• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰাজয়ৰ পাছত ৰোহিত শৰ্মাৰ ডাঙৰ মন্তব্য…

পৰাজয়ৰ পাছত ৰোহিত শৰ্মাৰ ডাঙৰ মন্তব্য…

2 years ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

7 minutes ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

36 minutes ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

1 hour ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

2 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

2 hours ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

3 hours ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

4 hours ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

5 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

6 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

22 hours ago
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

23 hours ago
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

পৰাজয়ৰ পাছত ৰোহিত শৰ্মাৰ ডাঙৰ মন্তব্য…

editor by editor
October 20, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
পৰাজয়ৰ পাছত ৰোহিত শৰ্মাৰ ডাঙৰ মন্তব্য…
0
SHARES
315
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পৰাজয়ৰ পাছত ৰোহিত শৰ্মাৰ ডাঙৰ মন্তব্য…

বেংগালুৰু টেষ্টত নিউজিলেণ্ডৰ হাতত ৮ উইকেটত পৰাস্ত টিম ইণ্ডিয়া। ইয়াৰ লগে লগে নিউজিলেণ্ড দলটোৱে তিনিখন মেচৰ শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে। প্ৰথম ইনিংছত মাত্ৰ ৪৬ ৰানৰ বাবে অল আউট হোৱাৰ পিছত পৰাজয়ৰ বিপদত পৰিছিল টিম ইণ্ডিয়া। যুঁজলৈ পুনৰ উফতি অহাৰ বাবে আপ্ৰাণ চেষ্টা কৰিছিল ভাৰতীয় দলটোৱে। কিন্তু সেই যুঁজ কোনো কামত নাহে।

এতিয়া পৰাজয়ৰ পিছতে অধিনায়ক ৰোহিত শৰ্মাৰ এটা ডাঙৰ বক্তব্য প্ৰকাশ পাইছে। বেংগালুৰু টেষ্টত পৰাজয়ৰ পিছত ৰোহিত শৰ্মাই কয় যে আমি দ্বিতীয় ইনিংছত বেটৰ সৈতে ভাল প্ৰদৰ্শন কৰিছিলো। কিন্তু আমি প্ৰথম ইনিংছত ভাল বেটিং কৰা নাছিলো।

গতিকেই আমি জানিছিলোঁ কি হ’ব আৰু কিছুমান খেলুৱৈয়ে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াব পাৰিব। যেতিয়া আপুনি ৩৫০ ৰান পিছ পৰি থাকে তেতিয়া আপুনি এই বিষয়ে বেছি চিন্তা কৰিব নোৱাৰে, মাত্ৰ বল আৰু বেটিং কৰিব লাগে বুলিহে মূৰত আহি থাকে। আমি জয় হ’ব পাৰিলোহেঁতেন, কিন্তু আমাৰ প্ৰচেষ্টাত আমি গৌৰৱান্বিত।

পন্ত আৰু সৰফৰাজৰ প্ৰশংসা কৰি ৰোহিতে আৰু কয় যে, যেতিয়া দুয়োজনে বেটিং কৰে, তেতিয়া সকলোৱে নিজ নিজ আসনত সুৰক্ষিত হৈ থাকিবলৈ চেষ্টা কৰে। কাৰণ দুয়োজনে ভাল শ্বট খেলে। আমি আৰম্ভণিতে জানিছিলোঁ যে এই খেল কঠিন হ’ব, কিন্তু আমি ৪৬ ৰানতে অল আউট হোৱাৰ আশা কৰা নাছিলো।

নিউজিলেণ্ডে ভাল বলিং কৰিছিল আৰু আমি ইয়াৰ উত্তৰ দিব পৰা নাছিলো। এনে খেলবোৰ হৈয়েই থাকে। আমি আগবাঢ়ি যাম। ইংলেণ্ডৰ বিৰুদ্ধে আমি এখন মেচত পৰাস্ত হৈছিলো আৰু তাৰ পিছত চাৰিখন মেচত জয়ী হৈছিলো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Crickter .India Vs New ZealandIndian Crickterrohit sarma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ
ভাৰত

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

September 24, 2026
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ
বিনোদন

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

September 24, 2026
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?
জীৱনশৈলী

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

September 24, 2026
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা
জীৱনশৈলী

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

September 24, 2026
Next Post
আজি কাৰৱা চৌথ, কেতিয়া ভাঙিব ব্ৰত, পূজাৰ বাবে সময় পাব ১ ঘণ্টা ১৬ মিনিট

আজি কাৰৱা চৌথ, কেতিয়া ভাঙিব ব্ৰত, পূজাৰ বাবে সময় পাব ১ ঘণ্টা ১৬ মিনিট

মাথো দুখিলা কোমল পাত, আৰু দূৰ কৰক বহু শাৰীৰিক সমস্যা

মাথো দুখিলা কোমল পাত, আৰু দূৰ কৰক বহু শাৰীৰিক সমস্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.