• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০ নে ১১? ধনতেৰছত সোন ক্ৰয়ৰ বাবে শুভ সময় কেতিয়া? জানি থওক শুভ সময়

১০ নে ১১? ধনতেৰছত সোন ক্ৰয়ৰ বাবে শুভ সময় কেতিয়া? জানি থওক শুভ সময়

2 years ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

8 minutes ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

31 minutes ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

1 hour ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

2 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

2 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

3 hours ago
এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

3 hours ago
সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

16 hours ago
“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

17 hours ago
সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

18 hours ago
যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

18 hours ago
LPG ৰ কেতিয়াও নহয় নাটনি, আহিছে ডাঙৰ আপডেট!

LPG ৰ কেতিয়াও নহয় নাটনি, আহিছে ডাঙৰ আপডেট!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১০ নে ১১? ধনতেৰছত সোন ক্ৰয়ৰ বাবে শুভ সময় কেতিয়া? জানি থওক শুভ সময়

editor by editor
October 31, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
১০ নে ১১? ধনতেৰছত সোন ক্ৰয়ৰ বাবে শুভ সময় কেতিয়া? জানি থওক শুভ সময়
0
SHARES
28.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিত ধনত্ৰয়োদশী বা ধনতেৰছ পালন কৰা হয়। এই তিথিত ধন্বন্তৰী, লক্ষ্মী আৰু কুবেৰৰ পূজা কৰা হয়। ইয়াৰোপৰি কোনো সামগ্ৰী ক্ৰয়ৰ বাবেও এই তিথি অতি উত্তম। ধনতেৰছত স্থাবৰ অস্থাৱৰ সম্পত্তি ক্ৰয় কৰিলে ইয়াৰ গুণো বৃদ্ধি পায়। সেয়ে ধনতেৰছত কাপোৰ ক্ৰয় কৰাৰ ওপৰিও সোন, ৰূপ ক্ৰয় কৰা হয়। এই বছৰ ধনতেৰছ কেতিয়া? ধনতেৰছৰ দিনা কোন সময়ত সম্পত্তি ক্ৰয় কৰাটো শুভ?

কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথিত ধনতেৰছ পালন কৰা হয়। ত্ৰয়োদশী তিথি আৰম্ভ হ’ব ১০ নৱেম্বৰৰ দুপৰীয়া ১২ বাজি ৩৫ মিনিটত। ত্ৰয়োদশী তিথি শেষ হ’ব ১১ নৱেম্বৰৰ দুপৰীয়া ১ বাজি ৫৭ মিনিটত। প্ৰদোষ কালত ধনতেৰছৰ পূজা কৰিলে শুভ। সেয়ে ১০ নৱেম্বৰতেই ধনতেৰছ প্ৰায়সংখ্যকে পালন কৰিব। ধনতেৰছ পূজাৰ শুভক্ষণ সন্ধিয়া ৬বাজি ২ মিনিটৰ পৰা নিশা ৮বজালৈকে। পূজাৰ বাবে হাতত থাকিব ১ ঘণ্টা ৫৮ মিনিট সময়।

ধনতেৰছৰ দিনা সোন, ৰূপ, পিতলৰ বাচন ক্ৰয় কৰাটো শুভ। ধনতেৰছত সোন-ৰূপ ক্ৰয়ৰ শুভ সময় হৈচে নৱেম্বৰ দুপৰীয়া ২বাজি ৩৫মিনিটৰ পৰা ১১ নৱেম্বৰৰ পুৱা ৬বাজি ৪০ মিনিট পৰ্যন্ত। ধনতেৰছ তিথিত প্ৰদোষকালত উত্তৰ দিশত কুবেৰ আৰু ধন্বন্তৰী দেৱৰ মূৰ্তী স্থাপন কৰিব। কুবেৰ আৰু ধন্বন্তৰীৰ ওপৰিও লক্ষ্মী-গণেশৰ প্ৰতিমা বা মূৰ্তী স্থাপন কৰক। কুবেৰ, ধন্বন্তৰী, লক্ষ্মী-গণেশৰ আশীৰ্বাদ লাভৰ বাবে প্ৰদীপ প্ৰজ্জ্বলিত কৰি পূজা কৰিলে শুভ। সকলো দেৱ দেৱীক তিলক কৰাৰ ওপৰিও ধূপ, দীপ, পুষ্প, ফল ইত্যাদি নিবেদন কৰক।

কুবেৰক বগা আৰু ধন্বন্তৰীক হালধীয়া ৰঙৰ ৰসগোল্লা ভোগ নিবেদন কৰিব। ধনতেৰছৰ পূজাৰ সময়ত ওম হৃীং কুবেৰায় নমঃ মন্ত্ৰ জপ কৰক। ইয়াৰ ফলত কুবেৰ শীঘ্ৰে প্ৰসন্ন হ’ব। ধন্বন্তৰীক সুখী কৰিবলৈ এই তিথিত ধন্বন্তৰী স্তোত্ৰ পাঠ কৰক। ইয়াৰ ফলত জীৱনত উন্নতি হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!
জীৱনশৈলী

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

April 3, 2026
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা
ভাৰত

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

April 3, 2026
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !
জীৱনশৈলী

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

April 3, 2026
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক
জীৱনশৈলী

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

April 3, 2026
Next Post
নিদাৰুণ সময়, দেশত অমৃতকাল চলি থকাৰ সময়তেই উত্তৰপ্ৰদেশত সন্তান বিক্ৰি কৰিবলৈ ৰাস্তাত বহিল পিতৃ

নিদাৰুণ সময়, দেশত অমৃতকাল চলি থকাৰ সময়তেই উত্তৰপ্ৰদেশত সন্তান বিক্ৰি কৰিবলৈ ৰাস্তাত বহিল পিতৃ

৩০০০ৰো অধিক বোমা পেলাইছিল পাকিস্তানে! এটাও নুফুটিল, ভাৰতীয় সেনাৰ প্ৰাণ ৰক্ষা কৰিছিল এগৰাকী দেৱীয়ে?

৩০০০ৰো অধিক বোমা পেলাইছিল পাকিস্তানে! এটাও নুফুটিল, ভাৰতীয় সেনাৰ প্ৰাণ ৰক্ষা কৰিছিল এগৰাকী দেৱীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.