• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মই কাকো অনুৰোধ নকৰো, আদেশ দিও’, দিগন্ত ভাৰতী সন্দৰ্ভত জুবিনৰ বিশেষ মন্তব্য

‘মই কাকো অনুৰোধ নকৰো, আদেশ দিও’, দিগন্ত ভাৰতী সন্দৰ্ভত জুবিনৰ বিশেষ মন্তব্য

2 years ago
ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ

ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ

14 minutes ago
কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!

কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!

28 minutes ago
হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

1 hour ago
RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

2 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

Gold Silver Price Today: হোৰাহোৰে কমিছে সোণ-ৰূপৰ মূল্য, একেদিনাই ৫,০০০ টকা পৰ্যন্ত হ্ৰাস

3 hours ago
‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

4 hours ago
সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

5 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ ভয়ংকৰ পেটৰ বিষ? সহজ উপায়েৰে কৰক দূৰ

5 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, জানক কোন কোন ৰাশি আছে তালিকাত

6 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি ভাগ্যই দেখুৱাব ৰং! কেনে যাব ১২ ৰাশিৰ দিনটো?

7 hours ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

18 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘মই কাকো অনুৰোধ নকৰো, আদেশ দিও’, দিগন্ত ভাৰতী সন্দৰ্ভত জুবিনৰ বিশেষ মন্তব্য

editor by editor
April 18, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
‘মই কাকো অনুৰোধ নকৰো, আদেশ দিও’, দিগন্ত ভাৰতী সন্দৰ্ভত জুবিনৰ বিশেষ মন্তব্য
0
SHARES
634
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘মই কাকো অনুৰোধ নকৰো, আদেশ দিও’, দিগন্ত ভাৰতী সন্দৰ্ভত জুবিনৰ বিশেষ মন্তব্য

চানমাৰী বিহুত সংঘটিত হোৱা বহু বিতৰ্কিত ঘটনাত বৰ্তমানে ৰাজ্যজুৰি শিল্পী সমাজৰ তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। শিল্পী দিগন্ত ভাৰতীক কৰা অপমানৰ বাবে চানমাৰী বিহু সমিতিয়ে দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা বিচাৰিব লাগিব বুলি দাবী উত্থাপন কৰিছে বহু শিল্পীয়ে৷

এইবাৰ দিগন্ত ভাৰতীৰ হৈ মাত মাতিছে জুবিন গাৰ্গে। এটা সময়ত জুবিনৰ অতিকে জনপ্ৰিয় বহু কেইটা গীতৰ লিখক আছেল ভাৰতী। তাৰে ভিতৰত ‘মন যায়’, ‘মনে উভতি আহে লৰালি’ আদি অন্যতম।

জুবিনে দিগন্ত ভাৰতীৰ হৈ মাত মাতি কয় যে, চানমাৰি বিহু কমিটিয়ে দিগন্ত ভাৰতীয় ক্ষমা খোজক।

লগতে ইয়াকো কয় যে, ‘এয়া অনুৰোধ নহয়৷ জুবিন গাৰ্গৰ এয়া আদেশ৷ মই কাকো অনুৰোধ নকৰো, আদেশ দিও৷’

কালি নিশা নলবাৰীৰ হেলেচাত জুবিন গাৰ্গৰ বিহু অনুষ্ঠান আছিল। সেই অনুষ্ঠানে জুবিনে তেওঁৰ বন্ধু দিগন্ত ভাৰতীক বিহু সমিতিয়ে কৰা অপমান সন্দৰ্ভত এই মন্তব্য কৰে৷

কেৱল জুবিনেই নহয়, বহু কেইগৰাকী শিল্পী তথা অভিনেতা-অভিনেত্ৰীয়ো মাত মাতে দিগন্ত ভাৰতীৰ হৈ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AsamBihu FunctionChandmariChandmari Bihu CommitteeDiganta Bhartiguwahati
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?
অসম

হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

October 22, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

October 21, 2026
‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ
অসম

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

October 20, 2026
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’
অসম

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

October 19, 2026
Next Post
কাইলৈ ১৯ এপ্ৰিলত এই ৫ ৰাশিৰ সলনি হ’ব ভাগ্য, বেয়া সময়ৰ অন্ত পৰিব

কাইলৈ ১৯ এপ্ৰিলত এই ৫ ৰাশিৰ সলনি হ'ব ভাগ্য, বেয়া সময়ৰ অন্ত পৰিব

১২ হিৰোৰ বিপৰীতে এগৰাকী নবাগত ভিলেইন, চৰিত্ৰ ফুটাই তুলিবলৈ ৪৫ দিনলৈ…

১২ হিৰোৰ বিপৰীতে এগৰাকী নবাগত ভিলেইন, চৰিত্ৰ ফুটাই তুলিবলৈ ৪৫ দিনলৈ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.