অসম লাইভ২৪ঃ ডিব্ৰুগড় জিলাৰ নামৰূপত মইনা নায়ক সদৃশ কাণ্ড৷
চিচিৰ কুমাৰ সিং নামৰ এজন ব্যক্তিৰ শিলৰ কুৱেৰীত মেচিনত সোমাল তিনিগৰাকী মহিলা।
মুন্নী হৰিজন, ৰশ্মি তাঁতি আৰু সুনিতা তাঁতি নামৰ মহিলাকেইগৰাকীও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত৷
বৰ্তমান ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হৈ আছে মহিলা কেইগৰাকীক।
মুন্নী হৰিজন নামৰ মহিলা গৰাকী গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত।
শিলৰ কুৱেৰীটোত পৰ্যাপ্ত পৰিমানৰ সুৰক্ষা নথকাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ