• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডিজিটেল যুগত পিছুৱাই গৈছে ATM, অলিয়ে গলিয়ে হয়তো আৰু আপুনিও নেদেখিব ATM, বৃহৎ সিদ্ধান্ত লোৱাৰ পথত কেইবাখনো বেংক

ডিজিটেল যুগত পিছুৱাই গৈছে ATM, অলিয়ে গলিয়ে হয়তো আৰু আপুনিও নেদেখিব ATM, বৃহৎ সিদ্ধান্ত লোৱাৰ পথত কেইবাখনো বেংক

2 years ago
বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

2 hours ago
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

2 hours ago
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

2 hours ago
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

3 hours ago
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

3 hours ago
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

4 hours ago
কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

4 hours ago
সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

5 hours ago
কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

5 hours ago
আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

7 hours ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

8 hours ago
‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ডিজিটেল যুগত পিছুৱাই গৈছে ATM, অলিয়ে গলিয়ে হয়তো আৰু আপুনিও নেদেখিব ATM, বৃহৎ সিদ্ধান্ত লোৱাৰ পথত কেইবাখনো বেংক

ডিজিটেল যুগত পিছুৱাই গৈছে ATM, অলিয়ে গলিয়ে হয়তো আৰু আপুনিও নেদেখিব ATM, বৃহৎ সিদ্ধান্ত লোৱাৰ পথত কেইবাটখনো বেংক

editor by editor
November 8, 2024
in জীৱনশৈলী
0
ডিজিটেল যুগত পিছুৱাই গৈছে ATM, অলিয়ে গলিয়ে হয়তো আৰু আপুনিও নেদেখিব ATM, বৃহৎ সিদ্ধান্ত লোৱাৰ পথত কেইবাখনো বেংক
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল যুগত ক্ৰমশ পিছুৱাই গৈছে এটিএম৷ এসময়ত টকা উঠোৱাৰ বাবে লাইন লাগি থকা ভিড় আজিকালি দেখা নাযায়৷ দেশৰ বিভিন্ন বেংকসমূহে যেনে এইবাৰ ATMৰ বিকল্পৰ চিন্তা কৰিছে৷ জনা গৈছে যে দেশৰ বিভিন্ন বেংকৰ যিমান ATM আছে সেইসমূহ ধীৰ গতিত বন্ধ কৰি দিয়া হ’ব পাৰে৷

ইয়াৰোপৰি এনে বহু এটিএম আছে যিসমূহ বহুদিন ধৰি ব্যৱহাৰ কৰা হোৱা নাই৷ তাতেই বহু দুষ্কৃতীকাৰীয়ে সুযোগ লৈছে৷ সন্ধিয়াৰ পাছতেই তাত নানান অপকৰ্ম চলে৷ ইয়াৰোপৰি এটিএম চলি নথকাৰ বাবে বহু বেংকে মিছাতেই ঘৰ ভাড়া দি থাকিব লগা হৈছে৷ ইয়াৰোপৰি বহু এটিএমত নিৰাপত্তাৰক্ষীও থাকে৷ তাতো বেংকে বহু ধন ব্যয় কৰি থাকিবলগা হৈছে৷ এই সমস্ত দিশ বিবেচনা কৰি কেইবাটাও বেংকে এটিএম কমোৱাৰ পৰিকল্পনা কৰিছে৷

এতিয়া য’তে ত’তে থকাৰ দৰে ভৱিষ্যতৰ দিনত এনেকৈ আৰু এটিএম আপুনি দেখা নাপাব৷ য’ত বেংকৰ শাখা থাকিব তাতেই এটিএমৰ থাকিব৷ ইয়াৰোপৰি জনবহুল এলেকাতহে থাকিব এটিএম৷ দেশৰ এটিএম বন্ধ কৰি দিলে বেংকৰো খৰচ বহু পৰিমানে বাচিব৷

কৰোনাকালৰ পাছৰে পৰা মানুহে ডিজিটেল পেমেণ্টৰ প্ৰতি সৰ্বাধিক আকৰ্ষিত হৈছে৷এ ই ধাৰা এতিয়া আৰু বেছি হৈছে৷ সেয়ে এটিএমক লৈ বহু সিদ্ধান্ত দ্ৰুত কাৰ্যকৰী কৰিব বিচাৰিছে কৰ্তৃপক্ষই৷ এই বিষয়ে বেংক কৰ্তৃপক্ষই জনাইছে যে দেশৰ বিভিন্ন প্ৰান্তত বহু এটিএম আছে৷ সেই এটিএম সমূহত যি হাৰত আগতে ধন উঠোৱা হৈছিল সেই হাৰত বৰ্তমান ধন উঠোৱা নহয়৷ ফলত বাঢ়ি যোৱা খৰচ কমোৱাৰ দিশত নজৰ দিছে বেংক কৰ্তৃপক্ষই৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!
জীৱনশৈলী

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

October 27, 2026
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!
জীৱনশৈলী

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

October 27, 2026
বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ
জীৱনশৈলী

বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ

October 27, 2026
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

আজিৰ ভাগ্যৱান ৩ ৰাশি, বাকী ৰাশিৰ জাতক-জাতিকা হওক সাৱধান!

October 27, 2026
Next Post
দিনত ১৬ বাৰ সূৰ্যোদয় আৰু সূৰ্যাস্ত দেখিছে মহাকাশচাৰী সুনীতা উইলিয়ামছে, কিয় জানেনে?

দিনত ১৬ বাৰ সূৰ্যোদয় আৰু সূৰ্যাস্ত দেখিছে মহাকাশচাৰী সুনীতা উইলিয়ামছে, কিয় জানেনে?

বিনোদনৰ বাবেই পাব ৮৪ লাখ! দ্বিতীয়বাৰ প্ৰেছিডেণ্ট পদত বহি কিমান দৰমহা ল’ব ট্ৰাম্পে?

বিনোদনৰ বাবেই পাব ৮৪ লাখ! দ্বিতীয়বাৰ প্ৰেছিডেণ্ট পদত বহি কিমান দৰমহা ল’ব ট্ৰাম্পে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.