• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাথো দুখিলা কোমল পাত, আৰু দূৰ কৰক বহু শাৰীৰিক সমস্যা

মাথো দুখিলা কোমল পাত, আৰু দূৰ কৰক বহু শাৰীৰিক সমস্যা

2 years ago
আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?

আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?

35 minutes ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

আজি কেনে যাব আপোনাৰ দিনটো? কোন ৰাশিৰ উদয় হ’ব ভাগ্য জানক

52 minutes ago
চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

9 hours ago
কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

9 hours ago
নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

10 hours ago
ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

11 hours ago
কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

12 hours ago
কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

13 hours ago
শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

14 hours ago
প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

14 hours ago
৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

15 hours ago
‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

মাথো দুখিলা কোমল পাত, আৰু দূৰ কৰক বহু শাৰীৰিক সমস্যা

editor by editor
October 20, 2024
in খাদ্য, জীৱনশৈলী, বিনোদন, ভাৰত, লেখা, স্বাস্থ্য
0
মাথো দুখিলা কোমল পাত, আৰু দূৰ কৰক বহু শাৰীৰিক সমস্যা
0
SHARES
972
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাথো দুখিলা কোমল পাত, আৰু দূৰ কৰক বহু শাৰীৰিক সমস্যা

আমি সকলোৱে জানো যে ফল স্বাস্থ্যৰ বাবে কিমান উপকাৰী। কিন্তু আপুনি জানেনে যে কিছুমান ফল আছে যাৰ পাত, গুটি আৰু খোলা আদিয়েও শৰীৰক বহু সমস্যাৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে।

তেনেই এবিধ ফল আছে, যাৰ বহু উপকাৰিতা আছে, লগতে এই গছৰ পাতবোৰোৰো বহু উপকাৰিতা আছে। এই ফলৰ গছ বিধ হৈছে মধুৰিআমৰ গছ। মধুৰিআমৰ পাত সেৱন কৰিলে শৰীৰৰ বাবে বহু উপকাৰ পোৱা যায়। স্বাস্থ্যৰ বাবে মাথো দুখিলা পাতেই বহু উপকাৰি।

এই পাতত মেংগানিজ, পটাছিয়াম, ভিটামিন চি, খনিজ পদাৰ্থ, লাইকোপেন, আঁহ আদি গুণ পোৱা যায়। নিতৌ পুৱা খালী পেটত এই মধুৰিআমৰ মাথো দুখিলা পাত খালে ইয়াৰ অগণন উপকাৰ পোৱা যায়। কি কি উপকাৰ পোৱা যায় এই পাতত-

১/ডায়েবেটিছ-
ডায়েবেটিছ আজিৰ সময়ৰ অন্যতম ডাঙৰ সমস্যা। স্বাস্থ্যসন্মত খাদ্য আৰু জীৱনশৈলী সলনি কৰি ইয়াক বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰি। পুৱা খালী পেটত মধুৰিআমৰ পাত চোবাই খালে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায়ক হয়।

২/পাচন-
পাচনতন্ত্ৰৰ সমস্যা থকা লোকৰ বাবে মধুৰিআমৰ পাত ঔষধৰ দৰে। পুৱা খালী পেটত এই পাত চোবাই খালে পাচন আৰু পেটৰ লগত জড়িত সমস্যাৰ পৰা সকাহ পোৱা যায়।

৩/ ওজন কমা-
আজি আমাৰ পৰিৱৰ্তিত জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে মেদবহুলতাৰ সমস্যাটো বহুত দেখা যায়। সেয়ে নিতৌ পুৱা খালী পেটত মধুৰিআমৰ পাত চোবাই খালে ওজন বৃদ্ধি ৰোধ তথা হ্ৰাস কৰাত সহায়ক হয়।

৪/ইমিউনিটি-
পুৱা খালী পেটত এই পাত চোবাই খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাত সহায়ক হয়। পৰিৱৰ্তিত বতৰত বহু ধৰণৰ সংক্ৰমণৰ পৰা শৰীৰক ৰক্ষা কৰাত শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতা সহায়ক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BenefitGuava BenefitGuava leaves benefitHealth benefithealth tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?
অসম

আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?

September 1, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

আজি কেনে যাব আপোনাৰ দিনটো? কোন ৰাশিৰ উদয় হ’ব ভাগ্য জানক

September 1, 2026
চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন
নিয়োগ

চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

August 31, 2026
কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা
জীৱনশৈলী

কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

August 31, 2026
Next Post
আজিৰ দিল্লীৰ ঘটনাৰ কি আছিল উদ্দেশ্যে, বগা পাউদাৰ উদ্ধাৰ হোৱাৰ পাছত অধিক চাঞ্চল্য

আজিৰ দিল্লীৰ ঘটনাৰ কি আছিল উদ্দেশ্যে, বগা পাউদাৰ উদ্ধাৰ হোৱাৰ পাছত অধিক চাঞ্চল্য

সাৱধান! আপোনাৰ আঙুলি বা ছালত দেখা দিছে নেকি এই সমস্যা, হ’ব পাৰে কলেষ্টৰেলৰ সমস্যা

সাৱধান! আপোনাৰ আঙুলি বা ছালত দেখা দিছে নেকি এই সমস্যা, হ'ব পাৰে কলেষ্টৰেলৰ সমস্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.