<strong>অসম লাইভ২৪ঃ</strong> পাঠানৰ সন্দৰ্ভত ভাস্কৰজ্যোতি মহন্তৰ মন্তব্য। পাঠান চিনেমাখন চেঞ্চৰ বৰ্ডৰ আইন অনুসৰি চলি থাকিব। কাকো অত্যাচাৰ কৰিব দিয়া নহ'ব। আৰক্ষীয়ে আইন অনুসৰি কাম কৰি যাব।