ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কলংক; নিলম্বিত পঞ্জীয়ক ড০ হৰিশ্চন্দ্ৰ মহন্ত আৰু উপ-পঞ্জীয়ক ড০ দিগন্ত বৰা পলাতক। দুর্নীতিৰ খলনায়কদ্বয়ৰ অগ্ৰিম জামিন নাকচ, ডিব্ৰুগড় সদৰ থানাত গোচৰ ৰুজু। অন্যতম খলনায়ক উপাচার্য ড০ ৰঞ্জিত তামুলীও ইতিমধ্যে নিলম্বিত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ