• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিনোদনৰ বাবেই পাব ৮৪ লাখ! দ্বিতীয়বাৰ প্ৰেছিডেণ্ট পদত বহি কিমান দৰমহা ল’ব ট্ৰাম্পে?

বিনোদনৰ বাবেই পাব ৮৪ লাখ! দ্বিতীয়বাৰ প্ৰেছিডেণ্ট পদত বহি কিমান দৰমহা ল’ব ট্ৰাম্পে?

2 years ago
ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?

ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?

2 hours ago
সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল

সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল

3 hours ago
পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

4 hours ago
ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!

ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!

4 hours ago
গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

5 hours ago
এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

6 hours ago
শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

7 hours ago
হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

8 hours ago
পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

8 hours ago
প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!

প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!

9 hours ago
২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

9 hours ago
আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিনোদনৰ বাবেই পাব ৮৪ লাখ! দ্বিতীয়বাৰ প্ৰেছিডেণ্ট পদত বহি কিমান দৰমহা ল’ব ট্ৰাম্পে?

বিনোদনৰ বাবেই পাব ৮৪ লাখ! দ্বিতীয়বাৰ প্ৰেছিডেণ্ট পদত বহি কিমান দৰমহা ল’ব ট্ৰাম্পে?

editor by editor
November 8, 2024
in জীৱনশৈলী, বিবিধ, লেখা
0
বিনোদনৰ বাবেই পাব ৮৪ লাখ! দ্বিতীয়বাৰ প্ৰেছিডেণ্ট পদত বহি কিমান দৰমহা ল’ব ট্ৰাম্পে?
0
SHARES
162
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফোৰ্বছৰ ৰিপৰ্টে কৈছে বিগত ছেপ্টেম্বৰ মাহৰ পৰা দ্বিগুণ বাঢ়িছে ড’নাল্ড ট্ৰাম্পৰ সম্পত্তি৷ আমেৰিকাৰ নতুন প্ৰেছিডেণ্টৰ বেংক বেলেন্স এই মুহূৰ্তত ৮ বিলিয়ন ডলাৰ৷ ভাৰতীয় মুদ্ৰাত এয়া প্ৰায় ৬৭ হাজাৰ ৩০৭ কোটি টকাতকৈয়ো বেছি৷ এইবাৰ হোৱাইট হাউছৰ আসনত প্ৰত্যাবৰ্তনৰ পাছত কিমান দৰমহা পাব? কি কি সুযোগ সুবিধা পাব?

আমেৰিকাৰ প্ৰেছিডেণ্ট মানেই বিশ্বৰ প্ৰথম ৰাষ্ট্ৰৰ দেশৰ ৰাষ্ট্ৰপ্ৰধান৷ তেওঁৰ দৰমহা আকাশলংঘীতো হোৱাৰেই কথা৷ হোৱাইট হাউছত দ্বিতীয়বাৰ প্ৰৱেশ কৰাৰ সৈতে তেওঁৰ দৰমহা বাৰ্ষিক হ’ব ৩ কোটি ৩৬ লাখ টকা৷ ইয়াৰোপৰি মাৰ্কিন প্ৰেছিডেণ্ট হিচাপে তেওঁ একাধিক সুযোগ সুবিধা পাব৷ ট্ৰাম্পৰ পিছতেই আমেৰিকা চৰকাৰে খৰচ কৰিব বাৰ্ষিক ৪কোটি ৭৮ লাখ টকা৷

তাৰমাজতেই বিনোদনৰ বাবে তেওঁ পাব ৮৪ লাখ টকা৷ ভ্ৰমণৰ বাবে তেওঁ পাব ১৬ লাখ টকা৷ ইয়াৰোপৰি অন্যান্য খৰচৰ বাবদ তেওঁক দিয়া হ’ব ৪২ লাখ টকা৷ হোৱাইট হাউছৰ সজ্জাৰ বাবদ তেওঁ খৰচ কৰিব পাৰিব ৮৪লাখ টকা৷ ইয়াৰোপৰি বাৰ্ষিক পেনছন হিচাপে বছৰত ডেৰ কোটি টকাতকৈয়ো বেছি ধন তেওঁ পাব৷ আজীৱন বিনামূলীয়া স্বাস্থ্য পৰিসেৱাও দিয়া হ’ব ট্ৰাম্পক৷ প্ৰেছিডেণ্ট হিচাপে ড’নাল্ড ট্ৰাম্পে পাব বিলাসবহুল লিমুজিন, মেৰিন ৱান, এয়াৰ ফৰ্ছ ৱান, দ্যা বেষ্টৰ দৰে সংস্থাৰ বাহন আৰু বিমান পৰিসেৱা৷

উল্লেখ্য যে ট্ৰাম্পৰ ব্যক্তিগত সম্পত্তিৰ পৰিমানো কম নহয়৷ ৰিয়েল এষ্টেটৰ ব্যৱসায়ত বিনিয়োগ আছে ট্ৰাম্পৰ৷ নিউয়ৰ্কত তেওঁ নামত আছে ট্ৰাম্প টাৱাৰ, ফ্লৰিডাত ৩টা ঘৰ, লছ ভেগাছত আছে ট্ৰাম্পৰ ইণ্টাৰনেশ্ব্যনেল হোটেল৷ ইয়াৰোপৰি ট্ৰাম্পৰ নামত আছে মাৰ আ লাগো ক্লাব, গল্ড কোৰ্ছেচ৷ মিয়ামিটত আছে এখন বিশেষ ৰিজৰ্ট৷ এই সম্পত্তিৰ মূল্য প্ৰায় ৮১০ মিলিয়ন ডলাৰ৷ ভাৰতীয় মুদ্ৰাত ৬ হাজাৰ ৮১৪ কোটি টকাৰো অধিক৷ ফোৰ্বছৰ হিচাপ অনুসৰি ড’নাল্ড ট্ৰাম্পৰ হাতত আছে নগদ ৪১০ মিলিয়ন ডলাৰ৷ ভাৰতীয় টকাত এই ধন ৩হাজাৰ ৪৪৯ কোটিৰো বেছি৷ ইয়াৰোপৰি ট্ৰাম্পৰ নামত বিভিন্ন স্থানত আছে ১০০ মিলিয়ন ডলাৰৰ সম্পত্তি৷ ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমান ৪৪১ কোটিৰো বেছি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?
অসম

ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?

October 27, 2026
সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল
অসম

সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল

October 27, 2026
পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!
অসম

পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

October 26, 2026
গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫
অসম

গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

October 26, 2026
Next Post
শুক্লা অষ্টমীত ধ্ৰুৱ যোগ, এই ৫ৰাশিক সকলো বিপদৰ পৰা ৰক্ষা কৰিব শনিয়ে

শুক্লা অষ্টমীত ধ্ৰুৱ যোগ, এই ৫ৰাশিক সকলো বিপদৰ পৰা ৰক্ষা কৰিব শনিয়ে

১০ বছৰৰ বয়সৰ পাৰ্থক্য, বিবাহৰ পূৰ্বে প্ৰিয়ংকাই দিয়া কি চৰ্ত আজিও মানি চলিছে নিক জোনাছে?

১০ বছৰৰ বয়সৰ পাৰ্থক্য, বিবাহৰ পূৰ্বে প্ৰিয়ংকাই দিয়া কি চৰ্ত আজিও মানি চলিছে নিক জোনাছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.