• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৫ শতাংশ পকছো ধাৰা লগা ঘটনাই প্ৰেমজনিত! সমীক্ষাত প্ৰথম স্থান অসমৰ…

২৫ শতাংশ পকছো ধাৰা লগা ঘটনাই প্ৰেমজনিত! সমীক্ষাত প্ৰথম স্থান অসমৰ…

4 years ago
বন্ধ লালকিল্লা! কেতিয়া পাব পৰ্যটকে প্ৰৱেশৰ অনুমতি?

বন্ধ লালকিল্লা! কেতিয়া পাব পৰ্যটকে প্ৰৱেশৰ অনুমতি?

2 minutes ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

কষ্ট কৰিলেও হাতত ধনৰ অভাৱ? তেন্তে নকৰিব এইবোৰ ভুল!

36 minutes ago
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

EPFO New Rules 2026: PF ৰ ৮ টা ডাঙৰ নিয়ম সলনি, জানক আপোনাৰ বাবে কি কি নতুন নিয়ম আছে

1 hour ago
কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

2 hours ago
পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!

পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!

2 hours ago
আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

3 hours ago
কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!

কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!

4 hours ago
স্বাস্থ্যৰ অৱনতি ঘটিছে Sonam Wangchukৰ, NEETৰ প্ৰশ্নকাকত ফাদিলকলৈ কৰিছিল প্ৰতিবাদ

স্বাস্থ্যৰ অৱনতি ঘটিছে Sonam Wangchukৰ, NEETৰ প্ৰশ্নকাকত ফাদিলকলৈ কৰিছিল প্ৰতিবাদ

5 hours ago
কিয় প্ৰথম ছবিত পূৰৱী শৰ্মাৰ নাম সলনি কৰিছিল পৰিচালকে? জানি হ’ব আচৰিত

কিয় প্ৰথম ছবিত পূৰৱী শৰ্মাৰ নাম সলনি কৰিছিল পৰিচালকে? জানি হ’ব আচৰিত

6 hours ago
আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

7 hours ago
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

19 hours ago
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

২৫ শতাংশ পকছো ধাৰা লগা ঘটনাই প্ৰেমজনিত! সমীক্ষাত প্ৰথম স্থান অসমৰ…

editor by editor
December 12, 2022
in অপৰাধ, অসম, জীৱনশৈলী, ভাৰত
0
২৫ শতাংশ পকছো ধাৰা লগা ঘটনাই প্ৰেমজনিত! সমীক্ষাত প্ৰথম স্থান অসমৰ…
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দেশৰ প্ৰতি চাৰিটা শিশুৰ ভিতৰত এটি শিশু যৌন নিৰ্যাতনৰ স্বীকাৰ হয়। দেশত সৰ্বাধিক পকছো ধাৰাও যৌন নিৰ্যাতনকাৰীৰ ওপৰতেই প্ৰযোজ্য হৈছে। বছৰটোৰ শেষত দিয়া খাতিয়ানত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। পকছো ধাৰা লগোৱা সৰ্বাধিক অপৰাধীৰ তালিকাত আছে অসম, মহাৰাষ্ট্ৰ, পশ্চিমবংগ। ইউনিচেফ ইণ্ডিয়া আৰু এনফোল্ড প্ৰটেক্টিভে প্ৰকাশ কৰা যৌথ সমীক্ষাৰ তথ্য তুলি ধৰিছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডিআই চন্দ্ৰচুড়ে।

সমীক্ষাত প্ৰকাশ পোৱামতে, পকছো ধাৰা সাধাৰণতে প্ৰতাৰণাৰ গোচৰৰ প্ৰমাণ পোৱাসকলৰ ৪৬.৬ শতাংশৰ ক্ষেত্ৰতেই নিৰ্যাতিতাৰ বয়স ১৬ ৰ পৰা ১৮ বছৰ। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে প্ৰকাশ কৰামতে এই ধৰণৰ গোচৰৰ ৰায় প্ৰদান কৰিবলৈ ন্যায়াধীশো সমস্যাৰ সন্মুখীন হয়। তেওঁ কয়, ‘নাৱালক আৰু নাৱালিকাৰ সম্পৰ্ক আৰু অপৰাধৰ ঘটনাৰ বিচাৰ কৰা জটিল কথা। ৰায় দিয়াটো জটিল।’

২০১৬ ৰ পৰা ২০২০ চনলৈকে মুঠ ৭,০৬৮ টা পকছো ধাৰাৰ ৰায় দিয়া হৈছে। সেই ঘটনাসমূহৰ ওপৰত চলাই থকা তদন্তত জড়িত অধিবক্তা স্বাগতা ৰাহা, শ্ৰুতি ৰামকৃষ্ণণে প্ৰকাশ কৰা মতে ১,৭১৫ টা ঘটনাতেই নিৰ্যাতিতা আৰু নিৰ্যাতনকাৰীৰ মাজত পূৰ্বে প্ৰেমৰ সম্পৰ্ক থকা বুলি প্ৰমাণিত হৈছে। এইধৰণৰ ঘটনা সৰ্বাধিক সংঘটিত হৈছে পশ্চিমবংগ, মহাৰাষ্ট্ৰ আৰু অসমত।
উল্লেখ্য যে উচ্চতম ন্যায়লয়ৰ মুখ্য ন্যায়াধীশে এই সমীক্ষা প্ৰকাশ কৰিছে ১০ ডিচেম্বৰত। সমীক্ষাত উল্লেখ থকা অনুযায়ী ৮৭.৯ শতাংশ নিৰ্যাতিতাই স্বীকাৰ কৰি লৈছে যে অভিযুক্তসকলৰ সৈতে নিৰ্যাতিতাৰ প্ৰেমৰ সম্পৰ্ক আছিল। আনহাতে বহুক্ষেত্ৰত দেখা গৈছে যে নাবালিকাৰ প্ৰেমৰ কথা জানি পৰিয়ালৰ লোকে বলপূৰ্বক বিয়া দিছে নাবালিকাক। আৰু এই বিয়াৰ পাছতেই নাৱালিকা যৌন আতিশায্যৰ বলি হৈছে। সমীক্ষকৰ দাবী, ১৮ বছৰৰ তলৰ দেশৰ বহু নাবালিকাই যৌন কাৰ্যকলাপ কৰিবলৈ নিজেই মান্তি হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বন্ধ লালকিল্লা! কেতিয়া পাব পৰ্যটকে প্ৰৱেশৰ অনুমতি?
ভাৰত

বন্ধ লালকিল্লা! কেতিয়া পাব পৰ্যটকে প্ৰৱেশৰ অনুমতি?

July 15, 2026
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস
জীৱনশৈলী

কষ্ট কৰিলেও হাতত ধনৰ অভাৱ? তেন্তে নকৰিব এইবোৰ ভুল!

July 15, 2026
কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!
জীৱনশৈলী

কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

July 15, 2026
আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল
জীৱনশৈলী

আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

July 15, 2026
Next Post
অৰুণাচলত ভাৰত আৰু চীনা সৈন্যৰ সংঘাত, ৩০ গৰাকী সেনা আহত

অৰুণাচলত ভাৰত আৰু চীনা সৈন্যৰ সংঘাত, ৩০ গৰাকী সেনা আহত

দ্বীপেন-জুবিন বিতৰ্ক! ৱাশ্বিংটনৰ পৰা জুবিনে ক’লে, ‘সকলোবোৰ প্ৰযোজকেহে জানিব’

দ্বীপেন-জুবিন বিতৰ্ক! ৱাশ্বিংটনৰ পৰা জুবিনে ক’লে, ‘সকলোবোৰ প্ৰযোজকেহে জানিব’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.