• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লী ট্ৰেজেডীৰ পাছতে ৰে’ল ষ্টেছনত ৫ নতুন নিয়ম, ৬০ টা ষ্টেছনটো নতুন ফৰ্মূলা

দিল্লী ট্ৰেজেডীৰ পাছতে ৰে’ল ষ্টেছনত ৫ নতুন নিয়ম, ৬০ টা ষ্টেছনটো নতুন ফৰ্মূলা

1 year ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

7 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

8 hours ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

8 hours ago
PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

9 hours ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

10 hours ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

10 hours ago
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

11 hours ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

12 hours ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

12 hours ago
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

13 hours ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

13 hours ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

দিল্লী ট্ৰেজেডীৰ পাছতে ৰে’ল ষ্টেছনত ৫ নতুন নিয়ম, ৬০ টা ষ্টেছনটো নতুন ফৰ্মূলা

editor by editor
February 17, 2025
in বিশ্ব, ভাৰত
0
দিল্লী ট্ৰেজেডীৰ পাছতে ৰে’ল ষ্টেছনত ৫ নতুন নিয়ম, ৬০ টা ষ্টেছনটো নতুন ফৰ্মূলা
0
SHARES
795
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিল্লী ট্ৰেজেডীৰ পাছতে ৰে’ল ষ্টেছনত ৫ নতুন নিয়ম, ৬০ টা ষ্টেছনটো নতুন ফৰ্মূলা

১৫ ফেব্ৰুৱাৰীৰ নিশা নতুন দিল্লী ৰে’লৱে ষ্টেচনত সংঘটিত পদপিষ্টৰ ঘটনাচ ১৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহুতো লোক আহত হয়, বৰ্তমানেও হাস্পতাৱত ভৰ্তি বহু লোক। এই ঘটনাই জোকাৰি গৈছিল সমগ্ৰ দেশ। এই ঘটনাৰ পিছত ৰে’ল মন্ত্ৰালয়ে এখন তদন্ত সমিতি গঠন কৰিছে, যিয়ে সমগ্ৰ বিষয়টোৰ তদন্ত কৰি আছে। ইফালে, এনেধৰণৰ ঘটনা ৰোধৰ বাবে ৰে’ল মন্ত্ৰালয়ে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

দেশৰ ৬০ টা ব্যস্ত ৰেল ষ্টেচনত হোল্ডিং এৰিয়া স্থাপন কৰা হ’ব বুলি ঘোষণা কৰিছে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। এই হোল্ডিং এৰিয়াটোৱে যাত্ৰীসকলক তেঁওলোকৰ ৰে’ল অহালৈকে অপেক্ষা কৰিবলৈ এক নিৰাপদ স্থান প্ৰদান কৰিব। এই ব্যৱস্থাৰ অধীনত যাত্ৰীসকলক প্ৰথমে হোল্ডিং এৰিয়াত বহিবলৈ দিয়া হ’ব আৰু তেওঁলোকৰ ৰে’ল আহিলেহে প্লেটফৰ্মলৈ যাবলৈ দিয়া হ’ব। এই ব্যৱস্থাই প্লেটফৰ্মত যানজঁট হ্ৰাস কৰাত সহায় কৰিব আৰু দুৰ্ঘটনা ৰোধ কৰিব।

ৰে’লৱেই এই হোল্ডিং এলেকাসমূহ সৃষ্টি হ’বলগীয়া কিছুমান ষ্টেচনৰ নাম ঘোষণা কৰিছে- নতুন দিল্লী ৰে’লৱে ষ্টেচন, আনন্দ বিহাৰ ষ্টেচন, লক্ষ্ণৌ, বাৰাণসী, মোগলচৰাই, কানপুৰ, ঝান্সী, পাটনা, দৰভংগা, আৰা, মুম্বাই, চুৰাট, সোণপুৰ, বাংগালুৰু, হাওৰা, মালদা ইত্যাদি।

ইয়াৰ উপৰিও কৰিড’ৰ বহল কৰা, বৃহৎ অভাৰব্ৰিজ আৰু প্লেটফৰ্ম নিৰ্মাণ, ৰেম্প আৰু এস্কেলেটৰৰ জৰিয়তে প্লেটফৰ্মলৈ সহজে প্ৰৱেশ নিশ্চিত কৰা, ভিৰ হোৱা সময়ত আগমন বা প্ৰস্থানৰ প্লেটফৰ্মৰ কোনো ধৰণৰ পৰিৱৰ্তন কঠোৰভাৱে পৰিহাৰ কৰাকে ধৰি ৰে’ল ষ্টেচন আৰু প্লেটফৰ্মত যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ পিআইএলে ভাৰতীয় ৰে’লৱেক নিৰ্দেশনা বিচাৰে।

লগতে নতুন দিল্লী ৰেলৱে ষ্টেচনত ৫টা পৰিৱৰ্তন কৰা হৈছে-
বন্ধ কৰা হৈছে প্লেটফৰ্মৰ টিকট।
টিকট পৰীক্ষা কৰাৰ পিছতহে প্লেটফৰ্মত প্ৰৱেশৰ অনুমতি দিয়া হ’ব।
ৰেল অহাৰ পূৰ্বে যাত্ৰীৰ শাৰী শাৰীকৈ থকাৰ ব্যৱস্থা হ’ব।
ষ্টেচনৰ বাহিৰত এক বিশেষ অপেক্ষা গৃহৰ ব্যৱস্থা কৰা হ’ব।
১৬ আৰু ১৫ নং প্লেটফৰ্মৰ এস্কেলেটৰ বন্ধ কৰা হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Delhi Railwayindian railIndian RailwayRailway Service
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন
ভাৰত

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

March 17, 2026
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?
জীৱনশৈলী

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

March 17, 2026
ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান
বিশ্ব

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

March 17, 2026
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
Next Post
এসময়ৰ অশান্ত BTR এতিয়া শান্ত, এয়াই হৈছে নতুন অসম, এয়াই হৈছে নতুন ভাৰত- মন্ত্ৰী পীযুষ হাজৰীকা

এসময়ৰ অশান্ত BTR এতিয়া শান্ত, এয়াই হৈছে নতুন অসম, এয়াই হৈছে নতুন ভাৰত- মন্ত্ৰী পীযুষ হাজৰীকা

আজিৰ দিনটোত নকৰিব এই কাম, হনুমানৰ একেবাৰে অপ্ৰিয়

আজিৰ দিনটোত নকৰিব এই কাম, হনুমানৰ একেবাৰে অপ্ৰিয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.