অসম লাইভ২৪ঃ ভাৰত চীনৰ মাজত পুনৰ উত্তেজনা
অৰুণাচলত ভাৰত-চীনা সেনাৰ মাজত সংঘাত
টাৱাঙৰ সীমান্ত অঞ্চলত এই ঘটনা
এই ঘটনাত আঘাতপ্ৰাপ্ত হৈছে দুইখন দেশৰেই সেনা
৩০ৰো অধিক সেনা আঘাতপ্ৰাপ্ত হোৱাৰ আশংকা
৯ ডিচেম্বৰত সংঘটিত হৈছিল এই ঘটনা
টাৱাঙৰ LACত প্ৰৱেশৰ চেষ্টা কৰিছিল চীনা সৈন্যই
ভাৰতীয় সেনাই বাধা দিয়ে চীনা সৈন্যক
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ