্ত, কেতিয়ালৈ চাবলৈ পাব ছলমানৰ খানৰ বহু প্ৰত্যাশিত ‘সিকন্দৰ’

অপেক্ষাৰ অন্ত, কেতিয়ালৈ চাবলৈ পাব ছলমানৰ খানৰ বহু প্ৰত্যাশিত 'সিকন্দৰ'

কাইলৈ কৃষ্ণা ষষ্ঠীত ৰবি যোগ, বজৰংবলীৰ কৃপাত ৪ ৰাশিৰ শুভ

কাইলৈ কৃষ্ণা ষষ্ঠীত ৰবি যোগ, বজৰংবলীৰ কৃপাত ৪ ৰাশিৰ শুভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.