• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

3 years ago
সকলো সময়তে বৃদ্ধ হৈছো নেকি ভাৱে ক্ৰিয়া কৰে? ছেৰাচকফ’বিয়াত আক্ৰান্ত হৈছে নেকি? কেনেকৈ এই চিন্তাৰ পৰা পৰিত্ৰাণ পাব?

সকলো সময়তে বৃদ্ধ হৈছো নেকি ভাৱে ক্ৰিয়া কৰে? ছেৰাচকফ’বিয়াত আক্ৰান্ত হৈছে নেকি? কেনেকৈ এই চিন্তাৰ পৰা পৰিত্ৰাণ পাব?

7 hours ago
৯ জুলাইত গুৰু উদয়ৰ সৈতে আৰম্ভ হ’ব ৫ৰাশিৰ সোণালী সময়, লগতে পাব পদ প্ৰতিষ্ঠা

৯ জুলাইত গুৰু উদয়ৰ সৈতে আৰম্ভ হ’ব ৫ৰাশিৰ সোণালী সময়, লগতে পাব পদ প্ৰতিষ্ঠা

8 hours ago
দাঢ়ি কাটিবলৈ অনিচ্ছুক স্বামী! প্ৰতিশোধ ল’বলৈ স্বামীৰ দাঢ়ি নথকা ভায়েকৰ সৈতে পলাল ন বোৱাৰী

দাঢ়ি কাটিবলৈ অনিচ্ছুক স্বামী! প্ৰতিশোধ ল’বলৈ স্বামীৰ দাঢ়ি নথকা ভায়েকৰ সৈতে পলাল ন বোৱাৰী

9 hours ago
জীৱনত কৰা এই ৭ পাপ ক্ষমা নকৰে ভগৱান শিৱই, কি কি কঠোৰ শাস্তি বিহে ভোলানাথে?

জীৱনত কৰা এই ৭ পাপ ক্ষমা নকৰে ভগৱান শিৱই, কি কি কঠোৰ শাস্তি বিহে ভোলানাথে?

10 hours ago
এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে

10 hours ago
এবাৰ ৩০০০ ৰিছাৰ্জ কৰি বছৰটো ঘূৰি ফুৰক আপুনি, কি কি নতুন সুবিধা আপোনাৰ বাবে?

এবাৰ ৩০০০ ৰিছাৰ্জ কৰি বছৰটো ঘূৰি ফুৰক আপুনি, কি কি নতুন সুবিধা আপোনাৰ বাবে?

11 hours ago
এইবাৰ আহাৰৰ গুপ্ত নৱৰাত্ৰি কেতিয়াৰে পৰা আৰম্ভ হ’ব? দুৰ্গাক আৰাধনা কৰাৰ সঠিক সময় আজিয়েই জানি থওক

এইবাৰ আহাৰৰ গুপ্ত নৱৰাত্ৰি কেতিয়াৰে পৰা আৰম্ভ হ’ব? দুৰ্গাক আৰাধনা কৰাৰ সঠিক সময় আজিয়েই জানি থওক

12 hours ago
মাহত এবাৰ শাৰীৰিক মিলনতেই বাঢ়ে হৃদৰোগৰ আশংকা! কিমান সংগমত সুস্থ থাকে হাৰ্ট? চমকি উঠা কি বাখ্যা দিলে ফিটনেছ প্ৰশিক্ষকে

মাহত এবাৰ শাৰীৰিক মিলনতেই বাঢ়ে হৃদৰোগৰ আশংকা! কিমান সংগমত সুস্থ থাকে হাৰ্ট? চমকি উঠা কি বাখ্যা দিলে ফিটনেছ প্ৰশিক্ষকে

12 hours ago
৭০ ভৰি সোণ, ৮০ হাজাৰ টকা… আহমেদাবাদৰ দুৰ্ঘটনাস্থলত কি কি মূল্যবান সামগ্ৰী উদ্ধাৰ?

৭০ ভৰি সোণ, ৮০ হাজাৰ টকা… আহমেদাবাদৰ দুৰ্ঘটনাস্থলত কি কি মূল্যবান সামগ্ৰী উদ্ধাৰ?

13 hours ago
মাজত মাত্ৰ দুদিন, শনি-মঙল যোগত ডাঙৰ বিপদ আহি আছে এই ৫ৰাশিৰ, আজিৰ পৰাই সাৱধান হওক এইকেইটা ৰাশিৰ জাতক

মাজত মাত্ৰ দুদিন, শনি-মঙল যোগত ডাঙৰ বিপদ আহি আছে এই ৫ৰাশিৰ, আজিৰ পৰাই সাৱধান হওক এইকেইটা ৰাশিৰ জাতক

14 hours ago
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

1 day ago
এই স্কিমত বিনিয়োগ কৰিলে ১০লাখ হৈ যাব ৩০লাখ! জানক ক’ত কেনেকৈ বিনিয়োগ কৰিব?

এই স্কিমত বিনিয়োগ কৰিলে ১০লাখ হৈ যাব ৩০লাখ! জানক ক’ত কেনেকৈ বিনিয়োগ কৰিব?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 19, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

editor by editor
October 10, 2022
in খাদ্য, জীৱনশৈলী
0
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ পুৱা খালী পেটতেই চাহ, কফিজাতীয় পানীয় খোৱাৰ অভ্যাস আছে নেকি? পুৱা খালী পেটত চাহ, কফি খালে কেতিয়াবা বিপদ হ’ব পাৰে। সুস্থ শৰীৰৰ চাবি-কাঠি লুকাই আছে খাদ্যভাষতেই। দৈনন্দিন জীৱনত আমি গঢ়ি তোলা কিছু অভ্যাসেই আমাৰ শৰীৰক প্ৰভাৱিত কৰিব পাৰে। কেনেধৰণৰ পানীয়ই শৰীৰক প্ৰভাৱিত কৰে জানেনে?

কেফেইনজাতীয় পানীয়

পুৱাই উঠি ‘বেড টি’ বা ‘বেড কফি’ খোৱাৰ অভ্যাস শৰীৰৰ বাবে ক্ষতিকাৰক। বিশেষজ্ঞসকলে প্ৰকাশ কৰা অনুযায়ী চাহ-কফিত কেফেইন থাকে। খালী পেটত চাহ-কফি খালে পেটত এছিডিটিৰ পৰিমান বাঢ়ি যায়। যিয়ে আমাৰ খাদ্যনলীত ক্ষতি কৰে। এনেদৰে চাহ বা কফি খোৱাৰ অভ্যাসৰ ফলতেই এছিড ৰিফ্লেক্স বা বুকু জ্বলাপোৰা কৰা আদি সমস্যাই দেখা দিব পাৰে।

শৰ্কৰাযুক্ত পানীয়

টোপনিৰ পৰা সাৰ পায়েই শৰ্কৰা সমৃদ্ধ পানী খোৱাটো শৰীৰৰ বাবে বিপজ্জনক। বিশেষভাৱে ফলৰ ৰস খালী পেটত খালে শৰীৰত ফ্ৰুক্টজৰ পৰিমান বাঢ়ি যায়। খালী পেটত পুৱাতেই শৰ্কৰাযুক্ত পানীয় সেৱন কৰিলে লিভাৰত অত্যাধিক চাপ পৰে। তেজতো শৰ্কৰাৰ পৰিমান অত্যাধিক বাঢ়ি যায়। এনেদৰে শৰ্কৰাৰ পৰিমান বৃদ্ধিয়ে ডায়াবেটিচত আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি কৰে।

নেমুৰ ৰস
ছাইট্ৰিক এছিড থকা ফলমূল, টেঙা আঙুৰ বা নেমুৰ ৰস পুৱাতেই খালে শৰীৰত বিভিন্ন সমস্যাই দেখা দিব পাৰে। বিশেষভাৱে ছাইট্ৰিক এছিডযুক্ত খাদ্যই গেছট্ৰিকৰ সমস্যাৰ সৃষ্টি কৰে। যিসকলৰ পূৰ্বৰে পৰাই গেছৰ সমস্যা আছে তেওঁলোকে পুৱাতেই এনেধৰণৰ পানীয় বা ফলমূল খোৱাৰ পৰা বিৰত থাকিব লাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৯ জুলাইত গুৰু উদয়ৰ সৈতে আৰম্ভ হ’ব ৫ৰাশিৰ সোণালী সময়, লগতে পাব পদ প্ৰতিষ্ঠা
জীৱনশৈলী

৯ জুলাইত গুৰু উদয়ৰ সৈতে আৰম্ভ হ’ব ৫ৰাশিৰ সোণালী সময়, লগতে পাব পদ প্ৰতিষ্ঠা

June 18, 2025
দাঢ়ি কাটিবলৈ অনিচ্ছুক স্বামী! প্ৰতিশোধ ল’বলৈ স্বামীৰ দাঢ়ি নথকা ভায়েকৰ সৈতে পলাল ন বোৱাৰী
জীৱনশৈলী

দাঢ়ি কাটিবলৈ অনিচ্ছুক স্বামী! প্ৰতিশোধ ল’বলৈ স্বামীৰ দাঢ়ি নথকা ভায়েকৰ সৈতে পলাল ন বোৱাৰী

June 18, 2025
জীৱনত কৰা এই ৭ পাপ ক্ষমা নকৰে ভগৱান শিৱই, কি কি কঠোৰ শাস্তি বিহে ভোলানাথে?
জীৱনশৈলী

জীৱনত কৰা এই ৭ পাপ ক্ষমা নকৰে ভগৱান শিৱই, কি কি কঠোৰ শাস্তি বিহে ভোলানাথে?

June 18, 2025
এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে
জীৱনশৈলী

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে

June 18, 2025
Next Post
বিশ্বৰ ১০০ কোটি মানুহেই মানসিক ৰোগী! দৈনন্দিন জীৱনত মানসিক স্বাস্থ্য ঠিকেই আছেনে জানিবলৈ কোনকেইটা লক্ষণলৈ লক্ষ্য ৰাখিব? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

বিশ্বৰ ১০০ কোটি মানুহেই মানসিক ৰোগী! দৈনন্দিন জীৱনত মানসিক স্বাস্থ্য ঠিকেই আছেনে জানিবলৈ কোনকেইটা লক্ষণলৈ লক্ষ্য ৰাখিব? সবিশেষ পঢ়িবলৈ ক্লিক কৰক...

‘বন্দুক নহয় এই পৃথিৱীত শৰীৰৰ কদৰ বেছি!’ সৈনিকৰ পৰা পৰ্ণ তাৰকলৈ এই যাত্ৰাৰ আঁৰত কি আছে জানিবলৈ চাওক…

'বন্দুক নহয় এই পৃথিৱীত শৰীৰৰ কদৰ বেছি!' সৈনিকৰ পৰা পৰ্ণ তাৰকলৈ এই যাত্ৰাৰ আঁৰত কি আছে জানিবলৈ চাওক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.