• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

1 month ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

12 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

12 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

12 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

13 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

13 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

13 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

14 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

15 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

16 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

18 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

18 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

ধৰ্মেন্দ্ৰ প্ৰধানৰ কিমান সম্পত্তি আছে?

editor by editor
July 25, 2026
in বাণিজ্য, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

NEET 2026ৰ প্ৰশ্ন ফাদিলক লৈ চিজেপি আৰু শিক্ষাৰ্থীৰ প্ৰতিবাদৰ পিছতে আজি ধৰ্মেন্দ্ৰ প্ৰধানে শিক্ষামন্ত্ৰী আৰু কেন্দ্ৰীয় কেবিনেটৰ পৰা পদত্যাগ কৰে। প্ৰায় এমাহ ধৰি চিজেপিয়ে তেওঁৰ পদত্যাগৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। তেওঁলোকৰ সৈতে সমাজকৰ্মী সোণম ৱাংচুকেও ২৬ দিন অনশন কৰে। ফলস্বৰূপে ধৰ্মেন্দ্ৰ প্ৰধানৰ নাম বাতৰিৰ শিৰোনামত। দীৰ্ঘদিনীয়া ৰাজনৈতিক কৰ্মী ধৰ্মেন্দ্ৰ প্ৰধানে কিমান সঞ্চয় কৰিছে জানো আহক।

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে দাখিল কৰা নিৰ্বাচনী শপতনামা অনুসৰি ধৰ্মেন্দ্ৰ প্ৰধান আৰু তেওঁৰ পৰিয়ালৰ মুঠ ঘোষিত সম্পত্তিৰ পৰিমাণ প্ৰায় ৬.৯২ কোটি টকা। অৱশ্যে পৰিয়ালটোৰ দায়বদ্ধতাও আছে ৫৩.৩৮ লাখ টকা। ২০২২-২৩ বিত্তীয় বৰ্ষত ধৰ্মেন্দ্ৰ প্ৰধানৰ বাৰ্ষিক আয় ১২.৭৫ লাখ, আনহাতে পত্নী মৃদুলা ঠাকুৰৰ বাৰ্ষিক আয় ৪৯.৯২ লাখ টকা। অৰ্থাৎ তেওঁৰ পত্নীৰ উপাৰ্জনে পৰিয়ালটোৰ মুঠ আয়ত যথেষ্ট অৰিহণা যোগায়।

বেংক জমা ধন, মিউচুৱেল ফাণ্ড আৰু বীমাত বিনিয়োগ

ধৰ্মেন্দ্ৰ প্ৰধান আৰু তেওঁৰ পৰিয়ালে বেংক জমা ধন, মিউচুৱেল ফাণ্ড, বীমা পলিচীত বিনিয়োগ কৰিছে। ২০২৪ চনৰ শপতনামা অনুসৰি পৰিয়ালটোৰ বেংক একাউণ্ট, ফিক্সড ডিপ’জিট, আৰু পাব্লিক প্ৰভিডেণ্ট ফাণ্ডত মুঠ ২.৪৭ কোটি টকা (প্ৰায় ২.৪৭ বিলিয়ন ডলাৰ) আছিল। ইয়াৰ উপৰিও পৰিয়ালটোৱে মিউচুৱেল ফাণ্ডত ৮০.৪০ লাখ (প্ৰায় ৮.০৪ মিলিয়ন ডলাৰ) টকা বিনিয়োগ কৰিছে। বিভিন্ন বীমা পলিচিত তেওঁলোকৰ মুঠ বিনিয়োগৰ পৰিমাণ ৬৭.৭২ লাখ (প্ৰায় ৬.৭৭ বিলিয়ন ডলাৰ)টকা।

ওড়িশা আৰু দিল্লী-এনচিআৰত সম্পত্তি

ধৰ্মেন্দ্ৰ প্ৰধানৰ ওড়িশা আৰু দিল্লী-এনচিআৰ অঞ্চলত কেইবাটাও স্থাৱৰ সম্পত্তি আছে। শপতনামা অনুসৰি তেওঁৰ ওড়িশাত ১২ লাখ টকাৰ কৃষিভূমি আৰু ২০.৫০ লাখ টকাৰ অকৃষিভূমি আছে। ইয়াৰ উপৰিও ধৰ্মেন্দ্ৰ প্ৰধান আৰু তেওঁৰ পত্নীয়ে ২০২৪ চনৰ মূল্যায়ন অনুসৰি প্ৰায় ১.৯৮ কোটি টকাৰ আৱাসিক সম্পত্তিৰ মালিক। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ এটা ফ্লেট, ওড়িশাৰ ভুৱনেশ্বৰত এটা ঘৰ আছে।

গাড়ী, সোণ আৰু ৰূপ

২০১১ চনৰ এখন হোণ্ডা চিটি গাড়ী ধৰ্মেন্দ্ৰ প্ৰধানৰ নামত পঞ্জীয়ন কৰা হৈছে। তেওঁৰ পত্নীৰ নামত কেইবাখনো বাণিজ্যিক বাহন পঞ্জীয়ন কৰা হৈছে। সোণ-ৰূপৰ সন্দৰ্ভত ধৰ্মেন্দ্ৰ প্ৰধানৰ হাতত আছে ২০০ গ্ৰাম সোণ আৰু ২.৫ কিলোগ্ৰাম ৰূপ। তেওঁৰ পত্নীৰ হাতত আছে ৫০০ গ্ৰাম সোণ আৰু ১০ কিলোগ্ৰাম ৰূপ। ২০২৪ চনৰ শপতনামা অনুসৰি পঞ্জাৱ নেচনেল বেংক (পিএনবি) আৰু আইডিবিআই বেংকৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ মুঠ ঋণ ৩১.৩৮ লাখ টকা।

ধনী নেতাৰ ভিতৰত ধৰ্মেন্দ্ৰ প্ৰধান

১৯৬৯ চনৰ ২৬ জুনত ওড়িশাৰ টালচেৰত জন্মগ্ৰহণ কৰিছিল ধৰ্মেন্দ্ৰ প্ৰধানে। তেওঁ বিজেপিৰ জ্যেষ্ঠ নেতা। তেওঁৰ পিতৃ ড০ দেৱেন্দ্ৰ প্ৰধানো আছিল বিজেপিৰ এজন বিশিষ্ট নেতা। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ চৰকাৰত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰশ্নকাকত ফাদিলৰ বিতৰ্কৰ মাজতে ৰাজনৈতিক চৰ্চাত অব্যাহত আছে ধৰ্মেন্দ্ৰ প্ৰধান।

(এই প্ৰতিবেদন যুগুতাইছে বৰষা মিশ্ৰই)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

September 6, 2026
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ
জীৱনশৈলী

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

September 5, 2026
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন
জীৱনশৈলী

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

September 5, 2026
Next Post
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.