• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনে অন্তত ৬ মাহৰ বাবে বিচাৰিছিল মুখ্যমন্ত্ৰীৰ আসন ! শেষত দেবেন্দ্ৰ ফাড়নবিচৰ নামতেই চূড়ান্ত মোহৰ

1 year ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

25 minutes ago
অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক

42 minutes ago
স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

3 hours ago
অবিলম্বে ইৰান ত্যাগ কৰক, যুদ্ধবিৰতি ঘোষণা হ’লেও ভাৰতীয়ক সোনকালেই ইৰান এৰাৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ

১১ এপ্ৰিলৰ পৰা বুধ-গুৰুৰ নীচভঙ্গ ৰাজযোগ, ৩ৰাশিৰ সৌভাগ্য উজলি উঠিব

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

5 hours ago
তামৰ পাত্ৰত পানী খাই? কেতিয়া মাৰাত্মক হ’ব পাৰে? কি ৰোগত তামৰ পাত্ৰত পানী নাখাব?

শনিৰ ৰত্ন নীলম আশীৰ্বাদ ৪ৰাশিৰ জীৱনত, ধাৰণ কৰিলেই দেখিব মেজিক

6 hours ago
পাকিস্তান ছুপাৰ লিগৰ মাজতে অষ্ট্ৰেলিয়াত গ্ৰেপ্তাৰ ৱাৰ্নাৰ! জামিনত মুক্তি পালেও হাজিৰ হ’ব লাগিব আদালতত

7 hours ago
২ সপ্তাহৰ যুদ্ধবিৰতিত সন্মতি ইৰান আৰু আমেৰিকাৰ, খোলা হৈছে হৰমুজ প্ৰণালী

ভুলতো কাৰোপৰা এই ৫ সামগ্ৰী নল’ব, দাৰিদ্ৰতাত ডুবিব পাৰে, হেৰুৱাব পাৰে সম্পদ

8 hours ago
মন্দিৰৰ পৰা ওলাই অহাৰ সময়ত ভুলতো নবজাব ঘণ্টা, কি ক্ষতি হয়? কি কৈছে বাস্তুশাস্ত্ৰই?

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কোনে অন্তত ৬ মাহৰ বাবে বিচাৰিছিল মুখ্যমন্ত্ৰীৰ আসন ! শেষত দেবেন্দ্ৰ ফাড়নবিচৰ নামতেই চূড়ান্ত মোহৰ

editor by editor
December 4, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
কোনে অন্তত ৬ মাহৰ বাবে বিচাৰিছিল মুখ্যমন্ত্ৰীৰ আসন ! শেষত দেবেন্দ্ৰ ফাড়নবিচৰ নামতেই চূড়ান্ত মোহৰ
0
SHARES
126
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোনে অন্তত ৬ মাহৰ বাবে বিচাৰিছিল মুখ্যমন্ত্ৰীৰ আসন ! শেষত দেবেন্দ্ৰ ফাড়নবিচৰ নামতেই চূড়ান্ত মোহৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আসনক লৈ থকা সকলো জল্পনা কল্পনাৰ অন্ত। অৱশেষত নাম চূড়ান্ত। বহু অপেক্ষাৰ অন্তত ঘোষণা হ’ল মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী। দেবেন্দ্ৰ ফাড়নবিচেই হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী।

পাছে শেষলৈকে আসন এৰি দিব বিচৰা নাছিল শিন্দে। অন্তত ৬ মাহৰ বাবে বিচাৰিছিল মুখ্যমন্ত্ৰীৰ আসন। অমিত শ্বাহৰ ওচৰত ৰাখিছিল এই প্ৰস্তাৱ। পাছে নাকচ কৰি দিয়ে অমিত শ্বাহে। যাৰ ফলত শেষত চূড়ান্ত সিদ্ধান্ত। দেবেন্দ্ৰ ফাড়নবিচেই হব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী।

২০২৪ চনৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ ১০ দিনৰ পাছত মুখ্যমন্ত্ৰীৰ নাম প্ৰকাশ। বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হৈছে দেৱেন্দ্ৰ ফাড়নবিছ।

আজি পুৱা মুম্বাইত অৱস্থিত বিধানসভাত বিধানসভা দলৰ এখন বৈঠক অনুষ্ঠিত হয়। এই সভাত মহাযুতিৰ সকলো ডাঙৰ নেতাই অংশ লৈছিল। সভাত দেৱেন্দ্ৰ ফাড়নবিছ, একনাথ শিন্দে, অজিত পাৱাৰকে ধৰি ২৩০গৰাকী মহাযুতি বিধায়কে অংশগ্ৰহণ কৰে।

প্ৰতিবেদন অনুসৰি দেৱেন্দ্ৰ ফাড়নবিছে এতিয়া মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব। কাইলৈ ​অৰ্থাৎ ৫ ডিচেম্বৰত দেৱেন্দ্ৰ ফাড়নবিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই ঐতিহাসিক শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও শপত গ্ৰহণ অনুষ্ঠানত বিজেপিৰ বহু জ্যেষ্ঠ নেতাক দেখা যাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Devendra PhadanbismaharastraMaharastra New CM
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে
জীৱনশৈলী

April 8, 2026
অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক
জীৱনশৈলী

অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক

April 8, 2026
স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?
জীৱনশৈলী

স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

April 8, 2026
অবিলম্বে ইৰান ত্যাগ কৰক, যুদ্ধবিৰতি ঘোষণা হ’লেও ভাৰতীয়ক সোনকালেই ইৰান এৰাৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ
জীৱনশৈলী

অবিলম্বে ইৰান ত্যাগ কৰক, যুদ্ধবিৰতি ঘোষণা হ’লেও ভাৰতীয়ক সোনকালেই ইৰান এৰাৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ

April 8, 2026
Next Post
আজিৰে পৰা ৩ ৰাশিৰ ওপৰত বিশেষ কৃপা কৰিব চন্দ্ৰই, উন্নতিৰ লগতে লাভ কৰিব ধন

২০২৫ চনত কেতিয়া আৰু কিমানবাৰ লাগিব সূৰ্য আৰু চন্দ্ৰ গ্ৰহণ, ভাৰতৰ পৰা দেখা যাবনে !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন