• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ ধনতেৰাছত দুৰ্লভ সংযোগৰ বাবে মহালাভ হ’ব কেইবাটাও ৰাশিৰ

এইবাৰ ধনতেৰাছত দুৰ্লভ সংযোগৰ বাবে মহালাভ হ’ব কেইবাটাও ৰাশিৰ

2 years ago
আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

1 hour ago
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

13 hours ago
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

13 hours ago
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

14 hours ago
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

15 hours ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

19 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

19 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

20 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

20 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

21 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

22 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এইবাৰ ধনতেৰাছত দুৰ্লভ সংযোগৰ বাবে মহালাভ হ’ব কেইবাটাও ৰাশিৰ

editor by editor
October 20, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
এইবাৰ ধনতেৰাছত দুৰ্লভ সংযোগৰ বাবে মহালাভ হ’ব কেইবাটাও ৰাশিৰ
0
SHARES
537
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এইবাৰ ধনতেৰাছত দুৰ্লভ সংযোগৰ বাবে মহালাভ হ’ব কেইবাটাও ৰাশিৰ

দীপাৱলীৰ এদিন পূৰ্বে কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথিৰ দিনা পালন কৰা হব হিন্দু ধৰ্মৰ লোকসকলৰ বিশেষ তাৎপৰ্য থকা ধনতেৰাছ উৎসৱ। বৈদিক পঞ্জিকা অনুসৰি এইবাৰ ২০২৪ চনৰ ২৯ অক্টোবৰত ধনতেৰাছৰ উৎসৱ পালন কৰা হ’ব। বিশ্বাস কৰা হয় যে ধনতেৰাছৰ দিনা অমৃতৰ পাত্ৰ কঢ়িয়াই সাগৰৰ মন্থনৰ পৰা ধনন্তৰীৰ আবিৰ্ভাৱ হৈছিল। এই কাৰণেই এই দিনটোত ধনৰ দেৱী লক্ষ্মী আৰু ধনৰ দেৱতা কুবেৰৰ সৈতে ধনন্তৰীক পূজা কৰাৰ পৰম্পৰা আছে।

অৱশ্যে এইবাৰ ধনতেৰাছৰ দিনটো অতি বিশেষ, কাৰণ এই দিনটোত ত্ৰিগ্ৰহী যোগ, ত্ৰিপুষ্কৰ যোগ, ইন্দ্ৰ যোগ, বৈধৃতি যোগ আৰু উত্তৰ ফালগুনি নক্ষত্ৰৰ এক মহান সংযোজন ঘটিছে। যাৰ ফলত অতিকে লাভ হব ৩ ৰাশিৰ লোকৰ জীৱনত।

কৰ্কট ৰাশি
এইবাৰ ধনতেৰাছৰ দিনা গঠিত ৫টা বিৰল যোগৰ দ্বাৰা কৰ্কট ৰাশিৰ লোকে বিশেষ সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। লক্ষ্মী দেৱী আৰু কুবেৰৰ আশীৰ্বাদত ব্যৱসায়ীসকলে অপৰিসীম ধন-সম্পত্তি লাভ কৰিব পাৰে। দোকানীসকলৰ বিক্ৰী বৃদ্ধিৰ বাবেও লাভ বৃদ্ধি হ’ব পাৰে। নিয়োজিত লোকে কামৰ বাবে বহিঃৰাজ্যলৈ যোৱাৰ সুযোগ পাব পাৰে। ইয়াৰ বাহিৰেও ছাত্ৰ-ছাত্ৰীসকলে যি বিচাৰে মাতৃৰ পৰা উপহাৰ হিচাপে লাভ কৰিব পাৰে।

তুলা ৰাশি
ধনতেৰাছৰ দিনা গঠিত এই বিৰল যোগে তুলা ৰাশিৰ লোকৰ জীৱনত ইতিবাচক পৰিৱৰ্তন অনাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ ভ্ৰমণ সফল হ’ব, ব্যৱসায়ৰ সম্প্ৰসাৰণ অতি সোনকালে হ’ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল লাভ কৰিব। নিয়োজিত লোকে সময়মতে পুৰণি ঋণ পৰিশোধ কৰিব, যাৰ ফলত মানসিক শান্তি লাভ কৰিব। ইয়াৰ উপৰিও আদালতৰ কামতো সফলতা লাভ কৰাৰ সম্ভাৱনা আছে।

ধনু ৰাশি
আগন্তুক দিনত ধনু ৰাশিৰ লোকে অধিক আত্মবিশ্বাসী অনুভৱ কৰিব। নিয়োজিত লোকৰ আয় বৃদ্ধি হ’ব, যাৰ ফলত অৰ্থনৈতিক পৰিস্থিতিত সুস্থিৰতা আহিব। ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনাসমূহ সময়মতে সম্পূৰ্ণ হ’ব, যাৰ ফলত অতি সোনকালে বৃহৎ লাভৰ সৃষ্টি হ’ব। ধনু ৰাশিৰ লোকৰ পৰিয়ালৰ সদস্যৰ সৈতে চলি থকা তৰ্ক-বিতৰ্কৰ অন্ত পৰিব। ইয়াৰ লগতে আগন্তুক দিনত বিবাহিত জীৱনতো সুখ বাঢ়িব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Devi lakshmiDhanteraDhnateras 2024Kuber
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

July 15, 2026
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা
জীৱনশৈলী

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

July 14, 2026
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন
বিনোদন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

July 14, 2026
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?
জীৱনশৈলী

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

July 14, 2026
Next Post
খেজুৰ শৰীৰৰ বাবে বহু উপকাৰী, পাছে জানেনে ইয়াক খোৱাৰ সঠিক পদ্ধতি, তেতিয়াহে পাব ইয়াৰ উপকাৰ

খেজুৰ শৰীৰৰ বাবে বহু উপকাৰী, পাছে জানেনে ইয়াক খোৱাৰ সঠিক পদ্ধতি, তেতিয়াহে পাব ইয়াৰ উপকাৰ

পৰাজয়ৰ পাছত ৰোহিত শৰ্মাৰ ডাঙৰ মন্তব্য…

পৰাজয়ৰ পাছত ৰোহিত শৰ্মাৰ ডাঙৰ মন্তব্য...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.